Islam Answer Zone Page
To promote social welfare. To promote brotherhood among society.
14/04/2026
সময় উপযোগী লিখনি
#মৌ_বছিৰ_আহমেদ (গোলাঘাট)
🕌 নবী ছ:-ৰ শিক্ষা অনুসৰি:
পবিত্ৰতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ সহায় কৰে।
অধিকাংশ মুছলমান সমাজত বাধ্যতামূলক বা শক্তিশালী ভাবে পৰামৰ্শ দিয়াৰ প্ৰয়োজনীয়তা এনে ধৰণৰ।
🔬 #বৈজ্ঞানিক_দৃষ্টিভংগী (Scientific Evidence)
বহু চিকিৎসা আৰু গৱেষণাই খৎনাৰ কিছুমান স্বাস্থ্য জনিত লাভ দেখুৱাইছে:
✔️ সম্ভাৱ্য লাভসমূহ
সংক্ৰমণৰ সম্ভাৱনা কম।
📍 বিশেষকৈ HIV আৰু অন্য যৌন বাহিত ৰোগ কম হয় ।
(বিশ্ব স্বাস্থ্য সংস্থা – World Health Organization-এ কিছু ক্ষেত্ৰত ই সমৰ্থন কৰিছে)
📍 মূত্ৰনালী সংক্রমণ (UTI) কম হয় ।
📍 শিশু অৱস্থাত UTI হোৱাৰ সম্ভাৱনা অলপ কম দেখা যায়।
📍 পেনাইল কেন্সাৰ ৰিস্ক কম।
যদিও এই ৰোগ খুবেই দুষ্প্ৰাপ্য, খৎনা কৰা লোকত ই আৰু কম দেখা যায়
📍 স্বচ্ছতা বজাই ৰখা সহজ
fo****in নথকাৰ বাবে পৰিষ্কাৰতা বজাই ৰখা সহজ হয়।
⚠️ সম্ভাৱ্য অসুবিধা / বিতৰ্ক
⚖️ উপসংহাৰ
ইছলামত খৎনা মূলতঃ ধৰ্মীয় কৰ্তব্য আৰু পৰিচ্ছন্নতাৰ অংশ
বিজ্ঞানৰ দিশে কিছুমান স্বাস্থ্য লাভ আছে বুলি প্ৰমাণ পোৱা গৈছে।
খৎনা (circumcision) বিভিন্ন ধৰ্ম আৰু দেশত বেলেগ বেলেগ ধৰণে দেখা যায়। তলত ইছলাম, অন্য ধৰ্ম, আৰু বিভিন্ন দেশৰ মাজত তুলনামূলক আলোচনা দিয়া হৈছে:
#ধৰ্মীয়_তুলনা
🕌 ইছলাম
খৎনা কৰা নবী মুহাম্মদ ﷺ আৰু অন্যান্য নবীসকলৰ এটা চুন্নত। এই বিধান ইছলামৰ এটা গুৰুত্বপূর্ণ নিদৰ্শন আৰু মানুহৰ স্বাভাৱিক (ফিতৰত) অংশ। পবিত্ৰ হাদিছসমূহত এই কৰ্ম কৰাত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। পবিত্ৰতা ৰক্ষা কৰিবলৈ সহায়ক।
✡️ ইহুদী ধৰ্ম (Judaism)
খৎনা সম্পূৰ্ণ বাধ্যতামূলক
“Brit Milah” নামৰ বিশেষ ধৰ্মীয় অনুষ্ঠানত
জন্মৰ ৮ দিনৰ ভিতৰত কৰা হয় ।
Abraham-ৰ সৈতে কৰা ঈশ্বৰীয় চুক্তিৰ অংশ বুলি বিশ্বাস কৰা হয় ।
✝️ খ্ৰীষ্টান ধৰ্ম (Christianity)
সাধাৰণতে খৎনা বাধ্যতামূলক নহয়,
Jesus Christ-ৰ পিছত “আধ্যাত্মিক পবিত্ৰতা”ক অধিক গুৰুত্ব দিয়া হয় ।
কিছুমান খ্ৰীষ্টান সমাজত (বিশেষকৈ আমেৰিকা) চিকিৎসাগত বা সাংস্কৃতিক কাৰণে কৰা হয় ।
🕉️ হিন্দু ধৰ্ম
খৎনা কোনো ধৰ্মীয় বাধ্যবাধকতা নাই
সাধাৰণতে কৰা নহয় ।
🌍 দেশভিত্তিক তুলনা
🇺🇸 United States
খৎনা যথেষ্ট সাধাৰণ (বিশেষকৈ আগতে)
চিকিৎসাগত আৰু সাংস্কৃতিক কাৰণে কৰা হয়
এতিয়া হ্ৰাস পাইছে
🇬🇧 United Kingdom
সাধাৰণ জনসংখ্যাত কম
মূলতঃ মুছলমান আৰু ইহুদী সমাজত কৰা হয় ।
🇮🇳 India
মুছলমান সমাজত সাধাৰণ
অন্য ধৰ্মত প্ৰায় নাই
🇰🇷 South Korea
আশ্চৰ্যজনকভাৱে বহুত লোকৰ মাজত প্ৰচলিত
পশ্চিমীয়া চিকিৎসা প্ৰভাৱৰ ফলত বৃদ্ধি পাইছিল
🇵🇭 Philippines
“Tuli” নামেৰে পৰিচিত
সাংস্কৃতিক পৰম্পৰা হিচাপে কিশোৰ বয়সত কৰা হয়
🧠 চূড়ান্ত ধাৰণা
ইছলাম আৰু ইহুদী ধৰ্মত খৎনা স্পষ্টভাৱে ধৰ্মীয় কৰ্তব্য
