MONPA
Entrepreneur
"মনপা ফুড প্ৰডাক্টচন"ৰ ফালৰ পৰা অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ ওলগ জনালোঁ ।
12/09/2023
CUSTOMER
18/05/2023
ভোট জলকীয়া আচাৰ ।
04/05/2023
নতুন সংযোজন "মনপা" আচাৰ এতিয়া পেকেটত উপলব্ধ ।
15/04/2023
অসমীয়া নৱবৰ্ষৰ লগতে অসম বাসী ৰাইজলৈ 'মনপা' ফালৰপৰা ৰঙালী বিহুৰ ওলগ জনালোঁ ।
13/04/2023
সৰুয়ে হওঁক ডাঙৰ, ফেক্টৰী এটা আৰম্ভ কৰিবলৈ যাওঁতে তাক বিভিন্ন বিভাগত বিভিন্ন মানুহৰ প্ৰয়োজন হৈ পৰে । যেনে ধৰক ৰ' মেটেৰিয়েল চাপ্লাই দিয়া , প্ৰডাক্টচন চোৱাচিতা কৰা , হিচাপৰ সংৰক্ষণ পেকেটিং ,লেভেলিং , মাৰ্কেট, আৰু তাতোকৈ ডাঙৰ কথা হ'ল গ্ৰাহকৰ সন্তুষ্টি ! মেচিনেৰী কথাবোৰতো থাকেই । প্ৰত্যেক জন ব্যৱসায়ীৰে পইছাৰ সমস্যাটো আহেই কোনেয়েও ক'ব নোৱাৰে ' মোৰ ব্যৱসায়ত পইছাৰ অভাব নাই হোৱা বুলি । কোনোবাই কম টকাৰে ব্যৱসায় এটি আৰম্ভ কৰে আৰু কোনোবাই পৰিকল্পনা কৰি এটি বাজেট নিৰ্ধাৰণ কৰি লয় কিন্তু তাতো কিন্তু সমস্যায়ে দেখা দিয়ে ..! আটাইতকৈ ডাঙৰ কথা হ'ল এই গোটেই বোৰ কথা কাম যদি এটা বা দুটা মগজুৰ দ্ধাৰাহে সম্পন্ন কৰিব লগা হয় তেতিয়া আৰম্ভণিতে হ'লে কিছু ধৈৰ্য ধৰাৰ প্ৰয়োজন থাকে । একেদিনাতে সকলো সম্ভপৰ হৈ নুঠে । এদিন দুদিনকৈহে বালিখিনি তিয়াই থাকিলেহে পানী জমা হ'ৱগৈ । নহ'লে শুকান বালি তিয়াই থকাটো জানো বৰ সহজ কথা । ইচ্ছা আৰু একাগ্ৰতা যদি নাথাকে..?! । মোৰ বাবে এতিয়া সময় হ'ল ধৈৰ্য ধৰাৰ । আবেগৰ সৈতে নিজকে বান্ধি ৰাখি কৰ্মখিনি কৰি যোৱাৰ । জীৱনটো এনেয়ো ধৈৰ্য ধৰিয়েই কটালো বাকী থকা সময়খিনিয়ো যুঁজি চাওঁচোন কিনো হয় । অৱশ্যে এতিয়ালৈকে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম ধেইৰ বুটিবলৈ সুযোগ পাইছোঁ । মোৰ বাবে জীয়াৰ থকাৰ সেইয়াও এক নতুন প্ৰেৰণা থ'ল । ভাল হওঁক অসমবাসী ৰাইজৰ সমুহৰে। ' মনপা' ক আদৰি লোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ । যি সকলে এতিয়াও আদৰা নাই তেওঁলোকলৈ অতি আদৰৰে বাট চায় ৰ'লো ।
মনপা লৈ স্বাগতম জনাইছোঁ আপোনাক ।
Click here to claim your Sponsored Listing.
Contact the business
Telephone
Website
Address
784180
Opening Hours
| Monday | 8am - 9:30pm |
| Tuesday | 8am - 9:30pm |
| Wednesday | 8am - 9:30pm |
| Thursday | 8am - 9:30pm |
| Friday | 8am - 9:30pm |
| Saturday | 8am - 9:30pm |
| Sunday | 10am - 2pm |