Porag Jyoti Gogoi
জয় জুবিন দা ❤️
#JusticeForZubeenGarg
জয় আই অসম ❤️
প্ৰিতিৰ সুবাসে❤️🥹 জয় জুবিন দা
15/02/2026
মইও আজি পৰামর্শ আগবঢ়ালো ।মাননীয় #মূখ্যমন্ত্ৰী মহোদয় #জুবিন দাই নিৰ্বাচনৰ আগত ন্যায় পাবনে ?
Himanta Biswa Sarma
Black Day 🪖🖤🇮🇳
#মূখ্যমন্ত্ৰী
ভাল দিছে কিন্তু নিতুমনি দা ✅
CMO Assam
Himanta Biswa Sarma
Jayanta Mallabaruah
BJP Assam Pradesh Bharatiya Janata Party (BJP)
09/02/2026
এটা শব্দত প্ৰকাশ কৰা ,
"মিচলীয়া আৰু চোৰ নামেৰে জনাজাত যি ৰাজনৈতিক দল - ভাৰতীয় জনতা পাৰ্টী "
07/02/2026
"চোৰেহে চোৰৰ ঠেং দেখে" বুলি কথা এষাৰ আছে নহয় Simanta Shekhar ডাঙৰীয়া ঠিক তেনেকৈ আপুনিও চুৰে হে চুৰৰ লগ দিছে । আপুনি গান চুৰ আৰু BJP ভোট চোৰ । আপুনি গণ শিল্পী প্ৰয়াত ৰাজীৱ শদিয়া দেৱৰ জিলেলে জিলেলে গানটো চুৰ কৰা নাছিল জানো ।
নমস্কাৰ মই এজন এই খন অসমৰে অসমীয়া ডেকা , এই অসমৰে এজন খেতিয়কৰ পুত্ৰ। মই কোনো ৰাজনৈতিক দলৰ নেতা নহয় ,মই কোনো মিঞা (বাংলাদেশী)ৰ সমৰ্থক নহয় ।
#কথা হʼল যি খন #চৰকাৰে যি জন #মূখ্যমন্ত্ৰী য়ে চিঞৰি আছে #বাংলাদেশী খেদক অসম বচাওক #মিঞা খেদক #অসম বচাওক , সেই খন চৰকাৰেই সেই জন মূখ্যমন্ত্ৰীয়ে আকৌ প্ৰতি খন উৰণীয়া সেতু , প্ৰতি খন দলংৰ কাম, প্ৰতিটো ৰাষ্টাৰ কাম , প্ৰতিটো ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানৰ কাম #মিঞা ক লগত লৈ কৰি আছে । যোৰহাট চহৰৰ মাজত যি খন উৰণীয়া সেতু বনাই আছে তাত কাম কৰি থকা ৮০% মিঞা আছে , #যোৰহাট - #মাজুলী সংযোগী সেতু খনৰ কামো মিঞা কেই কৰাই আছে ।
ৰাইজ এতিয়া আপোনালোকেই কওক মিঞাক আশ্ৰয় কোনে দি আছে ?
যি দিনা খন আমাৰ অসমৰ প্ৰতিজন ডেকাক উচ্ছিত মূল্য দি প্ৰতিটো কামতে নিয়োজীত কৰিব সেই দিনাৰ পৰাই বহিৰাগত লোকে #অসম এৰি যাবলৈ বাধ্য হব , সেই দিনাৰ পৰাই অসমৰ বাহিৰত হাজিৰা কৰি থকা প্ৰতি জন অসমীয়া ডেকা অসমলৈ ঘূৰি আহিব । হয়টো তেতিয়া কোনো #অসমীয়া ডেকা কৰ্মৰ বাবে বাহিৰলৈ গৈ মৃত্যুক সাবটি লব লগা নহব ।
১০০০০ হাজাৰ টকাত বিক্ৰী হৈ যোৱা একাংশ মহিলাৰ কোনো বিশ্বাস নাই ।
নমস্কাৰ বাইদেউ সকল মই এজন সাধাৰন খেতিয়কৰ পুত্ৰ ছয় মাহ খাই ছয় মাহ নোজোৰে , এজন দিন হাজিৰা কৰা লʼৰা হিচাপে বহু খিনি কথা অনুভৱ কৰিব পাৰিছো । আপোনালোকৰ দৰে মোৰ ঘৰটো পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া দহ হাজাৰ টকা । কিন্তু আপোনালোকে পোৱা সেই ১০০০০ টকাটো কʼৰ পৰা পাইছে এবাৰ মন কৰিছে নে ?এজন দিন হাজিৰা কৰা মানুহে ঘৰ খন পালিবলৈ কিমান কষ্ট হৈছে এবাৰ মন কৰিছে নে ? আগতে এজন খেতিয়কে ২৫০ টকা হাজিৰা কাম কৰি যিমান সুন্দৰ কৈ পৰিয়ালটো চলাই আছিল এতিয়া ৪০০-৫০০ টকাইও চলাব নোৱাৰা অৱস্থা হৈ পৰিছে । তেতিয়া এক কেজি চাউলৰ দাম ৫০-৬০ টকা , এক লিটাৰ মিঠাতেলৰ দাম ২৫০-৬০ টকা নাছিল । প্ৰতি গৰাকী মহিলাই নিজৰ স্বামী বা নিজৰ লʼৰা জনক এবাৰ সুধি চাব চোন ঘৰ খন চলাবলৈ কিমান কষ্ট হৈছে । আপোনালোকক ১০০০০ দিছে মোৰ তাত কোনো আক্ষেপ নাই কিন্তু প্ৰতিটো সামগ্ৰীৰ উচ্চিত মূল্য লৈ দিয়া হলে কব লগা একো নাছিল । আপোনালোকৰ মূল্য ১০০০০ টকা নহয় , আপোনালোকৰ সন্মান ১০০০০ লগত মিলাই নিদিব ।
#শান্তি
জয় জুবিন দা ❤️🙏
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
785006