Dipa Bora Dutta

Dipa Bora Dutta

Share

Hello everyone
Myself Dipa Bora Dutta�

07/03/2025

সমাজৰ কাৰনে সদায় কিবা এটা কৰাৰ হাবিয়াস মনত সদায় থাকে। কিমান সফল হব পাৰিছো সেইটো মাপকাঠিৰে জুখিব নোৱাৰো যদিও হয়তো তাৰ ফলস্বৰূপেই আপোনালোকৰ আশীৰ্বাদত এই শুভ সংবাদতো পাইছো।সুদুৰ ভবিষ্যতেও যাতে এনেদৰে সদায় আগুৱাই যাব পাৰো আশীৰ্বাদ কৰিব 🙏

Photos from Dipa Bora Dutta 's post 14/02/2025

আজি হেনো প্ৰেমৰ দিন।প্ৰেম এক স্বৰ্গীয় অনুভুতি। প্ৰেমৰ কাৰনে এটা বিশেষ দিন নালাগে। জীৱনৰ প্ৰতিটো মূহুৰ্তত জীবন সঙ্গী জনৰ লগত হাঁহি কান্দোন,কাজিয়া পেচাল এনে ধৰণৰ সৰু সৰু সুখৰ অনুভূতিৰেই সৃষ্টি হয় প্ৰেম নামৰ মধুৰ শব্দটো। তথাপিও প্ৰেমৰ দিন বুলি সকলোকে শুভেচ্ছা জনালোঁ ❤️❤️❤️

Photos from Dipa Bora Dutta 's post 10/02/2025

Sivsagar Diaries💓✨

Photos from Dipa Bora Dutta 's post 02/02/2025
01/02/2025

অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা বিশিষ্ট ৰাজনীতিবিদ তথা যাৰ কৰ্ম ই আচল পৰিচয় আদৰ্শ মাতৃ তথা সুলেখিকা শ্ৰদ্ধাৰ মৃণালিনী দেৱী ডাঙৰীয়ানীৰ সুপুত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি ওপজা দিন। এই বিশেষ দিনটোত তেখেতলৈ অযুত শুভ কামনা যাচিলো 🎂🎁🎈 তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏 যাতে সুদুৰ ভবিষ্যতে ৰাজনীতিৰ ক্ষেত্ৰ খনত আৰু শক্তিশালী ৰূপত থিয় দিব পাৰে সেয়ে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 🙏 তেখেতৰ কৰ্মৰাজী আমাৰ কাৰনে সদায় আদৰ্শ হৈৰব।

30/01/2025

সকলোকে সুপ্ৰভাত জনালোঁ 🙏

05/01/2025

Those who would like to participate, may please contact as given in the details in the caption below:

Photos from Dipa Bora Dutta 's post 30/11/2024

Today is the last day of 3days training program about disable child from NALSA in session court from district legal services authority in the presence of respected resource person retired district & session judge Mr. P chandak , chair person of CWC Mr. Jitu dutta & all the members of legal defence council & respected secretary madam of District Legal Services Authority Mrs. Leena doley .

Want your business to be the top-listed Beauty Salon in Guwahati?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Hatigaon Bishnujyoti Path
Guwahati
781038