Atomy Digital Shop
#I am Atomy Member# Atomy best global opportunity#Atomy online Shopping mall#
15/04/2023
এই ব্ৰেণ্ডবোৰ আপুনি জানেনে❓
🔵 এই ব্ৰেণ্ডসমূহ একেটা কোৰিয়ান কলমাৰ কাৰখানাৰ দ্বাৰা প্ৰস্তুত কৰা এটমীৰ ছালৰ যত্নৰ সামগ্ৰীৰ সৈতে একে।
🔵 বিশ্বৰ শীৰ্ষ ৫০০ টা ব্ৰেণ্ড প্ৰায় সকলোৱেই আমাৰ পেটেণ্টযুক্ত কলমাৰ প্ৰযুক্তি ব্যৱহাৰ কৰি AMWAY (ARTISTRY), NUSKIN, CK, MAC, LOREAL, LANCÔME আদিৰ দৰে আটাইতকৈ দামী সামগ্ৰী প্ৰস্তুত কৰে।
🔵 ক্ৰেতাই বিজ্ঞাপনৰ খৰচ, সামগ্ৰীৰ পেকেজিং খৰচ, ভাড়াৰ খৰচ, দৰমহা ইত্যাদি আদায় কৰিবলৈ সামগ্ৰীৰ মূল্যতকৈ অধিক ধন দিয়ে।
🔵 এটমী পোনপটীয়াকৈ উৎপাদকৰ পৰা গ্ৰাহকলৈ বিক্ৰী কৰা হয়।
উত্তম মানৰ, সুলভ মূল্য।
🔵 সুলভ মূল্যত উচ্চমানৰ সামগ্ৰী ক্ৰয় কৰিব বিচাৰে নেকি? এটমীত কিনিব।
ABSOLUTE QUALITY 💙 নিৰপেক্ষ মূল্য
দৈনন্দিন খৰচক আয়লৈ ৰূপান্তৰিত কৰক!
এটা স্মাৰ্ট ক্ৰয় কৰক!
এজন জ্ঞানী গ্ৰাহক হওক !
স্বাস্থ্যৰ লগতে উপাৰ্জন বৃদ্ধি হবই ।
অধিক তথ্যৰ প্ৰয়োজন হ'লে আমাৰ সৈতে যোগাযোগ কৰক। 🙂
মোৰ WhatsApp নম্বৰ https://wa.me/919365305107
07/01/2023
*📝শিকাৰ আগ্ৰহেৰে প্ৰশিক্ষণত আহক আনকো শিকাওক আৰু নিজৰ নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰক👍*
*🙏নমস্কাৰ এটমীয়ান সকল মই শ্ৰী সোণালী ৰামচিয়াৰীয়ে গুৱাহাতীৰ পৰা আজি সন্ধিয়াৰ অনলাইন প্ৰশিক্ষণ খনলৈ সকলোকে নিমন্ত্ৰণ জনালোঁ*
*তলৰ লিঙ্কটো চুই প্ৰশিক্ষণত প্ৰৱেশ কৰক*👇👇👇 । 👈👈।
https://meet.google.com/ndm-hwfs-cjy
*🕖সময় সন্ধিয়া:-৭:১৫বজাত*
*🗓️তাৰিখ:-০৭-০১-২০২৩*
*আজি আমাৰ আলোচনা কৰিব লগীয়া প্ৰধান বিষয় সমূহ হল👇👇👇*
*1️⃣এটমী শ্বপিংমলত উপলদ্ধ প্ৰডাক্ত আৰবিকা ব্লেক কফিৰ বিষয়ে জনাৱ লখিমপুৰৰ পৰা আমাৰ সন্মানীয় সক্ৰিয় লেডী লিডাৰ শ্ৰী মতী দীপালী বৰ্মণ মেমে*
*2️⃣ এটমীত কাম কৰি কেনেকৈ ইনকাম পাব পাৰি এই বিষয়ে জনাৱ বাংগালোৰৰ পৰা আমাৰ সন্মানীয় সক্তিয় লিডাৰ শ্ৰী যুত মনোজ শইকীয়া ছাৰে ।* *3️⃣নতুন সদস্য সকলৰ চিনাকি পৰিচয়,প্ৰশ্ন আমাৰ লিডাৰ সকলৰ উত্তৰ আৰু সমাধান লগতে সন্মানীয় লিডাৰ সকলৰ দুআষাৰ এই বিষয়টো পৰিচালনা কৰিব তেজপুৰৰ পৰা শ্ৰী মহিম চবৰ ছাৰে।* *4️⃣লগতে আজি গুৱাহাতীৰ পৰা শ্ৰী যুত অমৰ জ্যোতি চেতিয়া চাৰৰ তত্ত্বাবধানত এক বিশেষ মনোমোহা অনুষ্ঠান আয়োজন কৰা হৈছে।*
