Self Care

Self Care

Share

Awareness Program
Regarding various common medical problems and myths

29/06/2023

গৰ্ভাৱস্থাত মহিলা সকলৰ বাবে চিকিৎসা সম্বন্ধিয় এটি খুবেই প্ৰয়োজনীয় পুৰণি সাক্ষাৎকাৰ শ্বেয়াৰ কৰিলোঁ‌ আশা কৰো উপকৃত হ'ব ||
Bhaskar Parakh

19/03/2023

নমস্কাৰ !

প্ৰথমতে আমাৰ অসমৰ সমূহ ইছলাম ধৰ্মাৱল্ম্বী লোকলৈ ৰমজান মাহৰ আগতিয়াকৈ আন্তৰিক শুভেচ্ছা আৰু সু- স্বাস্থ্য কামনা কৰিলোঁ‌ ।

আপুনি যদি এগৰাকী ডায়েবেটিক ৰোগী
আৰু আপুনি পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ প্ৰতিটো নিয়ম ৰাখিব বিচাৰে তেতিয়া আপুনি কি কৰিব !

শুনক তেওঁ‌ৰ মুখেৰেই । এণ্ডোক্ৰাইনোলোজী আৰু ডায়েবেটিজ বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ সমীৰণ দাস.MD.DM

16/03/2023

আপোনালোকে জানে নে শকত হোৱা টো এক প্ৰকাৰৰ বেমাৰ হয় এই শকত ফলত আমি বিভিন্ন ৰোগত ভুগি থাকো ।আৰু ক্ষীনাই যোৱা টো ভাল নে বেয়া বিশেষকৈ ডায়েবেটিক ৰোগী সকলৰ বাবে আহক আমি জানো সকলো খিনি এজন অভিজ্ঞ চিকিৎকৰ পৰা ।
এনেকুৱা ভিদিও সমূহ পাই থাকিবলৈ পেজ টো ফ'ল কৰি ৰাখিব

Want your business to be the top-listed Beauty Salon in Guwahati?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Maligaon Guwahati
Guwahati
781011