খ্ৰীষ্টান আৰু অন্য ধৰ্মত ই ঐচ্ছিক বা অনুপস্থিত
দেশভেদে ইয়াৰ প্ৰচলন সংস্কৃতি, চিকিৎসা, আৰু ইতিহাসৰ ওপৰত নিৰ্ভৰ কৰে ।
11/04/2026
সমূহ অসমীয়া পাঠক সমাজক আমি জনাবলৈ পাই নথৈ আনন্দিত যে, ‘হজৰত মুহাম্মদ (ছ:)ৰ সকলো বিবাহ, বয়স, প্ৰেক্ষাপট আপত্তি আৰু উত্তৰ’ হাত পুথিখন ইতিমধ্যে প্ৰকাশ পাইছে ।
কিবা ভুল বা সংযোজন, বিয়োজনৰ প্ৰয়োজন অনুভব হ'লে লিখক অবগত কৰিবলৈ নাপাহৰিব।
যোগাযোগ- 7002587996 (Guwahati)
☪️ #উৰুচ_আৰু_বিপন্নইছলাম ☪️
কলম ✍️হাফিজ, মৌলানা,মুফ্ত ছাদিকুৰ ৰহমান ক্বাছিমী চাহাব।
সম্প্ৰতি ভাৰত উপমহাদেশত বিষেশকৈ বাংলাদেশ, পশ্চিমবংগ আৰু অসমত একাংশ মাজাৰ পূজাৰীৰ তত্বাৱধানত উৰুচ নামৰ এক অপ - সংস্কৃতিৰ ৰমৰমীয়া ব্যৱসায় চলিছে ।ইয়াত মাজাৰ পূজা, পৰপুৰুষ আৰু পৰ নাৰীৰ আবাধ মিলা মিছা, ভাং খোৱা আদি বহুতো শ্বৰীয়ত বহিৰ্ভূত কাম হৈ থকা পৰিলক্ষিত হৈছে। প্ৰণিধানযোগ্য যে, এনে উৰুচত অংশগ্ৰহণ কাৰী সকলৰ অধিকাংশই পাৰ্থিৱ আৰু দ্বিনী উভয় শিক্ষাৰ পৰা বঞ্চিত আৰু অত্যন্ত সৰল - হোজা শ্ৰেণীৰ লোক।
ইহঁতক ইঁহতৰ সৰলতাৰ সুযোগ লৈ ভণ্ডপীৰ প্ৰকৃতিৰ মুছলমান সমাজৰ কলংক একাংশ অসাধু ভন্ডই ধন ঘটাৰ উপকৰণ হিচাপে সংশ্লিষ্ট সহজ - সৰল লোক সকলক বিপথে পৰিচালিত কৰিছে।
পুৰুষ-মহিলাৰ অবাধ মিলা-মিছাৰ দৰে অবৈধ আৰু ইছলাম বহিৰ্ভূত কামৰ দ্বাৰাও আল্লাহ তা'আলাৰ সন্তুষ্টি লাভ কৰা সম্ভৱনে?
এওঁলোক আমাৰেই জাতি আৰু দ্বীনী ভাই। বাস্তৱ অভিজ্ঞতাৰ পৰা উমান পোৱা যায় যে, এওঁলোকক সামান্য বুজালেই সঠিক ৰাস্তাত আহি যায়। আমি ভালকৈয়ে অৱগত যে, এই পৃথিৱীত আৰু কোনো নবী (আঃ) ৰ আগমন নঘটে, গতিকে এই পথহাৰা মানুহক কোনে আল্লাহৰ ৰাস্তালৈ আহ্বান কৰিব??
নবী (ﷺ)এ কষ্ট আৰু ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠা কৰি যোৱা দ্বীন এনেকৈয়ে ধ্বংস হৈ যাবনে? এই দ্বীন-ইছলামক বিপন্নতা আৰু ধ্বংসৰ পৰা বচোৱাৰ দায়িত্ব আমাৰ সকলোৰে। কেৱল আলিম - উলামাৰ বা তবলীগ জামাতৰ নহয়। এই ক্ষেত্ৰত উলামায়ে কেৰাম আৰু তবলীগী জামাতৰ ভাই সকলে ঘৰে ঘৰে গৈ তেওঁলোকৰ মাজত দ্বীনৰ দাৱাত পৌঁছাইছে, এয়াই আটাইতকৈ ফলপ্ৰসূ উপায়। কাৰণ এনে ধৰণৰ লোকক ছছিয়েল মিডিয়াৰ জৰিয়তে বা দূৰৰ পৰা দ্বীনৰ ফালে আহ্বান কৰিলে বা কঠোৰভাৱে সমালোচনা তেওঁলোক নাহে, কাৰণ দ্বীনৰ এই চেতনা আৰু সজাগতা তেওঁলোকৰ মাজত নাই। প্ৰেম আৰু মুহাব্বতৰ দ্বাৰা তেওঁলোকক দাৱাত দিব লাগিব।।
সেয়েহে আমাৰ বাবে জৰুৰী যাতে আমি দ্বীনৰ দাৱাত কেৱল ছছিয়েল মিডিয়াত সীমাবদ্ধ নাৰাখি ব্যক্তিগতভাৱে আৰু তবলীগী জামাত আকাৰে তেওঁলোকৰ মাজত গৈ দ্বীনৰ দাৱাত দিয়া। আল্লাহ তা'আলাই তেওঁলোকক আৰু আমাক সকলোকে হিদায়াত দান কৰক আৰু পৰিপূৰ্ণভাৱে দ্বীনৰ ওপৰত চলিবলৈ তৌফিক দান কৰক, আমীন🤲
03/12/2025
হাতত মাত্ৰ আৰু ২টা দিন সময় আছে ! পোষ্ট টো কৰি #ৱাকফ_সম্পত্তি বচাবলৈ সুবিধা কৰি দিব ইন শ্বা আল্লাহ
📌সংশ্লিষ্ট #ৱাকফ_সম্পত্তি'ৰ চক্ৰ বিষয়া'ৰ কাৰ্যালয়ত দাখিল কৰিবলগীয়া নথি-পত্ৰৰ তালিকা👇
শেষ তাৰিখ👉৫.১২.২০২৫ !
