Namoni Axom24×7

Namoni Axom24×7

Share

ধেমালি, সামাজিক উন্নয়ন

02/05/2026

News Liveৰ এই সমীক্ষা কেনেকৈ গ্ৰহণযোগ্য হ'ব পাৰে| সমীক্ষাৰো এটা গ্ৰহণযোগ্যতা থাকিব লাগে| নিউজ চেনেল এটাই সদায় নিৰপেক্ষ ভূমিকা পালন কৰিব লাগে| নিউজৰ নামত দালালি বন্ধ হ'ব লাগে| চৰকাৰ কাৰ হয় হওক কিন্তু সমীক্ষাটো কমচেকম নিৰপেক্ষ আৰু সৰ্বসাধাৰণ ৰাইজৰ ওচৰত গ্ৰহণযোগ্য হোৱাৰ দৰকাৰ|

16/03/2026

সোপাধৰা বুলি সন্দেহ কৰি ৰাইজে আটক কৰিছিল, যোৱা ৰাতি প্ৰায় ১০ টান বজাত, মোৰ ঘৰৰ সন্মুখতে, পিছে তালাচী কৰি বুজি পালোঁ মানুহজন মানসিক ভাৰসাম্যহীন বুলি| কোনেও যাতে মাৰধৰ নকৰে অনুৰোধ জনালোঁ|

01/02/2026
Photos from Namoni Axom24×7's post 23/12/2025

বাংলাদেশৰ দিপু হত্যাক লৈ এইজনে এটি আৱেগিক পোষ্ট কৰিছে, কাষতে চাওক কৰবাৰ পৰা বান্দৰ এটা টপকি আবোল তাবোল বকি আছে, আচলতে সি কি লিখিছে , কিয় লিখিছে একো বুজা নাই, মাথোন হাতত এন্ড্ৰইড ফোন এটা আছে, ফোনত ফেচবুক চলাওঁতে তো যোগ্যতাৰ দৰকাৰ নাই সেয়ে যি ইচ্ছা তাকে টিপি আছে, এতিয়া এনে লাগিছে দিনক দিনে সামাজিক মাধ্যমত বান্দৰ আৰু ছাগলীৰ সংখ্যাই বেছি হৈ আছে ,,
অৱশেষত এটাই কথা কও যাৰ মানৱতা নাই তাৰ কোনো ধৰ্ম নাই, ধৰ্মই প্ৰকৃত মানুহ হোৱাত সহায় কৰে, বাংলাদেশৰ ঘটনা মানৱতা বিৰোধী অমানৱীয়, উচিত তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক বাংলাদেশ চৰকাৰে|

15/12/2025

কথাখিনি সঁচা দেই বন্ধুসকল

15/12/2025

Binapani Theatre at Medortari first night on 15-12-2025

02/01/2024

অহা 16 জানুৱাৰী/2024 তাৰিখত মেদৰটাৰী খেলপথাৰত বিৰাট ধৰ্মীয় জলছাত আহি আছে সুদূৰ বাংলাদেশৰ পৰা দুজন খ্যাতিমান বক্তা

16/12/2023

My daughter, Sang a Gajal at Madortari Dharmiya Jalsa

01/12/2023

At Medortari School field

Want your business to be the top-listed Beauty Salon in Dhubri?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Dhubri
783330