*5️⃣প্ৰশিক্ষণ আয়োজকৰ মন্তব্য আৰু সভা ভংগ ।*
*গতিকে এটমীয়ান সকল সকলোৱে আজিৰ এই সময়কণ অতি মূল্যবান আৰু উপভোগ্য হব বুলি বিবেচনা কৰি প্ৰশিক্ষণত প্ৰৱেশ কৰক।*
*🤝✊একতাই আমাৰ শক্তি, একতাই আমাৰ উন্নতি, গতিকে আহক একেখন মঞ্চতে সকলো সমবেত হওঁ।✌️👍*
Meet Real-time meetings by Google. Using your browser, share your video, desktop, and presentations with teammates and customers.
03/01/2023
সংস্থাপনৰ বাবে চাকৰি বিচাৰি থকা, কিবাকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰি থকা অথবা দক্ষতা থকাৰ পিছতো মাত্ৰ টকাৰ বাবে সপোনৰ প্ৰকল্প আৰম্ভ কৰিব নোৱাৰা বন্ধু সকল আৰু সিমিত উপাৰ্জনেৰে টানি টুনি সংসাৰ চলাই থকা বন্ধু সকলৰ বাবে এটি সুন্দৰ কামৰ ব্যবস্থা আমাৰ কোম্পানীত কৰিব পাৰে , যাৰ দ্বাৰা তেওঁ নিজৰ পৰিয়াল তো ভালকৈ ৰাখিব পাৰিব. মইয়ো প্ৰথম vabisilu iyat ako income নহব চাগে লগতে মই এজন দুখীয়া ঘৰৰ লৰা কিন্তু মই ইয়াত তিনিটা বছৰে ইয়াত কাম কৰি আছো আৰু ভাল ফল পাইছো কিয়নো মই নিজৰ খৰছ উলিয়াই চলিব পাৰিছো । সকলো বিলাক অনলাইন মাধ্যমেৰে বুজোৱা হব ।যি সহায় লাগে সকলো বিলাক কৰা হব।মাত্ৰ আপুনি নিজে আগবাঢ়ি আহিব লাগিব।
এই কামত জড়িত হবলৈ
১/এটি শিকাৰু মন ,
২/ ব্যক্তিগত নিষ্ঠা, আৰু
৩/কঠোৰ নিয়মানুবৰ্তিতা,
৪/ কিছু সময়ৰ বিনিয়োগ কৰিব লাগিব | নিজৰ প্ৰয়োজন অনুসাৰে
ওপৰোক্ত কথাখিনিত সহমত দিব পৰাকৈ মানসিকভাবে প্ৰস্তুত ব্যক্তিয়ে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি মোক inbox কৰিব পাৰিব লগতে YES বুলি কমেন্ট কৰক।অধিক জানিবলৈ আমালৈ join বুলি WhatsAppকৰক।ধন্যবাদ, তলৰ লিংকত ক্লিক কৰক ।👇👇👇👇
https://wa.me/+919365305107
05/08/2022
দিন আহিব ৰাতি যাব, আন্ধাৰৰ পিছত পোহৰ হবই।সমস্যা মানুহৰ সমাজত সদায়েই থাকিব,যিকোনো কথাতে বা কামতে আজি নহয় কাইলৈ কৰিম, মোৰ ঘৰত বহুত অসুবিধা, কিবা এটা কৰিম বুলি ভাবিছিলো,কামটো কৰিবলৈও হাতত টকা নাই, মোৰ জীৱনটো এনেকৈয়ে যাবগৈ ছাগে, ঘৰত বেমাৰী আছে হাতত টকা নাই, মোৰ কি হব আমি সদায় এই কথা বিলাককে ভাবি থাকো,
কিন্তু আমি এটা কথা ভাবি নাচাওঁ যে এই সমস্যা বিলাকৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰিম,