ৱাকফ'ৰ সম্পত্তি' বচাবলৈ এই সুযোগ মিছ নকৰিব ত অতি সোনকালেই আপোনাৰ ৱাকফ সম্পত্তি'ৰ পঞ্জীয়ন কৰক হাতত মাত্ৰ আৰু ২ দিন বাকী আছে
আঃ রাজ্জাক সাহেবের মতে—হযরত উসমান রাঃ খুৎবার পূর্বের আযান চালু করে বিদআতী হয়ে গেছেন
(নাউযুবিল্লাহ)৷ আঃ রাজ্জাক সাহেব খেয়াল করেন নি যে, হযরত উসমান রাঃ দ্বিতীয় আযান নয়,বরং প্রথম(যে আযান বর্তমানে মাইকে মানুষকে মসজিদে ডাকার জন্য দেওয়া হয়,সেই) আযান চালু করেছিলেন ৷
দলীলঃ—
حَدَّثَنَا يُوسُفُ بْنُ مُوسَى الْقَطَّانُ، حَدَّثَنَا جَرِيرٌ، ح وَحَدَّثَنَا عَبْدُ اللَّهِ بْنُ سَعِيدٍ، حَدَّثَنَا أَبُو خَالِدٍ الأَحْمَرُ، جَمِيعًا عَنْ مُحَمَّدِ بْنِ إِسْحَاقَ، عَنِ الزُّهْرِيِّ، عَنِ السَّائِبِ بْنِ يَزِيدَ، قَالَ مَا كَانَ لِرَسُولِ اللَّهِ ـ صلى الله عليه وسلم ـ إِلاَّ مُؤَذِّنٌ وَاحِدٌ فَإِذَا خَرَجَ أَذَّنَ وَإِذَا نَزَلَ أَقَامَ وَأَبُو بَكْرٍ وَعُمَرُ كَذَلِكَ فَلَمَّا كَانَ عُثْمَانُ وَكَثُرَ النَّاسُ زَادَ النِّدَاءَ الثَّالِثَ عَلَى دَارٍ فِي السُّوقِ يُقَالُ لَهَا الزَّوْرَاءُ فَإِذَا خَرَجَ أَذَّنَ وَإِذَا نَزَلَ أَقَامَ .
সায়িব বিন ইয়াযীদ (রাঃ) থেকে বর্ণিতঃ:
তিনি বলেন, রসূলুল্লাহ (সাল্লাল্লাহু ‘আলাইহি ওয়া সাল্লাম)-এর সময়ে মাত্র একজন মুযাযযিন ছিল। তিনি যখন (খুতবাহ দিতে) বের হতেন, তখন সে আযান দিতো এবং তিনি যখন (মিম্বার থেকে) নামতেন, তখন সে ইকামাত দিতো। আবূ বাক্র ও উমার (রাঃ)-এর আমলেও এ নিয়মই চালু থাকে। উসমান (রাঃ)-এর আমলে মুসলিমদের সংখ্যা বেড়ে গেলে তিনি বাজারে অবস্থিত আয-যাওরা নামক স্থান থেকে তৃতীয় আযান দেয়ার ব্যবস্থা করেন। অতঃপর তিনি যখন বের হতেন, তখন মুয়াযযিন আযান দিতো এবং তিনি মিম্বার থেকে নামলে সে ইকামাত দিতো।
বুখারী ৯১২-১৩, ৯১৫-১৬; তিরমিযী ৫১৬, নাসায়ী ১৩৯২-৯৪, আবূ দাঊদ ১০৮৭, আহমাদ ১৫৩০১। তাহক্বীক্ব আলবানী: সহীহ। তাখরীজ আলবানী: সহীহ আবূ দাউদ ৯৯৮, ৯৯৯।
সুনানে ইবনে মাজাহ, হাদিস নং ১১৩৫
হাদিসের মান: সহিহ হাদিস
Source: আল হাদিস অ্যান্ড্রয়েড অ্যাপ, IRD
↓
🌺খুতবার পূর্বের আযানটা মিম্বারের পাশে দেওয়া হতোঃ—
6646 - حَدَّثَنَا عَلِيُّ بْنُ الْمُبَارَكِ الصَّنْعَانِيُّ، ثنا مُحَمَّدُ بْنُ عَبْدِ الْأَعْلَى، ح وَحَدَّثَنَا عَبْدَانُ، ثنا هُرَيْمُ بْنُ عَبْدِ الْأَعْلَى، قَالَا: ثنا مُعْتَمِرُ بْنُ سُلَيْمَانَ، حَدَّثَنِي أَبِي، عَنِ الزُّهْرِيِّ، عَنِ السَّائِبِ بْنِ يَزِيدَ، قَالَ: «§كَانَ النِّدَاءُ عَلَى عَهْدِ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَأَبِي بَكْرٍ وَعُمَرَ رَضِيَ اللهُ عَنْهُمَا عِنْدَ الْمِنْبَرِ وَأَوَّلُ مَنْ أَحْدَثَ النِّدَاءَ الْأَخِيرَ عُثْمَانُ رَضِيَ اللهُ عَنْهُ»
