Mighty MUM Rupjyoti
Beauty entrepreneur, Trained and certified skin care consultant, Daily well-being,Lifestyle, parenting and my Pregnancy Journey
20/05/2026
Work From Home মানে কেৱল income নহয় — ই মানে জীৱনটো নিজৰ মতে জীয়াই থকা।
এফালে মই মোৰ career গঢ়িছোঁ, আনফালে মোৰ দুয়োটা সন্তানক ডাঙৰ কৰিছোঁ।
ভাল মা হ’বলৈ সপোন ত্যাগ কৰিব নালাগে — সঠিক সুযোগ পালেই দুয়োটা সম্ভৱ।
Work from home ৰ বাবেই আজি মই দুয়োটা role সুন্দৰকৈ পালন কৰিব পাৰিছোঁ। 🙏
16/05/2026
"Without your own income, your voice is rarely heard. Dependence always comes with a price. Take control of your future by joining our business. Earn, empower yourself, and enjoy your freedom."
আজিৰ Novage+ Live Skincare Session সম্পূৰ্ণ 🔥
2 মিনিটতে Parlour Glow কেনেকৈ পায় – নিজে চাওক ✨
May Month-ৰ 2nd Batch আৰম্ভ হৈছে।
আপুনিও যদি নিজৰ Skin Transform কৰিব বিচাৰে + ঘৰৰ পৰা Income কৰাৰ সুযোগ ল’ব বিচাৰে 👇
Next FREE Demo Session-ত Join কৰিবলৈ এতিয়াই Comment-ত GLOW লিখক
নাইবা DM কৰক SKINCARE বুলি 💌
07/05/2026
Grace meets grind. Tradition in my style, ambition in my work.
02/05/2026
"সপোনবোৰ বাস্তৱ কৰিবলৈ এতিয়া আৰু বাহিৰলৈ ওলাই যোৱাৰ প্ৰয়োজন নাই! 🌸
নমস্কাৰ, মই ৰূপজ্যোতি শইকীয়া। যোৱা ৬ বছৰ ধৰি ঘৰৰ দায়িত্ব আৰু দুটা সন্তানৰ লালন-পালনৰ লগতে Oriflame-ৰ সৈতে কাম কৰি মই আজি এজনী সফল আৰু স্বাৱলম্বী মহিলা। ঘৰত বহিয়েই মই মাহিলী ২৫,০০০ - ৩০,০০০ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ।
আপুনিও যদি এগৰাকী হাউচৱাইফ, ছাত্ৰী বা কৰ্মৰত মহিলা আৰু নিজৰ আজৰি সময়খিনি ব্যৱহাৰ কৰি আৰ্থিকভাৱে স্বতন্ত্ৰ হ’ব বিচাৰে, তেন্তে আহক আমাৰ সৈতে যোগ দিয়ক। মই আপোনাক হাতত ধৰি আগুৱাই লৈ যাম।
✅ সুবিধা সমূহ:
• কোনো নিৰ্দিষ্ট সময়ৰ বাধ্যবাধকতা নাই।
• ঘৰৰ পৰাই কাম কৰাৰ সুবিধা।
• ফ্ৰী ট্ৰেইনিং আৰু সম্পূৰ্ণ সহায়।
আজিৰ পৰাই আপোনাৰ নতুন যাত্ৰা আৰম্ভ কৰক! 🚀
📞 যোগাযোগৰ নম্বৰ: 8399954204
আহক, একেলগে আগুৱাই যাওঁ আৰু নিজৰ পৰিচয় গঢ়োঁ। ✨"
06/04/2026
মুখৰ বয়সৰ ছাপ আৰু নিস্তেজতা লৈ চিন্তিত নেকি? এই বিহুৰ অফাৰত লওক Novage+ Combo আৰু ঘূৰাই আনক আপোনাৰ হেৰুৱা উজ্জ্বলতা! ✨
নিজৰ বাবে এজোৰ দামী কাপোৰ লৈ আলমাৰীত জমা কৰাতকৈ, নিজৰ মুখখনক দিয়ক এক নতুন প্ৰাণ। এই কম্বো অফাৰটোৱে আপোনাৰ ছালৰ ক’লা দাগ আঁতৰাই আপোনাক কৰি তুলিব অধিক আত্মবিশ্বাসী।
নিজক ভাল পাওক। নিজক ধুনীয়াকৈ সজাই তোলক।
13/12/2025
After delivery, my skin became dull, pigmented & full of spots.
I started a simple Oriflame skincare routine, and within a few weeks
I saw visible glow, reduced spots & smooth texture ✨
✔ Dermatologically tested
✔ Safe & gentle
✔ Real results from consistent use
If you also want a free skin analysis,
Comment “SKIN” or DM me 💚
I will guide you with the correct routine for your skin type.
ec bhh
11/11/2025
If interested, please direct message me at 8399954204
🌟 ঘৰৰ পৰা ইনকাম কৰাৰ এক অসাধাৰণ সুযোগ! 🌟
আপুনি ঘৰত থাকি আয় কৰিবলৈ এটা ভৰসাযোগ্য আৰু সফল পথ বিচাৰি আছেনে?
তেন্তে এইটো আপোনাৰ বাবে এটা সঁচা সুযোগ! 💯
🔹 এটা Trusted & Genuine Company
🔹 ঘৰৰ পৰা কাম
🔹 Mobile & Internet থাকিলেই চলিব
🔹 Part-time / Full-time – দুয়োটাই Option উপলব্ধ
🔹 Students, Housewives, Job holders — সকলোৰে বাবে উপযোগী
নিজৰে সময় অনুসৰি কাম কৰি, আপোনাৰ সপোন পূৰণ কৰাৰ এক নতুন যাত্ৰাৰ আৰম্ভণি কৰক! 🌈✨
📢 এই সুযোগৰ বিষয়ে বিশেষ তথ্য লাভ কৰিবলৈ আমাৰ Live Webinar খনত অংশ ল’বলৈ আহ্বান জনাইছোঁ।
📅 Live Webinar – কাইলৈ
🕘 সময় – ৭ বজাত
🔗 Join লিংকৰ বাবে Comment কৰক বা মেচেজ কৰক।
🙏🏻 Thank you!
আপোনাৰ আগমনলৈ অপেক্ষা কৰি থাকিম ❤️
27/07/2025
Dm me for more info-8399954204
01/03/2025
Enhance your skincare routine with Novage+ Refresh Gel Cleanser 🌿! This foaming cleanser is uniquely formulated with skin-identical oils, perfect for removing makeup, pollutants, and SPF, while supporting your skin's natural barrier health. As the essential first step in your Novage+ Routine, cleanse and prepare your skin to optimally absorb active ingredients with morning and evening use. Suitable for all skin types, the gentle yet effective formula ensures a thorough cleanse without stripping, preserving your skin's vital lipids. Experience the luxury of skincare that truly understands you with ✨
Use my referral code: IN-rupjyotisaikia
Use my referral link: https://applink.oriflame.com/follow/
YoUsGJjWDNTAvmu57
Click here to claim your Sponsored Listing.
Category
Address
Bagharbari Shiv Mandir Path
Guwahati
781037