পৃথিৱীত সকলো সম্ভৱ যদিহে আমি আমাৰ মনটোক এবাৰ সলনি কৰি ভবিষ্যতৰ সাম্ভাব্য সপোন সমূহ দেখিবলৈ চেষ্টা কৰো।
যদি আপুনি আপোনাৰ ভবিষ্যতৰ সপোন সমূহ বাস্তৱত ৰূপায়ণ কৰিব বিচাৰে তেতিয়া হলে আপুনি নিজেই আগবাঢ়ি আহিব লাগিব,নিজেই চেষ্টা কৰিব লাগিব,কেৱল সপোন দেখি থাকিলেই নহব,বা চাকৰি বিচৰাৰ নামত সময় নষ্ট কৰি থাকিলেই নহব। আমাৰ লগত এনেকুৱা এখন মঞ্চ আছে যত আপুনি আপোনাৰ স্বাস্থ্যটো নিৰোগী কৰি ৰাখিব পাৰিব আৰু ভবিষ্যতৰ সকলো উন্নত পৰিকল্পনা বাস্তৱ ৰূপ দিব পাৰিব, তথা মনতে পুহি ৰখা সমাজৰ এজন সন্মানীয় ব্যক্তি হোৱাৰ সপোন সমূহ পূৰণ কৰিব পাৰিব। ভবিষ্যত উন্নতিৰ জখলাত বগাবলৈ আজিয়েই প্রথম খোজটো আৰম্ভ কৰক,
আহক আমি সকলোৱে মিলি Atomy ত জইন কৰি নিজৰ লগতে পৰিয়ালটোক আৰ্থিকভাৱে টনকিয়াল কৰো আৰু স্বাস্থ্যটো নিৰোগী কৰি এক সুস্থ আৰু আনন্দেৰে জীৱনটো উপভোগ কৰোঁ। অনলাইন মাধ্যমেৰে এটকাও পইচা খৰছ নকৰাকৈ, আৰু মাহে মাহে বস্তু কিনি, মানুহ বিচাৰি বিচাৰি বস্তু বিক্ৰী নকৰাকৈ এক নতুন পদ্ধতিৰে ঘৰৰ পৰাই উপাৰ্জনৰ এক নতুন পথেৰে আগবাঢ়ি যাওঁ আহক।,
.জীৱনটো আপোনাৰ গতিকে নিজৰ জীৱনটো নিজৰ সিদ্ধান্তৰে আগবাঢ়ক। সপোন আপোনাৰ গতিকে আপুনিহে জানিব আপুনি কি বিচাৰে। বেলেগৰ চিন্তাৰে পৰিচালিত নহব। গতিকে আহক আজিৰ পৰাই কাম আৰম্ভ কৰোঁ।
অধিক জানিবলৈ মোৰ লগত যোগাযোগ কৰিব 9365305107 বা
তলৰ লিঙ্কটো ক্লিক কৰি যোগাযোগ কৰক https://wa.me/919365305107
02/08/2022
Atomy herbal body cleanser ,ই এটা খুব ভাল প্ৰডাক্ট হয়, ইয়াৰ বহুত গুণাগুণ আছে, ইয়াক আমি গা ধোৱা চাবোন হিচাপে ব্যৱহাৰ কৰিব পাৰো, ইয়াৰ গুনাগুন সমূহ এনেধৰনৰ ,
1. ইয়াক আমি গা ধোৱা চাবোন হিচাপে ব্যৱহাৰ কৰিব পাৰো,
2. ইয়াক ব্যৱহাৰ কৰিলে আমাৰ গাটো শীতল হৈ থাকে,
3. ইয়াক বাৰিষা খৰালি কোনো কথা নাই সকলো সময়তে ব্যৱহাৰ কৰিব পাৰি,
4.ইয়াক ব্যৱহাৰ কৰিলে আপোনাৰ গাত খৰ খজুৱতি আদিয়ে আমনি কৰিবলৈ সুবিধা নাপায়,
5. ছালৰ ৰোগৰ পৰা বচাই ৰাখে,
6. গাটো কোমল কৰি ৰাখে,
7. ছালৰ গুড়িৰ নোম বিলাক সতেজ কৰি ৰাখে,
8. ছাল খন শুকাই যাবলৈ নিদিয়ে,
9. ছাল খন বহুত মজবুত কৰি ৰাখে, যাতে সহজে ফাটি নাযায় কিহবাত লাগিলে,
আৰু বহুতো গুণ আছে,
10. ইয়াক ব্যৱহাৰ কৰিলে গাত থকা সকলো ধৰণৰ মলি বাহিৰলৈ ওলিয়াই দিয়ে,