হযরত সায়েব বিন ইয়াজিদ রাঃ থেকে বর্ণিত,তিনি বলেনঃ
রাসূলুল্লাহ সঃ এর যুগে, আবূ বকর রাঃ এর খেলাফতকালে এবং ওমর রাঃ এর খেলাফতকালে খুতবার পূর্বের(দ্বিতীয়) আজানটা মিম্বারের নিকটে দেওয়া হতো ৷৷
আর,হযরত উসমান রাঃ প্রথম আজানের প্রচলন ঘটিয়েছিলেন ৷৷
(আল মুজামুল কাবীর লিত তাবারানী, হা/৬৬৪৬)
হাদীসটির স্তরঃ সহীহ, মারফূ ৷
①আলী ইবনে মুবারক কে আল্লামা ইরাকী রহঃ সিকাহ বলেছেন ৷ (ইরশাদুল ক্বসী ওয়াদ দানী, রাবী নং ৬৯৪) ইমাম হাকেম রহঃও তাকে সিকাহ বলেছেন ৷(সহিহাইন হা/নং ৩১৩১,,৩৩০৯,,৩৮৬৫ ইত্যাদি) তারিখুল ইসলাম লিয-যহাবী রাবী নং ৩৭১ তে উনার জীবনী এনেছেন ইমাম যহাবী রহঃ ৷
②মুহাম্মদ বিন আব্দুল্লাহ ثقة বা বিশ্বস্ত ৷(তাহযিবুত তাহযিব,রাবীঃ- ৪৮১, আল-কাশেফ,রাবীঃ ৪৯৮৪)
③আবদান ثقة বা বিশ্বস্ত৷(সিয়ার,রাবী নং ২৬১৬)
④হুরাইম বিন আব্দুল আ'লা ثقة(তাকরীবঃ৭২৮০)
এরপরের সকল রাবীই সহীহুল বুখারী মুসলিমের মশহুর রাবী ৷৷
সহীহ সরীহ এই বর্ননার বিপরীতে আবূ দাউদ ১০৮৮ নং হাদীসে علي باب المسجد বা মসজিদের দরজার উপর শব্দ এসেছে ৷৷
হাদীসটিকে শায়েখ আলবানী রহিঃ মুনকার বলেছেন ৷৷
এর কারণ হচ্ছেঃ-
①সহীহ সরীহ হাদীসে عند المنبر বা মিম্বারের নিকটে শব্দ এসেছে ৷
② হাদীসটি যুহরী রহঃ থেকে সর্বমোট ৭ জন বর্ননা করেছেন ৷৷ কিন্তু একমাত্র মুহাম্মদ বিন ইসহাক ব্যতিত অন্য কেউ ই علي باب المسجد বা মসজিদের দরজার উপর কথাগুলো বর্ননা করেন নি ৷ অর্থাৎ, মুহাম্মদ বিন ইসহাক এক্ষেত্রে একক ৷৷
আর, মুহাম্মদ বিন ইসহাক হচ্ছেন অত্যাধিক তাদলিসকারী রাবী, ইবনে হাজার রহঃ তাকে চতুর্থ স্তরের মুদাল্লিস বলেছেন ৷(তাবাকাতে মুদাল্লিসিনঃ ১২৫) আর তিনি উক্ত বর্ননাটি عنعنه করেছেন ৷৷ এবং উক্ত বর্ননার কোনো সামা বা শাহিদও নাই ৷
🌺হযরত উসমান রাঃ প্রথম আযানটা চালু করে যদি বিদআত করে থাকেন,তবে নীচের এই হাদীসটার কী হবে??
عَنِ الْعِرْبَاضِ بْنِ سَارِيَةَ قَالَ صَلَّى بِنَا رَسُوْلُ اللهِ صَلَّى اللّٰهُ عَلَيْهِ وَسَلَّم ذَاتَ يَوْمٍ ثُمَّ أَقْبَلَ عَلَيْنَا فَوَعَظَنَا مَوْعِظَةً بَلِيْغَةً ذَرَفَتْ مِنْهَا الْعُيُوْنُ وَوَجِلَتْ مِنْهَا الْقُلُوبُ فَقَالَ قَائِلٌ يَا رَسُوْلَ اللهِ كَأَنَّ هَذِهِ مَوْعِظَةُ مُوَدِّعٍ فَمَاذَا تَعْهَدُ إِلَيْنَا فَقَالَ أُوْصِيْكُمْ بِتَقْوَى اللهِ وَالسَّمْعِ وَالطَّاعَةِ وَإِنْ كَانَ عَبْدًا حَبَشِيًّا فَإِنَّهُ مَنْ يَعِشْ مِنْكُمْ بَعْدِى فَسَيَرَى اخْتِلاَفًا كَثِيرًا فَعَلَيْكُمْ بِسُنَّتِى وَسُنَّةِ الْخُلَفَاءِ الْمَهْدِيِّينَ الرَّاشِدِينَ تَمَسَّكُوا بِهَا وَعَضُّوا عَلَيْهَا بِالنَّوَاجِذِ وَإِيَّاكُمْ وَمُحْدَثَاتِ الأُمُورِ فَإِنَّ كُلَّ مُحْدَثَةٍ بِدْعَةٌ وَكُلَّ بِدْعَةٍ ضَلاَلَةٌ.
