welcome to Assam
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from welcome to Assam, Health/Beauty, Guwahati.
08/03/2024
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্ম তথা গুৰুজনাৰ সৃষ্টিৰাজিৰ এক অপূৰ্ব নিদৰ্শন হ'ল মুখা শিল্প। পোন্ধৰ শতিকাত এই মুখাই বিশেষভাৱে ভাওনাৰ অভিনয়ত স্থান পাইছিল৷ অসমৰ পৰম্পৰাগত লোক কলা মুখা শিল্পই সমৃদ্ধ কৰিছে মাজুলীক৷ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাজুলীৰ মুখা শিল্প আৰু সাঁচিপাতৰ চিত্ৰক জি আই টেগ প্ৰদান কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ ইয়াৰ দ্বাৰা গুৰুজনাৰ অনবদ্য অৱদান তথা আমাৰ শিল্পীসকলৰ চহকী কৌশলৰ লগতে দক্ষতা বিশ্ববাসীৰ ওচৰত অধিক জিলিকি উঠিব আৰু ইয়াৰ সুৰক্ষাৰ দিশতো সহায়ক হ'ব৷
Majuli’s Mukha Shilpa traces its origins to Srimanta Sankardev, who used arts as medium for Bhakti.
My gratitude to Hon’ble Prime Minister Shri Narendra Modi Ji for granting the GI tag to the region’s mask & manuscript paintings.This will protect the rich skills of our artists.
16/11/2023
Kaziranga national park 🏞️ open 👐😺
09/11/2023
Click here to claim your Sponsored Listing.