ইয়াৰ ব্যৱহাৰ প্ৰণালী --
গা ধোৱা সময়ত কিবা সৰু কাপোৰ এখনত দুই তিনি টোপাল দি চাবোন ঘঁহা নিচিনাকৈ ঘঁহিলেই হল, আৰু অধিক জানিবলৈ আমালৈ ফোন কৰক -9365305107
23/07/2022
বিশ্বৰ সৰ্বশ্ৰেষ্ঠ স্পাইৰুলিনা এতিয়া আজিৰ পৰা ভাৰতৰ এটমী শ্বপিং মলত উপলব্ধ, আপোনাৰ পৰিয়ালৰ বাবে দৈনিক সুস্বাস্থ্যৰ পালি যি আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিব আৰু আপোনাৰ শৰীৰৰ প্ৰ'টিন, ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্টৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।
স্পাইৰুলিনা আপুনি ইয়াক দৈনিক কিয় ল'ব বিচাৰিব? যোৱা 30 বছৰ ধৰি, আপুনি দেখি আহিছে যে আপুনি প্ৰতিদিনে যিধৰণে শস্য, ফল আৰু চাবজিবোৰ খাই আছে, ইয়াত ইমান কীটনাশক মিহলাই দিয়া হয়, যি বিষতকৈ কম নহয়। একে সময়তে, ইয়াৰ ফলত, আমি দেখিছোঁ যে ঘৰত (Blood Pressure) বিপি, (Diabetes) চেনী, (Cancer) কৰ্কট ৰোগ, হৃদযন্ত্ৰ, থাইৰইড, প্ৰেমেলচিছ, চ'ৰিয়েচিছ, হৰমনৰ ভাৰসাম্যহীনতা (Imbalance), এনে বহুতো ৰোগ আৰু সেইবোৰৰ ওপৰত হোৱা বহুতো ব্যয়, কষ্ট হয়, সেইকাৰণে নিয়মীয়াকৈ আজিৰ দিনত স্পাইৰুলিনা সেৱন কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ।
স্পাইৰুলিনা এক ঔষধ নহয় কিন্তু ই হৈছে এক খাদ্য/স্বাস্থ্যৰ পৰিপূৰক যি আপোনাৰ শৰীৰক সকলো পুষ্টি প্ৰদান কৰে আৰু আপোনাক সকলো সময়তে স্বাস্থ্যৱান কৰি ৰাখে। 🌹🌹💐💐🌷
*গতিকে সকলোয়ে ইয়াক ব্যৱহাৰ কৰা উচিত* যোগাযোগ কৰক 9365305107
🥦🥦🥦🥦🥦🥦🥦🥦🥦🥦🥦🥦
মানুহে ভাবে যে মিঠাই খোৱাৰ ফলত চেনী (sugar) একত্ৰিত হয় যিটো সম্পূৰ্ণ ভুল। 🙋
চেনী (sugar) একত্ৰিত হোৱাৰ মূল কাৰণ হৈছে 🙋 কলেষ্টেৰল;
কলেষ্টেৰল আৰোগ্য নোহোৱালৈকে, আপুনি যি ঔষধেই 💊💊গ্ৰহণ কৰক, Sugar শেষ নহ'ব I
ইংৰাজী পদ্ধতিৰ দ্বাৰা এশ বছৰৰ ভিতৰতো চেনী (sugar) একত্ৰীকৰণ সমাপ্ত কৰিব নোৱাৰি🙋
গতিকে,
শিপাৰ পৰা (sugar) চেনী একত্ৰিত হোৱা নাইকিয়া কৰিবলৈ, হিমোহিমে ৰাতিপুৱা আৰু সন্ধিয়া *একেৰাহে 90 দিন* ল'ব লাগিব অৰ্থাৎ তিনি মাহ, সাধাৰণতে দুমাহৰ ভিতৰত সমাপ্ত🙋 হয়।
3(তিনি) মাহৰ ভিতৰত শেষ কৰিবলৈ, আপুনি *হিমোহিমৰ* সৈতে *নিউট্ৰেচুটিকেল মিক্স* সঠিকভাৱে মিহলি কৰিব লাগে আৰু লগতে *অমেগা 3* গ্ৰহণ কৰিব লাগে!