ইরবায বিন সারিয়াহ (রাঃ) থেকে বর্ণিতঃ:
তিনি বলেন, রাসূলুল্লাহ (সাল্লাল্লাহু ‘আলাইহি ওয়াসাল্লাম) বলেন, আমি তোমাদেরকে আল্লাহ ভীতির উপদেশ দিচ্ছি এবং তোমাদের আমীরের আদেশ শুনতে ও মান্য করতে উপদেশ দিচ্ছি যদিও তিনি একজন হাবশী গোলাম হোন। কেননা আমার পরে তোমাদের মধ্যে যারা বেঁচে থাকবে, তারা সত্বর বহু মতভেদ দেখতে পাবে। তখন তোমরা আমার সুন্নাতকে এবং সুপথপ্রাপ্ত খুলাফায়ে রাশেদ্বীনের সুন্নাতকে আঁকড়ে ধরবে। তাকে কঠিনভাবে ধরবে এবং মাড়ির দাঁত সমূহ দিয়ে কামড়ে ধরে থাকবে। সাবধান! দ্বীনের মধ্যে নতুন সৃষ্টি হতে দূরে থাকবে। কেননা (দ্বীনের ব্যাপারে) যেকোন নতুন সৃষ্টি হল বিদ‘আত এবং প্রত্যেক বিদ‘আত হল পথভ্রষ্টতা’ (আহমাদ, আবুদাঊদ, তিরমিযী, ইবনু মাজাহ, মিশকাত হা/১৬৫)।
ঊপদেশ, হাদিস নং ১৭২
হাদিসের মান: সহিহ হাদিস
Source: আল হাদিস অ্যান্ড্রয়েড অ্যাপ, IRD
22/10/2025
আল্লাহ তা'আলাই পৱিত্ৰ ক্বুৰ'আনুল কাৰীমত কৈছেঃ_
নবী আৰু মু'মিনহঁতে মুশ্বৰিকহঁতৰ বাবে ক্ষমা প্রার্থনা কৰা উচিত নহয়, লাগিলে সিহঁত নিজৰ আত্মীয়-স্বজনেই নহওক কিয়, যেতিয়া এয়া স্পষ্ট হৈ গৈছে যে, সিহঁত জাহান্নামী। ( ক্বুৰ'আনঃ৯ঃ১১৩)
#বিঃদ্ৰ আয়াত নং ১১৩: কোনো অমুছলিমৰ হিদায়তৰ বাবে দুআ কৰা বৈধ। কিন্তু যিসকল লোকে ইছলাম গ্ৰহণ কৰা নাই তথা কুফৰীৰ অৱস্থাত অর্থাৎ আল্লাহ আৰু তেওঁৰ একত্ববাদ, তেওঁৰ ৰছুল আৰু পৰকালৰ প্রতি অবিশ্বাস লৈ মৃত্যুবৰণ কৰিছে তেওঁলোকন বাবে পৰকালীন জীৱনত ক্ষমাপ্রাপ্তি আৰু স্বর্গপ্রাপ্তিৰ দুআ কৰা বৈধ নহয়। ৰছুলুল্লাহ (ছঃ) এ তেখেতৰ খুৰাক আবু তালিবৰ বাবে ক্ষমা প্রার্থনা কৰি থাকিব। বুলি সংকল্প কৰিছিল। একেদৰে অইন কিছুমান মুছলমানেও তেওঁলোকৰ কাফিৰ আত্মীয়-স্বজনৰ বাবে ক্ষমা প্রার্থনা কৰিবলৈ ইচ্ছা প্রকাশ কৰিছিল। কিন্তু আল্লাহ তাআলাই এই আয়াতটো অবতীর্ণ কৰি
মুছলমানসকলক কাফিৰ-মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিবলৈ নিষেধ কৰি দিয়ে।
👉 #নোটঃ মৌলানা মুহাম্মদ আজিজুৰ ৰহমান আলমগঞ্জী চাহাবৰ দ্বাৰা অনূদিত আল-ক্বুৰআনুল কাৰীম নামৰ গ্ৰন্থৰ পৰা তুলি দিয়া হৈছে।
✍️Ali Bhai
18/09/2025
বিশ্বৰ সৰ্ব প্ৰথম বিশ্ব বিদ্যালয়👇👇👇👇👇👇
22/04/2025
যিসকলে সত্যিকাৰ অৰ্থত বিকল্প বিচাৰে!
জায়ো....বাদক এৰি দিব খুজিছে, সিহঁতৰ উচিত তলত উল্লেখ কৰা এপসমূহক অধিক চাপোর্ট কৰা!
