Nurmahammad Oriens

Nurmahammad Oriens

Share

Health Advisor,Health coach (F&N,Diploma in QMRHA)

19/03/2023

নিবনুৱা সমস্যা কেৱল চৰকাৰে শেষ কৰিব নোৱাৰিব কাৰণ | নিবনুৱা এটি সমস্যা হয় কিন্তু লগতে এটি মানসিক বিকাৰ | আমাৰ আশে পাশে বহুতো কৰণীয় কাম থকাৰ পিছতো চৰকাৰী চাকৰি বিছাৰি হাবু ডাবু খাই ফুৰু কাৰণ | অল্প কষ্টত আমি সিদ্ধি বিচাৰো | চাকৰি এটাই কেবল ঘৰ খনৰ এজন সদস্যক স্বাৱলম্বী কৰে, কিন্তু ডাইৰেক্ট চেলিং বা নেটৱৰ্ক মাৰ্কেটিং ৰ লগত জৰিত হয় তেন্তে ঘৰ খনৰ প্ৰতিজন সদস্য অংশীদাৰিত্ব কৰিব পাৰে আৰু প্ৰতিগৰাকী সদস্যই উপাৰ্জন কৰিব পাৰে | এক কথাত কবলৈ গলে পৰিয়ালটোৰ জনমুৰি আয় বাঢ়ে | এনে এটি MNC কোম্পানি হল Oriens. Oriens হল সম্পূৰ্ণ ভাৰতীয় মূলকৰ প্ৰতিস্থান| ভাৰত চৰকাৰৰ অনুমোদন প্ৰাপ্ত প্ৰতিস্থান | বছৰ বছৰজোৰা গৱেষণাৰ জৰিয়তে সম্পূৰ্ণ ভাৰতীয় চিকিত্সা পদ্ধতি আয়ুুৰবেদাৰ লগতে , সিদ্ধা আৰু ঊনানি চিকিত্সা পদ্ধতিক একত্ৰিত কৰি ঊন্নত মানদণ্ডৰ প্ৰডাক্টৰ প্ৰস্তত কৰি উলিয়াইছে Oriens কোম্পানীয়ে | নিয়মিত ৱ্যবহাৰ দ্বাৰা মানৱ জীৱনক ৰোগ মুক্ত কৰাৰ লগতে দীৰ্ঘায়ু কৰে লগতে তীক্ষ্ণতা প্ৰদান কৰে | সেয়ে ভাৰতীয় এই Oriens প্ৰদাক্ট বৰ্তমান বৰ্হিবিশ্বৰ দৰবাৰত অধিক সামাদৃত হৈছে | এনে কোম্পানীৰ সৈতে জৰিত হৈ ডাইৰেক্ট চেলিং বা নেটৱৰ্ক মাৰ্কেতিং পদ্বতিৰে দেশৰ প্ৰতিটো কোনলৈ ৱ্যবসায় প্ৰসীৰ কৰিব পাৰে আৰু কোম্পেনীয়ে প্ৰদান কৰা নীতি নিয়ম অনুসৰি আপুনি লাখৰ ঘৰত উপাৰ্জন কৰিবও পাৰে | এই ৱ্যবসায় সময়ৰ আহহ্বান | বৰ্ধিত নিৱনুৱা সংখ্যাক নিয়ন্ত্ৰন কৰাৰ ই এক নিশ্চিত সমাধান বুলি মই কব খোজো | সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি উলাই আহিব লাগিব | আমাৰ কৰ্ম সংস্কৃতিক এনে কোম্পানিৰ সৈতে জৰিত কৰি আগুৱাব লাগিব, দেখীৱ আহিব লগীয়া দিনত প্ৰত্যেকৰে জীৱন সুষ্ট ধনৱান আৰু সুখী জীৱন জাপন কৰিব | আশা কৰো কথা খিনি বুজিব পাৰিব |
ধন্যবাদ

Copied from Nitul Boro wall
Oriens

18/10/2022

(Sugar disease )discussion
সকলো বন্ধু বৰ্গলে আহ্বান থাকিল ভিডিওটো এবাৰ চাবলৈ🙏
আমি দৈনন্দিন জীবনত ভুগি থকা এটা বেমাৰ যাক আমি ছুগাৰ বেমাৰ বুলি জানো ! বৰ্ত্তমান আমাৰ ভাৰতবৰ্ষক ছুগাৰ বেমাৰ ৰ ৰাজধানী বুলি কোৱা হ'য় ! দিনক দিনে যেনেকৈ বাঢ়ি আহি আছে আমি সকলোৱে এদিন এই বেমাৰত আক্ৰান্ত হবলৈ যায় আছো !গতিকে ইয়াৰ পৰা হাত-হাৰিবলৈ আমি সাবধানতা অবলম্বন কৰিব লাগিব ! আচলতে আমি জনা দৰকাৰ ছুগাৰ বেমাৰ হৈছে অভাৱ জনিত বেমাৰ ! আমাৰ মানব দেহত থকা (Pencreas)অসমীয়াত অগ্নাশয় (পিল্লী বা তিলিনা বুলিও কয়) নামৰ অংগয় ইনছুলিন নামৰ এবিধ হৰমন বনায় আৰু সেই হৰমনে আমৰ ব্লাডত থকা ছুগাৰ নিয়ন্ত্ৰণ কৰে ! যেতিয়া আপোনাৰ Pencreas দুৰ্বল হৈ ইনছুলিন কমি যাব তেতিয়া ব্লাডত ছুগাৰ মাত্ৰা বাঢ়ি যাব আৰু আপুনি তেতিয়া ছুগাৰ বেমাৰত পৰি যাব ! গতিকে আপুনি এই বেমাৰ ৰ পৰা ৰক্ষা পাবলৈ হলে আপোনাৰ দেহত থকা মূল্যবান অংগ ঠিক কৰি নিজে সুস্হ থক ক আৰু আনক সুস্হ ৰক্ষাৰ পৰামৰ্শ দিয়ক !

✒Nur Mahammad (Health Advisor)

Want your business to be the top-listed Beauty Salon in Guwahati?
Click here to claim your Sponsored Listing.

Category

Telephone

Address


Hajo Barsoli
Guwahati
781102