Devoleena.makeupartist

Devoleena.makeupartist

Share

Empowering beauty through artistry & education at Devoleena's Beauty Studio & Academy.Makeup & nail artist Educator.Contact: 7002352324

16/03/2026

প্ৰতিটো কইনাৰ সপোন থাকে নিজৰ বিয়াৰ দিনটোত আটাইতকৈ ধুনীয়া দেখা যাওঁ বুলি।
মোৰ কামটো কেৱল মেকআপ কৰা নহয়…
মোৰ কাম হৈছে সেই সপোনটো বাস্তৱত পৰিণত কৰা।

যেতিয়া কইনাই আয়নাত নিজকে চাই হাঁহে…
সেই মুহূৰ্তটো মোৰ বাবে আটাইতকৈ মূল্যবান। ❤️”

💄 Bridal Makeup by Devoleena Makeup Artist
📞 Bookings: 7002352324

Want your business to be the top-listed Beauty Salon in Golaghat?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Gurucharan Path , Old Amulapatty
Golaghat
785702