১. YouTube-ৰ বিকল্প — Mahfil
২. Facebook-ৰ বিকল্প — Hikmah
৩. Google Chrome ব্রাউজাৰৰ বিকল্প — Kahf Browser
৪. YouTube Kids-ৰ বিকল্প — Kahf Kids
আৰু অনলাইনত সকলো প্ৰকাৰৰ হাৰাম কণ্টেন্টৰ পৰা মুক্ত থাকিবলৈ ব্যৱহাৰ কৰক — Kahf Guard
এই প্লাটফৰ্মবোৰ নতুনকৈ তৈয়াৰ হৈছে, সেয়ে এইবোৰক বহু পুৰণি প্লাটফৰ্মৰ সৈতে তুলনা কৰা উচিত নহয়।
সিহঁতে যথেষ্ট পৰিশ্ৰম আৰু মেধাৰে কাম কৰি আছে।
07/03/2025
চেহৰি আৰু ফজৰৰ আজানৰ সঠিক সময় সম্পৰ্কে উত্তৰ পুৱ ভাৰতৰ আমীৰে শ্বৰীয়তৰ মুছলমান ৰাইজলৈ আহ্বান
বিৰাদৰনে মহতৰম, আচ্ছালামুআলাইকুম, আপোনালোক সকলোৱেই নিশ্চয় অৱগত যে, আমাৰ প্ৰায়বোৰ মছজিদত নামাজৰ স্থায়ী সময় তালিকা আঁৰি থোৱা থাকে৷ যি তালিকাত সূৰ্যোদয়, সূৰ্যাস্তৰ লগতে চুবহে চাদিক আৰম্ভ হোৱাৰ উল্লেখ থাকে৷ বিশেষকৈ ৰমজান মাহৰ কাৰণে ইফতাৰৰ আৰম্ভণি আৰু চেহৰিৰ অন্তিম সময়ৰ উল্লেখ থাকে৷ লগতে নোট দিয়া থাকে যে, সতৰ্কতামূলক সেই সময়ৰ পৰা দুই মিনিট পলমকৈ ইফতাৰ কৰিব লাগে সেইদৰে নিৰ্দিষ্ট সময়তকৈ অলপ আগত চেহৰি খোৱা বন্ধ কৰিব লাগে৷
এতিয়া প্ৰশ্ন আহিল, ফজৰৰ আজান কেতিয়া দিব লাগে? আমাৰ অসমত তালিকাত উল্লেখ থকা চেহৰিৰ শেষ সময়ৰ লগে লগে আজান দিয়া হয়৷ ফজৰৰ আজান দিয়াত কোনোমতে পলম কৰা নহয়৷ কাৰণ আজান নোহোৱালৈকে মানুহে চেহৰি খাই থাকিব৷
আচলতে চেহৰিৰ শেষ সময় অৰ্থাৎ চুবহে চাদিক ফজৰৰ আৰম্ভণিৰ সময় হয়৷ কিন্তু অতি সম্প্ৰতি, দাৰুল উলুম দেওবন্দৰ মুফতিসকলৰ যৌথ বৈঠকত বিস্তাৰিত আলোচনা কৰি সিদ্ধান্ত লোৱা হৈছে যে, যিদৰে চুবহে চাদিকৰ নিৰ্দিষ্ট সময়তকৈ অলপ আগতে চেহৰি খোৱা বন্ধ কৰিব লাগে সেইদৰে চুবহে চাদিক আৰম্ভ হোৱাৰ নিৰ্দিষ্ট সময়তকৈ সতৰ্কতামূলকভাৱে 10 মিনিট পিছত ফজৰৰ আজান দিব লাগে৷ উল্লেখ্য যে, এই মাজৰ দহ মিনিট কিন্তু চেহৰি খোৱাৰ সময় নহয়৷ তেতিয়া চেহৰি খালে ৰোজা নহ'ব৷ গতিকে চেহৰিৰ সময় শেষ হোৱাৰ লগে লগে মাইকযোগে ঘোষণা কৰি দিব লাগে যে, চেহৰি খোৱাৰ সময় শেষ হৈ গৈছে৷ আমাৰ অসমত চেহৰিৰ সময় শেষ হোৱাৰ পাঁচ মিনিটমান পুৰ্বে যিদৰে সতৰ্কতাূলক জাননী দিয়া হয়, এইটো উত্তম পন্থা৷
এইখিনিতে স্পষ্ট হোৱা ভাল যে, আমাৰ ওচৰত থকা নিৰ্ভৰযোগ্য সময় তালিকা যিখনত উল্লেখ থকা চুবহে চাদিক আৰু চেহৰিৰ শেষ সময় অনুসৰি আমি চেহৰি আৰু ইফতাৰ কৰি আহিছো সেইখন সম্পুৰ্ণ শুদ্ধ৷৷ দেওবন্দৰ পৰা প্ৰকাশিত ফতোৱাত যিযো বিষয় আলোচিত হৈছে, সেয়া চেহৰিৰ শেষ সময়ক লৈ নহয়৷ ফজৰৰ আজানৰ সঠিক সময়ক লৈহে৷ তাৰ মুল কাৰণ যিদৰে ৰোজাৰ ক্ষেত্ৰত সতৰ্কতামূলক অলপ আগতে খোৱা-পিয়া বন্ধ কৰি দিব লাগে সেইদৰে আজানৰ ক্ষেত্ৰত চুবেহ চাদিক প্ৰকট হোৱাকৈ সতৰ্কতামুলক দহ মিনিট পলম কৰিব লাগে৷ যাতে আমাৰ নামাজ, ৰোজা, আজান কোনো এটা ঈবাদত সন্দেহৰ আৱৰ্তত নাহে৷
