Raaz interior designing

Raaz interior designing

Share

Raj interior designing My name in Raj.

27/12/2021

#সুখবোৰ

সুখবোৰ হেনো
ধনীমানুহৰ…
সুখবোৰ হেনো
ধনী মানুহৰ লগত থাকে
ভঙা পজাক উপলুঙা কৰি
সুখবোৰ অট্টালিকাত থাকে
বিলাসি গাড়ীত ঘুৰি
পুৰনি চাইকেলখন পাহৰি gym ত গৈ
সুখবোৰ বিচাৰি পায়…
দামী বিচনাত শুই,
Dining table ত খাই…
সুখবোৰ তাতেহে পায়
আমাৰ দৰে
আই পিতাইৰ সতে মজিয়াত বহি একেলগে খাই সুখবোৰ নাপায়
Balcony ত বহি মুক্ত বতাহ ললে সুখবোৰ পায়
চোতালত বহি
মনৰ কথা পাতিলে
সুখবোৰ নাপায়
মাটিও স্পৰ্শ নকৰে
কাৰ্পেটত খোজ কাঢ়ে…
মাটিৰ মানুহ যে
সেইটো পাহৰি যায়…
মাক বাপেকৰ
জামেলাও নাই
বৃদ্ধাশ্ৰমত থয়
ধনীৰ হেনো সন্তানেও নাকান্দে,
বাইজনীয়ে চায়।

ধনী মানুহে বোলে
সকলো ব্ৰেন্ডৰ পিন্ধে
পিছে নিঠৰ শৰীৰটোত
থকা বগা কাপোৰ খন
সকলোৰে একে হয়…
ঘৈনিয়েকক সৰু সৰু
কাপোৰ পিন্ধায়
সুখবোৰ হেনো
তেওলোকে তাতেই বিচাৰি পায়…
আমাৰ দৰে বজাৰৰ পৰা অনা কাপোৰত নাই।
চাদৰ মেখেলা বা চুৰিদাৰত একেবাৰেই নাই…
সুখবোৰ হেনো চুটি কাপোৰতহে পায়…
সুখবোৰ হেনো বুজাবুজিৰে
একেলগে থাকিলে নাই
কোৰ্টত গৈ divorce
ললেহে হয়।

20/12/2021

Hoi ne?

Photos from Raaz interior designing's post 01/06/2021

Contact me 6000217106

Want your business to be the top-listed Beauty Salon in Guwahati?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address

Guwahati
782105