Bajet Ali kpt
শাৰীৰিক ব্যায়ামে জীৱনৰ সুস্থিৰতা বৃদ্ধি কৰে.....
"নিজৰ বুলিবলৈ আছে কি?
নিজৰ ছাঁটো চাবলৈও পোহৰৰ অপেক্ষা কৰিব লাগে।"
Good morning
"হাতত নথকা বস্তুবোৰ...
মনৰ পৰাও মুক্ত কৰি দিব লাগে।"
Good morning
"প্ৰকৃত সুখ তখনই আসে
যখন তোমার কিছু কাজ
অন্যর উপকারে আসে।"
(শুভসকাল)💐
"জীৱনক দুই প্ৰকাৰে অৰ্থৱহ কৰিব পাৰি
এটা হ'ল আপুনি যি ভাল পায় তাকে কৰক আৰু আনটো হ'ল আপুনি যি কৰিছে ভাল পাবলৈ শিকক।"
ভাগি পৰা জীৱনটোক নতুন উদ্যমৰে এবাৰ যদি জীয়াব শিকি যাব পৰা তেন্তে তুমি চিৰপ্রৱাহিত হৈ ৰবা চিৰদিনৰ বাবে।
Good morning
"প্ৰত্যাশা যত কম জীৱন ততই সুন্দর।"
Good morning
"যদি খুব ভালো কিছু করতে না পারো,
তবে ছোট ছোট কাজ খুব ভালো করে করো।"
(শুভসকাল)
"জীবনের আসল শিক্ষা হলো, কোথায় থামতে হবে, সেটা জানা, আর কোথা থেকে নিজেকে সরিয়ে নিতে হবে, সেটা বোঝা।"
(Good morning)
ধাৰাসাৰ বৰষুণ.....
"যত্নে রাখো নিজেকে ,
সময় দাও নিজেকে,
. কারণ.......
তোমার প্ৰথম প্ৰয়োজন তুমি নিজেই।"
(শুভসকাল)💐
07/10/2025
"ভোকত থকাজনৰ খাবলৈ খাদ্য নাই,
আৰু যাৰ খাবলৈ খাদ্য আছে,
তেওঁৰ ভোক নাই।"
Good morning
“যাৰ চকুত টোপনি আছে...
তাৰ তাত ভাল বিচনা নাই!”
Click here to claim your Sponsored Listing.
Category
Website
Address
784115