আৰজ গোজাৰ বান্দা
শ্বেখ মহম্মদ ইয়াহইয়া
আমীৰে শ্বৰীয়ত, উত্তৰ পুব ভাৰত
04/03/2025
প্ৰত্যেক বছৰ ৰমজান মাহত মুছলমান সকলৰ আমল চাই বহু অমুছলিমে ইছলাম গ্ৰহণ কৰে । শ্বয়তানে বুদ্ধি উলিয়ালে, ৰমজান মাহত কেনেদৰে মুছলমান সকলৰ মাজত কাঁজিয়া লগাব পৰা যায় ? আৰম্ভ কৰি দিলে তাৰাবীহ নামাজৰ বিতৰ্ক । ছহাবী সকলৰ সময়ৰ পৰা চলি আহা বিছ ৰাকাত তাৰাৱীহকলৈ বিতৰ্ক লগাই দিলে । যাতে অমুছলিম সকলে চাই হাঁহি থাকে যে চোৱা পৱিত্ৰ মাহত মুছলমান বোৰে কিদৰে বিতৰ্ক কৰি আছে ।
আঠ ৰাকাত পঢ়া সকলেওঁ কয় যে বিছ ৰাকাত পঢ়া জায়েজ তাৰ পিছতো কিয় বিতৰ্ক কৰিব আহে বুজি নাপাওঁ । শ্বয়তানী ৱাছৱাছা নহতো কি ? তেখেত সকলে কয় যে তাৰাবীহ আৰু তাহাজ্জুদ একেই নামাজ, যিটো এটা দলিলবিহীন মতবাদ । তাহাজ্জুদৰ ৰাকাত সংখ্যা আঠ ৰাকাতকৈ কম আৰু বেছিওঁ পোৱা যায় । সেইবোৰ বৰ্ণনা নকৰি কেৱলমাত্ৰ আঠ ৰাকাতৰ হাদীছ কিয় বৰ্ণনা কৰে ?
প্ৰকৃততে তাহাজ্জুদ নামাজৰ নিৰ্দিষ্ট ৰাকাত নাই । ৰছুলুল্লাহ ছল্লাল্লাহু আলাইহি ৱাছাল্লামে কেতিয়াবা 4 ৰাকাত, কেতিয়াবা 6 ৰাকাত, কেতিয়াবা 8 ৰাকাত, কেতিয়াবা 10 ৰাকাত, কেতিয়াবা 12 ৰাকাত পঢ়িছিল । বাৰ ৰাকাততলৈ অধিক পঢ়াওঁ জায়েজ । তেখেতে ৰমজান আৰু অনা ৰমজান সকলো মাহতে তাহাজ্জুদ পঢ়িছিল ।
আবু দাউদ শৰীফৰ হাদীছ:
حَدَّثَنَا أَحْمَدُ بْنُ صَالِحٍ، وَمُحَمَّدُ بْنُ سَلَمَةَ الْمُرَادِيُّ، قَالَا: حَدَّثَنَا ابْنُ وَهْبٍ، عَنْ مُعَاوِيَةَ بْنِ صَالِحٍ، عَنْ عَبْدِ اللَّهِ بْنِ أَبِي قَيْسٍ، قَالَ: قُلْتُ لِعَائِشَةَ رَضِيَ اللَّهُ عَنْهَا: بِكَمْ كَانَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يُوتِرُ؟ قَالَتْ:" كَانَ يُوتِرُ بِأَرْبَعٍ وَثَلَاثٍ وَسِتٍّ وَثَلَاثٍ وَثَمَانٍ وَثَلَاثٍ وَعَشْرٍ وَثَلَاثٍ، وَلَمْ يَكُنْ يُوتِرُ بِأَنْقَصَ مِنْ سَبْعٍ وَلَا بِأَكْثَرَ مِنْ ثَلَاثَ عَشْرَةَ". قَالَ أَبُو دَاوُد: زَادَ أَحْمَدُ بْنُ صَالِحٍ:" وَلَمْ يَكُنْ يُوتِرُ بِرَكْعَتَيْنِ قَبْلَ الْفَجْرِ"، قُلْتُ: مَا يُوتِرُ، قَالَتْ:" لَمْ يَكُنْ يَدَعُ ذَلِكَ". وَلَمْ يَذْكُرْ أَحْمَدُ:" وَسِتٍّ وَثَلَاثٍ".
