Ritumoni Gogoi
নমস্কাৰ, মোৰ মৰমৰ পেজ টি আপোলোক সকলোকে আন্তৰিক স্বাগতম জনাইছো ♥♥♥ I am helping hand as a simple Home maker and Sital Pati Product Retailer .
10/06/2026
Good morning everyone🌷
Breakfast enjoying today
05/06/2026
Good morning☕
05/06/2026
With Imoni dutta – I just got recognized as one of their top fans! 🎉
Papaya tree😊
04/06/2026
পাণৰ পুলি
তামোলৰ গছত পাণৰ পুলি😊
তামোলৰ গছত পাণৰ পুলি বগাই দিয়া অসমৰ এক পৰম্পৰাগত কৃষি পদ্ধতি। পাণৰ লতা তামোল গছক আশ্ৰয় কৰি ওপৰলৈ বাঢ়ে আৰু কম ঠাইতেই ভালদৰে বৃদ্ধি পায়। সেয়ে এই পদ্ধতিয়ে আমিও সুন্দৰকৈ বাৰীখনো সেউজীয়া আৰু মনোমোহা কৰি তোলা প্ৰয়াস কৰোঁ😊
03/06/2026
"প্ৰকৃতিৰ বুকুত"
প্ৰকৃতিৰ বুকুত বহি শুনো বতাহৰ মিঠা গীত,
পাতৰ ফাঁকে ফাঁকে বাজে জীৱনৰ অমৃত সুৰ৷
সেউজীয়া বননি জুৰি নাচে ৰ'দৰ সোনালী ৰং,
নদীৰ কলকল ধ্বনিয়ে জগায় হৃদয়ত নতুন ঢং।
ফুলে ফুলে হাঁহি বিলায়, সুগন্ধে ভৰে চাৰিওফাল, পখিলাই ডেউকা মেলি লিখে আকাশত সপোন জাল।
পাহাৰৰ নীৰৱ ছাঁয়াত মিলি যায় মনৰ ক্লান্তি,
প্ৰকৃতিৰ বুকুত বিচাৰি পাওঁ শান্তি,
প্ৰেম আৰু অনন্ত ভান্তি।
আহক সকলোৱে ৰক্ষা কৰোঁ এই ধৰণীৰ অমূল্য ধন, প্ৰকৃতি সুস্থ থাকিলেহে সুন্দৰ হ'ব আমাৰ জীৱন। 🌿🌸🎃
#কবিতা
Click here to claim your Sponsored Listing.
Category
Website
Address
Jorhat
785001