Rima mumu volgs

Rima mumu volgs

Share

house wife

Photos from Rima mumu volgs 's post 03/10/2026

এইয়া দেখিছ মই কাম কৰি খাইছোঁ, তহঁতৰ দৰে আনৰ বদনাম কৰি মুখচুপতি মাৰিবলৈ মোৰ সময় নাই 😊😊, মোৰ কথা পাতিলে তহঁতৰ ভুক পিয়াহ গুচে নে??

03/10/2026

কিছুমান মানুহৰ কান্দ কাৰখানাবোৰ দেখিলে শুনিলে একদম মানে পৰি থকা নোম দালৰ লৈকে দাং খাই আহে 😡😡, সিহঁতে হে যেন খোৱাই আছে, পিন্ধাই আছে 😆😆, নিজৰ খাই, নিজৰ পিন্ধি আনৰ গাৰ গোন্ধ লৈ থকাবোৰৰ কথা শুনিম নেকি মই?? ঘে*ন্তা ও নোশুনো 😡 মোৰ মতে মই 🥂🥂🥂💃💃💃

03/10/2026

খোৱা বোৱা হ'ল নে ৰাইজ? আমি যোগাৰ কৰি আছোঁ দেই

03/10/2026

শৈশৱ 💞❤️ আমি চাৰিটা ককাই ভাই 💗💗 তাতে গাঁৱত জন্ম ওচৰ চুবুৰীয়া খিনি আছিলেই ৰাতি দিন কথা নাই খেলিব পাৰিছিলোঁ 😍😍, এতিয়া ল'ৰা অকলশৰীয়া তাতে গুৱাহাটীত থকা হয়, খেলাৰ সময়ত সদায় আপত্তি খেলিবলৈ লগ আনি দিব লাগে নহ'লে মই খেলি থাকিব লাগে তাৰ লগত 😍😍🥹🥹, কেতিয়াবা বেয়া লাগে 😭😭, কেতিয়াবা আকৌ খং ও উঠে , উপায় নাই আৰু ল'ৰা লগত মাজে মাজে ল'ৰা হৈ থাকোঁতে ❤️‍🩹💞

02/10/2026

সকলো মাক দেউতাকে যদি এনেকুৱা কৰে, তেতিয়া হৈ থকা ঘটনা বোৰ হ'বলৈয়ে নাপায় নহয় নে বাৰু? এই সিদ্ধান্তক মই বহুত ভাল পাইছোঁ ❤️,🙏🙏
যদিও তেওঁলোকক মই চিনি নাপাওঁ, একেবাৰে হেৰুৱাই পেলোৱাতকৈ চকুৰ আগত টো থাকিব

02/10/2026

ৰংৰ মিস্ত্ৰী লাগিলে মোৰ লগত যোগাযোগ কৰিব, এদিনত ৫০০ কৰে দিলেই হব,

Photos from Rima mumu volgs 's post 02/10/2026

ৰাইজ ৰন্ধা বঢ়া কৰিছে নে? আমাৰ মায়ে ৰান্ধিবলৈ আৰম্ভ কৰিছে আৰু

02/10/2026

ইয়াত কি কি মাছ আছে কওকচোন, ৬০০ টকা কিলো🥹, মই কাৱৈ মাছ ফ্ৰাই কৰি খাই বৰ ভাল পাওঁ 💗💗

02/10/2026

ৰাইজ পুজা বোনাচ বোৰ পাইছেনে?? অলপ অলপ কৈ দি আছে 🤣🤣🥹 , নোপোৱা বোৰে পাই যাব আৰু দুদিন মান বাকী আছে নহয় পুজালে 🤣🤣, দিনক দিনে অফাৰ বাঢ়ি গৈ আছে লৈ থাকক enjoy কৰি থাকক 😊😊😊

Photos from Rima mumu volgs 's post 02/10/2026

গান্ধী জী প্ৰণাম 🫡🫡🙏🙏🙏, নিজে কষ্ট কৰি পোৱা পইচা কেইটকা ❤️❤️, তাতে গান্ধী জীৰ জন্ম দিনৰ দিনাই হাতত পাইছোঁ কিমান যে ভাল লাগিছে ❤️❤️, ধন্যবাদ দেই মোৰ ফেচবুক ৰাইজ 🙏🙏, আনৰ দৰে একে মাহতে নাপাওঁ যদিও 🥹 দুদিন দেৰিকৈ পালেও কিন্তু বহুত ভাল লাগে 💞, সৰু মানুহ সৰু সপোন 🩵🩵 ১ টকা ২ টকাৰ পৰাই টো ১০০ টকা হয় নহয় নে বাৰু??

Category

Address


Bora Goan
Guwahati
781035?

Alerts

Be the first to know and let us send you an email when Rima mumu volgs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Guwahati.