১৩৬২. আব্দুল্লাহ ইবন আবু ক্বইছ (ৰহঃ)ৰ পৰা বর্ণিত। তেখেতে কৈছে: মই হজৰত আইশ্বা (ৰা:)-ক শুধিলোঁ যে, ৰছুলুল্লাহ ছল্লাল্লাহু আলাইহি ৱাছাল্লামে কিমান ৰাকাতৰ দ্বাৰা ৱিতিৰ কৰিছিল ? তেখেতে ক'লে: 4 ৰাকাত আৰু তিন ৰাকাতৰ দ্বাৰা ৱিতিৰ কৰিছিল আৰু (কোতিয়াবা) 6 আৰু তিনি ৰাকাতৰ দ্বাৰা আৰু (কেতিয়াবা) 8 আৰু তিনি ৰাকাতৰ দ্বাৰা, আৰু (কোতিয়াবা) 10 আৰু তিনি ৰাকাতৰ দ্বাৰা, সাত ৰাকাততকৈ কমত তেখেতে ৱিতিৰ সমাপ্ত কৰা নাছিল আৰু তেৰ ৰাকাততকৈ বেছি কৰা নাছিল ।
ইমাম আবু দাউদ(ৰহ:)ই কয় যে- আহমদ বিন আবু ছলিহৰ বৰ্ণনাত এইখিনি বেছি আছে যে- "ৰছুলুল্লাহ ছল্লাল্লাহু আলাইহি ৱাছাল্লামে ফজৰৰ আগত দুই ৰাকাতৰ দ্বাৰা ৱিতিৰ কৰা নাছিল " । মই প্ৰশ্ন কৰিলোঁ- ৱিতিৰ মানে কি ? তেখেত ক'লে- হুজুৰ(ছ:) এই ৰাকাত বোৰ এৰা নাছিল । ইমাম আবু দাউদ(ৰহ:)ই কয় যে- "আহমদৰ বৰ্ণানাত সাত আৰু তিনি ৰাকাতৰ কথা নাই" । (আবু দাউদ,হাদীছ নং ১৩৬২, হাদীছৰ মান ছহীহ)
ওপৰোক্ত হাদীছৰ পৰা বুজা গ'ল-
ক) ৰছুলুল্লাহ ছল্লাল্লাহু আলাইহি ৱাছাল্লামে কেতিয়াবা সাত ৰাকাতৰ দ্বাৰা ৱিতিৰ কৰিছিল অৰ্থাৎ 4 ৰাকাত তাহাজ্জুদ আৰু তিনি ৰাকাত ৱিতিৰ পঢ়িছিল
খ) কেতিয়াবা ন ৰাকাতৰ দ্বাৰা ৱিতিৰ কৰিছিল অৰ্থাৎ 6 ৰাকাত তাহাজ্জুদ আৰু তিনি ৰাকাত ৱিতিৰ পঢ়িছিল
গ) কেতিয়াবা এঘাৰ ৰাকাতৰ দ্বাৰা ৱিতিৰ কৰিছিল অৰ্থাৎ 8 ৰাকাত তাহাজ্জুদ আৰু তিনি ৰাকাত ৱিতিৰ পঢ়িছিল ।
ঘ) কেতিয়াবা তেৰ ৰাকাতৰ দ্বাৰা ৱিতিৰ কৰিছিল অৰ্থাৎ 10 ৰাকাত তাহাজ্জুদ আৰু তিনি ৰাকাত ৱিতিৰ পঢ়িছিল ।
#তাহাজ্জুদ_নামাজ_গোটেই_বছৰ (ৰমজানৰ লগতে অনা ৰমজান মাহতো) পঢ়িব পাৰি । নবীজি(ছ:) য়ে গোটেই বছৰ তাহাজ্জুদ নামাজ পঢ়িছিল ।
দলিল: হজৰত আবু ছালামা (ৰাজিআল্লাহু আনহু)য়ে হজৰত আইশ্বা (ৰাজিআল্লাহু আনহা)ক প্ৰশ্ন কৰিলে - ৰমজানত ৰাছুলুল্লাহ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)ৰ নামাজ কেনে আছিল ? তেখেতে ক'লে, ৰমজান আৰু আনা ৰমজানত তেখেতে 11 ৰাকাতৰ বেছি পড়া নাছিল । তেখেতে চাৰি ৰাকাত পড়িছিলে। ইয়াৰ সৌন্দর্য আৰু দীর্ঘতা সম্পর্কে মোক প্ৰশ্ন নকৰিবা । তাৰ পিছত চাৰি ৰাকাত পড়িছিল । ইয়াৰ সৌন্দর্য আৰু দীর্ঘতা সম্পর্কে প্ৰশ্ন নকৰিবা । ইয়াৰ পিছত তিনি ৰাকাত পড়িছিল । মই প্ৰশ্ন কৰিলোঁ, ইয়া ৰাছুলুল্লাহ! আপুনি ৱিতিৰ পড়াৰ আগতেই টোপনি যায় কিয় ? তেখেতে ক'লে , আইশ্বা মোৰ চকু টোপনী আহে , কিন্তু মোৰ কল্ব জাগ্রত থাকে।
{বুখাৰী,অধ্যায়- তাহাজ্জুদ, বাব- ৰমজান আৰু অনা ৰমজান মাহত নবীজি(ছ:)ৰ ক্বিয়াম, হাদীছ নং 1147}
হাদীছটি আৰু বহু ঠাইত আছে যেনে
ক) ছহীহ মুছলিম,অধ্যায় মুছাফিৰৰ নামাজ,বাব-ৰাতিৰ নামাজ, হাদীছ নং 1723
খ) ছহীহ বুখাৰী, কিতাবুল মানাক্বিব, বাব- নবীজি(ছ:)ৰ চকু টপোনী যায় কিন্তু অন্তৰ টোপনী নাযায় , হাদীছ নং 3569
গ) বুখাৰী,অধ্যায় তাৰাবীহ, হাদীছ নং 2013
ৰমজান মাহত কি কি কৰা উচিত? হজৰত মৌলানা ইলিয়াছ ঘুম্মন
Click here to claim your Sponsored Listing.