*ডায়েবেটিচ (চুগাৰ) ৰোগীসকলে হিমোহিম নিউট্ৰেচুটিকেল মিশ্ৰণ আৰু অমেগা 3-য়ে তেওঁলোকৰ অসাধাৰণতা প্ৰদৰ্শন নকৰালৈকে ইংৰাজী ঔষধ লগতে গ্ৰহণ কৰি থাকিব লাগে*
এটমীৰ সামগ্ৰী আৰু ইংৰাজী ঔষধৰ মাজত এক ঘণ্টাৰ ব্যৱধান ৰাখিব! যি কি নহওক, হিমোহিম আৰু অমেগা 3 আৰু এটমীৰ নিউট্ৰেচিউটিকেল মিশ্ৰণ ৰাতিপুৱা খালী পেটত ল'ব লাগিব যাতে ইংৰাজী ঔষধ খোৱাৰ আগতে খোৱা হয়, যাৰ অৰ্থ হৈছে এক ঘণ্টাৰ ব্যৱধান ৰাখি খাব ।
18/07/2022
বিশ্বৰ সৰ্বশ্ৰেষ্ঠ স্পাইৰুলিনা এতিয়া 20 জুলাইৰ পৰা ভাৰতৰ এটমী শ্বপিং মলত উপলব্ধ, আপোনাৰ পৰিয়ালৰ বাবে দৈনিক সুস্বাস্থ্যৰ পালি যি আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিব আৰু আপোনাৰ শৰীৰৰ প্ৰ'টিন, ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্টৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।
স্পাইৰুলিনা আপুনি ইয়াক দৈনিক কিয় ল'ব বিচাৰিব? যোৱা 30 বছৰ ধৰি, আপুনি দেখি আহিছে যে আপুনি প্ৰতিদিনে যিধৰণে শস্য, ফল আৰু চাবজিবোৰ খাই আছে, ইয়াত ইমান কীটনাশক মিহলাই দিয়া হয়, যি বিষতকৈ কম নহয়। একে সময়তে, ইয়াৰ ফলত, আমি দেখিছোঁ যে ঘৰত (Blood Pressure) বিপি, (Diabetes) চেনী, (Cancer) কৰ্কট ৰোগ, হৃদযন্ত্ৰ, থাইৰইড, প্ৰেমেলচিছ, চ'ৰিয়েচিছ, হৰমনৰ ভাৰসাম্যহীনতা (Imbalance), এনে বহুতো ৰোগ আৰু সেইবোৰৰ ওপৰত হোৱা বহুতো ব্যয়, কষ্ট হয়, সেইকাৰণে নিয়মীয়াকৈ আজিৰ দিনত স্পাইৰুলিনা সেৱন কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ।
স্পাইৰুলিনা এক ঔষধ নহয় কিন্তু ই হৈছে এক খাদ্য/স্বাস্থ্যৰ পৰিপূৰক যি আপোনাৰ শৰীৰক সকলো পুষ্টি প্ৰদান কৰে আৰু আপোনাক সকলো সময়তে স্বাস্থ্যৱান আৰু স্বাস্থ্যৱান কৰি ৰাখে। 🌹🌹💐💐🌷
*গতিকে সকলোয়ে ইয়াক ব্যৱহাৰ কৰা উচিত
Contact number:-919365305107
06/07/2022
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
All
Guwahati
781005