Tetlirtal Yuva Samaj Book & Trade Fair
Book & Trade Fair
17/11/2025
তেতলিৰতল যুৱ সমাজৰ উদ্যোগত আয়োজিত, প্ৰথম বাৰ্ষিক গ্ৰন্থ ও বাণিজ্য মেলাৰ ১৬ নবেম্বৰ প্ৰথম দিনা পতাকা উত্তোলন আৰু বৃক্ষ ৰোপন কাৰ্যসূচী পালন কৰা হ'ল।
17/11/2025
তেতলিৰতল যুৱ সমাজৰ উদ্যোগত আয়োজিত, প্ৰথম বাৰ্ষিক গ্ৰন্থ ও বাণিজ্য মেলাৰ প্ৰথম দিনা মুকুলি সভাত, মন্দিয়া সমষ্টিৰ প্ৰাক্তন মুখপাত্ৰ অসম প্ৰদেশ কংগ্ৰেছ, অভিযন্তা, অধিবক্তা আব্দুল আজিজ আহমেদ ডাঙৰীয়া,মাননীয়া মমতাজ বেগম আৰু সন্মানীয় অতিথি সকল উপস্থিত থাকে।
Category
Website
Address
Barpeta
781314
Alerts
Be the first to know and let us send you an email when Tetlirtal Yuva Samaj Book & Trade Fair posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.