nrityanjali dance academy darang

nrityanjali dance academy darang

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from nrityanjali dance academy darang, Health/Beauty, Chittagong Division.

08/01/2023

"নৃত্যাঞ্জলি ডান্স একাডেমী" দৰংৰ সপ্তম বৰ্ষপুতি অনুষ্ঠানৰ লগত সংগতি ৰাখি অহা ১৪ নবেম্বৰ২০২৩ তাৰিখে শিশু দিৱস উপলক্ষে "শিশুশিল্পী বঁটা –২০২৩ " ৩, তিনিজনক,, শিশুশিল্পী সন্মান -২০২৩"১০০ এশজনক,, নৃত্যশিল্পী সন্মান- ৫ পাঁচজনক প্ৰদান কৰা হ‘ব।

শিশুশিল্পী সন্মান –২০২৩"ৰ বাবে আপোনাৰ শিশুটিৰ যিকোনো প্ৰতিভাৰ ভিডিঅ' আৰু একপি সুন্দৰ ফটো আমাৰ WhatsApp- 6002378571 নম্বৰত পঠিয়াব পাৰে।

অহা ১৪ নবেম্বৰ/২০২৩ শিশু দিৱসৰ দিনা দৰং জিলাৰ ৫০ জন প্ৰতিভাবান শিশুক "শিশু শিল্পী সন্মান –২০২৩" প্ৰদান কৰা হব।

সবিশেষ জানিবলৈ - 6002378571 নম্বৰত যোগাযোগ কৰিব।

শিশুশিল্পী সন্মান ২০২৩

১/ নিহাৰীকা বৰা

07/01/2023

"নমস্কাৰ"

"নৃত্যাঞ্জলি ডান্স একাডেমী" দৰংৰ সপ্তম বৰ্ষপুতি অনুষ্ঠানৰ লগত সংগতি ৰাখি অহা ১৪ নবেম্বৰ২০২৩ তাৰিখে শিশু দিৱস উপলক্ষে "শিশুশিল্পী বঁটা –২০২৩ " ৩, তিনিজনক,, শিশুশিল্পী সন্মান -২০২৩"১০০ এশজনক,, নৃত্যশিল্পী সন্মান- ৫ পাঁচজনক প্ৰদান কৰা হ‘ব।

শিশুশিল্পী সন্মান –২০২৩"ৰ বাবে আপোনাৰ শিশুটিৰ যিকোনো প্ৰতিভাৰ ভিডিঅ' আৰু একপি সুন্দৰ ফটো আমাৰ WhatsApp- 6002378571 নম্বৰত পঠিয়াব পাৰে।

অহা ১৪ নবেম্বৰ/২০২৩ শিশু দিৱসৰ দিনা দৰং জিলাৰ ৫০ জন প্ৰতিভাবান শিশুক "শিশু শিল্পী সন্মান –২০২৩" প্ৰদান কৰা হব।

সবিশেষ জানিবলৈ - 6002378571 নম্বৰত যোগাযোগ কৰিব।

04/01/2023

এটি সুন্দৰ নৃত্য চাওঁক আপোনালোকে।

Want your business to be the top-listed Beauty Salon in Chittagong Division?
Click here to claim your Sponsored Listing.

Category

Website

Address

Chittagong Division