Queen Haloi's feeling
feeling
মাকজনীয়ে গান-চান গাব নাজানো।
ৰাতি ১১, ১২ শুব এৰি উৎপাত কৰি থাকিলে
মোৰ বেসুৰা গানকে শুনাই থাকো। তাই বৰ ভাল পায় তাইও আধাফুটা মাতেৰে মোৰ মুখে মুখে আওৰায়
01/07/2026
আশাৰ পানচৈখন
ঘাটতে আৱদ্ধ
এটা বিশাল বৃত্তৰ ভিতৰত
সকলোবোৰ সাঁথৰ
গোৰোহাৰ তলৰ মাটিখিনি
বাৰে বাৰে পিছলি যায়
শিল হৈ পৰা পানীখিনি
গলি গলি শেষ হয়
এটা ৰাতিৰ আন্ধাৰত
সপোনে বাট হেৰোৱাই
স্মৃতিৰ সাচিপাত উৱলি যায়
নিৰৱ ঝংকাৰ
জীৱন
ফিৰিঙতি হৈ
এটা বিন্দুত ওলমি ৰয়
কুইন
My work
Facebook
02/01/2026
❤️❤️
Try Poncho ❤️
Facebook
Click here to claim your Sponsored Listing.