Zubeen da Die Hearts Fan All Assam
please flowe and share
31/01/2026
জুবিন ক্ষেত্ৰত চুৰ ওলাইছে । জুবিন দালৈ ৰাইজে আগবঢ়াই থৈ যোৱা শৰাই , গামোচা, গীটাৰ, keyboard আদি চুৰ কৰি লৈ গৈছে । চুৰ হৈছে নিজকে জুবিন গাৰ্গৰ ঘনিষ্ঠ বুলি জহাই ফুৰা চিৰঞ্জীৱ কাশ্যপ নামৰ এজন ভুৱা অনুৰাগী । গৰিমা বৌয়েও ইতিমধ্যে সকলোবোৰ গম পাইছে ।
05/08/2023
মংগলদৈ আহি আছোঁ আজি
27/06/2022
বানৰ কৱলত সমগ্ৰ ৰাজ্য আজি । এই বিপদৰ সময়ত আমাৰ মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আহ্বান মৰ্মে আমি জুবিন গাৰ্গ ফেন ক্লাবে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ সহযোগত কিছু সকাহ আৰু সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ । বানাক্ৰান্ত ৰাইজৰ বাবে কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়াবলৈ প্ৰাৰ্থনা কৰিলোঁ, আপোনাৰ এই সহায়ৰ জৰিয়তে আমাৰ এই পদক্ষেপটি সাফল্যমণ্ডিত কৰাৰ লগতে বানাক্ৰান্ত ৰাইজ যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলি আমি আশাবাদী ।।
তলত উল্লেখিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ বেংক একাউণ্টত সহায় আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ --------
KOLAGURU ARTIST FOUNDATION
A/C 215101000145
IFSC CODE: ICIC0002151
ধন্যবাদেৰে -
কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু জুবিন গাৰ্গ ফেন ক্লাব অসম ।।
Zubeen Garg
Kalaguru Artiste Foundation
জোকৰ মুখত চূণ দিয়া ইয়াকে কয়☺️☺️☺️
#জুবিন_দাৰ সন্মুখন সেই গীতটি কি সুন্দৰ কণ্ঠত, কি নৃত্য ভংগীমাত🙏🤔আজি দাদা নিজেই আচৰিত দেই 🙏
বিহু কেইদিন পাতিব সেইটো মন্ত্ৰী-বিধায়কে ক’ব নালাগে'
▶️ 'বিহু ৰাইজৰ, গতিকে ৰাইজে বিহু এদিনো পাতিব পাৰে, এমাহো পাতিব পাৰে৷'
চিধা কথা 🤣🤣🤣🤣
18/11/2021
জন্মদিনৰ বহুত বহুত শুভেচ্ছা যাছিলোঁ জুবিন দা💐💐💐
🎂
19/08/2021
Please share ❤️
I❤️Guwati
Click here to claim your Sponsored Listing.
Category
Website
Address
Darrang
784529