Studio Apsara

Studio Apsara

Partager

Informations de contact, plan et itinéraire, formulaire de contact, heures d'ouverture, services, évaluations, photos, vidéos et annonces de Studio Apsara, Beauté, cosmétiques et remise en forme, Democratic Republic of the.

03/06/2026

Celebrating my 4th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

01/06/2026

Any beauty service Dm me
📌 Agyathuri near Majid

30/05/2026

Any beauty service cl📞7002594285

29/05/2026

Apsara unisex salon Agyathuri near Majid
Any service 📞7002594285

20/12/2025

✨চুলি বুন হৈছে এক শৈলী যি আপোনাৰ চুলিকে সুন্দৰ আৰু সজল ৰূপত উপস্থাপন কৰে। চুলি বুনে আপোনাৰ ব্যক্তিত্বক অধিক আৰামদায়ক আৰু সজীৱ কৰি তোলে। ইয়াৰ সৈতে বিভিন্ন ধৰণৰ বুন, কুঁহি, বা আধুনিক ডিজাইন যোগ কৰি আপোনাৰ স্টাইলক সম্পূৰ্ণ ৰূপত নতুন ৰূপ দিব পাৰে। আমাৰ সৈতে থাকক আৰু জানক চুলি বুনৰ অনন্য শৈলীসমূহ! ✨

29/11/2025

Amar kotha �

21/09/2025

কোনে লিখিছে নাজানো , Copy -paste কৰিলোঁ৷ কথাখিনি পঢ়ি জুবিন দাৰ মাতটো বুকুত বাজি উঠিল৷

#জুবিন_আহিছে......

জুবিন পালেই আৰু গুৱাহাটী ৷ বেছি সময় নাই ৷ আহিয়েইতো একদম হুলস্থুল লগাই দিব,

~~~অই কি হ'ল তহঁতৰ ? চিতা ৰেডি হোৱাই নাই নেকি মোৰ বাবে ?

~~~আবে, সেইবাবেইতো মই কওঁ, দুই পেগ দি ল'ব লাগে ৷ কাম কৰাৰ বাবে এনাৰ্জি আহি যায় ৷ হাঃ হাঃ হাঃ....নাই নাই মদ বেয়া বস্তু ৷ খাব নালাগে ৷ ময়ো কমাইছো আজিকালি ৷ বহুত কমাইছো ৷ আগতে বহুত খালো ৷

~~~আৰু তহঁতে জানই দেখোন মই নিশাচৰ মানুহ ৷ সেইবাবেই এইবাৰ একদম এন্ধাৰ হৈ আহিছো ৷ ইমানগাল চাকি, মমবাতি জ্বলাই লৈ আহিব লাগে নে বাৰু তহঁতে ? আৰে জানই দেখোন, মই এন্ধাৰ ভালপাওঁ...I love it...I enjoy it...

~~~একেবাৰে গোটেইগাল মানুহ আহি এয়াৰপৰ্ট পাইছহি যে ? আৰু ইমানগাল ফুল কিয় আনিছ' ? ফুল নোহোৱা হৈ যাব দেখোন অসমত ৷ তহঁতে জানই দেখোন, I love nature, মই একদম জংঘলী মানুহ ৷ হাবিত থাকি ভালপাওঁ ৷ ফুল ছিঙিলে ভাল নালাগেতো ৷ ফুল ফুলি থাকিব দে নিজৰ জেগাত ৷ ৰ'দৰ ফুল ৷

~~~তাতকৈ নাহৰৰ পুলি লৈ আন ৷ সকলোৱে মিলি মোক জ্বলাই দিয়াৰ আগত নাহৰ ৰুই দিওঁ আহ ৷ নাহৰৰ অৰণ্য বনাই দিওঁ ৷

~~~এদিন নাহৰ গছবোৰ ওখ হৈ যাব ৷ নাহৰৰ গছত উঠিবি ৷ মোক ওচৰৰ পৰা দেখিবি ৷

~~~আৰু তহঁতে এনেকৈ কান্দি কিয় আছ' অই ? পাগল হলি নেকি ? সাগৰৰ তলিত শুই আহিছো ৷ পানীবোৰহে বেছিকৈ সোমাই গ'ল নাকে-মুখে এইবাৰ ৷ হ'ব দে একো নাই ৷ হৈ য়ায় কেতিয়াবা...It happens...Don't worry.

~~~চাওঁ... চাদা অকণ দেচোন কোনে বনাইছ' ৷ মোৰ হাত একদম ঠাণ্ডা কৰি দিছে সাগৰে ৷ চাদাৰ জোৰেই নুঠিব ঘেণ্টা ৷ ওপৰলৈ গৈ আকৌ চাদা ভাগত পাওঁনে নাই বা ৷ ইয়াত অকল গৰীমাৰহে শাসন চলে ৷ তাতে এফালে জংকীয়ে ধৰিব, এফালে মাই ধৰিব ৷ হৈছে আৰু কেলা চাদা খোৱা মোৰ ৷

~~~বাকী বিনদাচ একদম ৷ দূৰ্গাপূজা আহি আছে ৷ ৰঙীণ কাপোৰ-চাপোৰ চবেই লবি হা ৷ মানুহ একদম Colourful হৈ থাকিব লাগে... I love colour...পেনপেনাই কান্দি কান্দি পূজা বৰবাদ নকৰিবি আৰু ৷ সদায় এনজয় কৰি থাকিব লাগে ৷

~~~কাম বাকী ৰৈ গ'ল বাৰু অলপ ৷ "ৰৈ ৰৈ বিনালে"খন ৰিলিজ কৰিব ৰৈ গ'ল ৷ এইখন মানে একদম মিউজিকেল ফিল্ম....first time in Assam...মই নিজে আছো, বাকী ইহঁতবোৰো আছে ৷ চবেই চাবি হা ৷ অসমীয়া চিনেমা ৷ চাব লাগে ৷ মৰম দিব লাগে ৷ বাকী কি ক'ম আৰু.... Love you all...তহঁতবোৰৰ লগত এইখিনিলৈয়েই আছিল আৰু ৷ উপায়

16/09/2025

Seminar Final looks✨

Site Web

Adresse


Democratic Republic Of The