Rima mumu volgs
house wife
03/10/2026
এইয়া দেখিছ মই কাম কৰি খাইছোঁ, তহঁতৰ দৰে আনৰ বদনাম কৰি মুখচুপতি মাৰিবলৈ মোৰ সময় নাই 😊😊, মোৰ কথা পাতিলে তহঁতৰ ভুক পিয়াহ গুচে নে??
03/10/2026
কিছুমান মানুহৰ কান্দ কাৰখানাবোৰ দেখিলে শুনিলে একদম মানে পৰি থকা নোম দালৰ লৈকে দাং খাই আহে 😡😡, সিহঁতে হে যেন খোৱাই আছে, পিন্ধাই আছে 😆😆, নিজৰ খাই, নিজৰ পিন্ধি আনৰ গাৰ গোন্ধ লৈ থকাবোৰৰ কথা শুনিম নেকি মই?? ঘে*ন্তা ও নোশুনো 😡 মোৰ মতে মই 🥂🥂🥂💃💃💃
03/10/2026
খোৱা বোৱা হ'ল নে ৰাইজ? আমি যোগাৰ কৰি আছোঁ দেই
03/10/2026
শৈশৱ 💞❤️ আমি চাৰিটা ককাই ভাই 💗💗 তাতে গাঁৱত জন্ম ওচৰ চুবুৰীয়া খিনি আছিলেই ৰাতি দিন কথা নাই খেলিব পাৰিছিলোঁ 😍😍, এতিয়া ল'ৰা অকলশৰীয়া তাতে গুৱাহাটীত থকা হয়, খেলাৰ সময়ত সদায় আপত্তি খেলিবলৈ লগ আনি দিব লাগে নহ'লে মই খেলি থাকিব লাগে তাৰ লগত 😍😍🥹🥹, কেতিয়াবা বেয়া লাগে 😭😭, কেতিয়াবা আকৌ খং ও উঠে , উপায় নাই আৰু ল'ৰা লগত মাজে মাজে ল'ৰা হৈ থাকোঁতে ❤️🩹💞
02/10/2026
সকলো মাক দেউতাকে যদি এনেকুৱা কৰে, তেতিয়া হৈ থকা ঘটনা বোৰ হ'বলৈয়ে নাপায় নহয় নে বাৰু? এই সিদ্ধান্তক মই বহুত ভাল পাইছোঁ ❤️,🙏🙏
যদিও তেওঁলোকক মই চিনি নাপাওঁ, একেবাৰে হেৰুৱাই পেলোৱাতকৈ চকুৰ আগত টো থাকিব
ৰংৰ মিস্ত্ৰী লাগিলে মোৰ লগত যোগাযোগ কৰিব, এদিনত ৫০০ কৰে দিলেই হব,
02/10/2026
ৰাইজ ৰন্ধা বঢ়া কৰিছে নে? আমাৰ মায়ে ৰান্ধিবলৈ আৰম্ভ কৰিছে আৰু
02/10/2026
ইয়াত কি কি মাছ আছে কওকচোন, ৬০০ টকা কিলো🥹, মই কাৱৈ মাছ ফ্ৰাই কৰি খাই বৰ ভাল পাওঁ 💗💗
02/10/2026
ৰাইজ পুজা বোনাচ বোৰ পাইছেনে?? অলপ অলপ কৈ দি আছে 🤣🤣🥹 , নোপোৱা বোৰে পাই যাব আৰু দুদিন মান বাকী আছে নহয় পুজালে 🤣🤣, দিনক দিনে অফাৰ বাঢ়ি গৈ আছে লৈ থাকক enjoy কৰি থাকক 😊😊😊
02/10/2026
গান্ধী জী প্ৰণাম 🫡🫡🙏🙏🙏, নিজে কষ্ট কৰি পোৱা পইচা কেইটকা ❤️❤️, তাতে গান্ধী জীৰ জন্ম দিনৰ দিনাই হাতত পাইছোঁ কিমান যে ভাল লাগিছে ❤️❤️, ধন্যবাদ দেই মোৰ ফেচবুক ৰাইজ 🙏🙏, আনৰ দৰে একে মাহতে নাপাওঁ যদিও 🥹 দুদিন দেৰিকৈ পালেও কিন্তু বহুত ভাল লাগে 💞, সৰু মানুহ সৰু সপোন 🩵🩵 ১ টকা ২ টকাৰ পৰাই টো ১০০ টকা হয় নহয় নে বাৰু??
Category
Address
Bora Goan
Guwahati
781035?
Alerts
Be the first to know and let us send you an email when Rima mumu volgs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.