sarmadaijy

sarmadaijy

Share

জীৱনটো এক যাত্ৰা 🥰🥰🥰 ☺️

15/09/2024

I've just reached 100 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

01/09/2024

I gained 39 followers, created 4 posts and received 9 reactions in the past 90 days! Thank you all for your continued support. I could not have done it without you. 🙏🤗🎉

24/08/2024

I gained 38 followers, created 3 posts and received 9 reactions in the past 90 days! Thank you all for your continued support. I could not have done it without you. 🙏🤗🎉

14/05/2024

#হৰফলেই খোণ্ডনাত খুণ্ডি খালো

23/10/2023

Puja astomi special (22-10-2023)

27/08/2023

মই কথা aeta জানিব হে বিচাৰিছোঁ কোনেও যাতে বেলেগ কৈ ভাবি নলৈ।।।।
মোক যি সকল বন্ধু বান্ধৱী য়ে বন্ধুত্বৰ বান্ধোনেৰে বান্ধ খাবলৈ হাত আগবঢ়াইছে তেওঁলোকলৈ ধন্যবাদ, কিন্তু কথা এটা মই ভাবি পোৱা নাই মোক চিনি পায় কিনে বন্ধু হব বিচাৰিছে নে, অচিনাকি হৈ চিনাকী হব বিচাৰিছে, ইয়াতো কোনো কথা নাই। কথা হল প্ৰফাইল লক কৰি, নিজৰ নিজৰ প্ৰতিচব্বি বোৰ লকুৱাই বন্ধুত্বৰ হাত আগ বঢ়ালে মোৰো অলপ সঁহাৰি জনোৱাত অসুবিধা হয়। বছৰ বছৰ ধৰি ৱাইটিং লিষ্টত আছে মানে এইটো নহৈ মই বহুত ডাঙৰ মানুহ কথা হল নিজৰ যদি পৰিচয় লুকুৱাই বন্ধুত্বৰ হাত আগ বঢ়াই তেতিয়া হলে মই নোৱাৰিম।।। 🙏🙏🙏🙏

Want your business to be the top-listed Beauty Salon in Darrang?
Click here to claim your Sponsored Listing.

Telephone

Website

Address

Darrang