Home based jobs
HOME BASED PART TIME JOBS
If any one order any items from this given links kindly send me a screenshot of order id and order confirmation screenshot. Thnk u
Join Oriflame , a leading brand in cosmetics n wellness products.
Joining is free !!!!!
‼After joining u will b a oriflame consultant u will get a I'd and password for online work.
‼Every month new catalogue launch and u get products on huge discounts upto 70%.
!! Benefits after joining Oriflame
#20% discount on every product
activity gifts of Rs 1500 every. month
welcome gifts Rs 6500 on 100bp consecutively 3 months
benefits on joining
# Sponsor gifts on joining
National and international trips
awards 50k-5 crore
How to work:-
Purchase self use products or
Selling products ur choice
Monthly collect 100bp order ( BP means bonus points we get on every product shopping)
Join people in ur team through social media posting.
‼After joining u have to place orders just to make ur ID active
U can post on social media for sale and recruiting more people . U will get training n guidance at every point. Please inbox me for more details.
Thanks
03/07/2020
# *Omega3 ৰ উপকাৰীতা*
*Omega 3 fatty acid* এটা ভাল স্বাস্থ্যৰ বাবে খুবেই দৰকাৰী । এই এচিড বিধত শৰীৰ আৰু মগজুৰ বিকাশৰ প্ৰায় সকলো উপাদান মজুত থাকে ।
১. Omega 3 য়ে আমাৰ মানসিক অশান্তি আৰু প্ৰায়ে লাগি থকা অসহনশীলতা, ভয় ভয় লগা দূৰ কৰাত সহায় কৰে । জীৱনৰ প্ৰতি অনীহা ওপজা লক্ষণ বোৰ দূৰ কৰাটো ইয়াৰ উপাদান বোৰে কাম কৰে । বৈজ্ঞানিক গৱেষণাত এইয়া প্ৰমাণ হৈছে যে বাজি সকলে প্ৰতিদিনে omega 3 সেৱন কৰে সেইসকল মানসিক চাপত ভোগা দেখা নাযায় । ফুৰ্তি দায়ক মন এটাৰ অধিকাৰী হয় । তিনি ধৰণৰ omega fatty এচিড থাকে ALA, EPA আৰু DHA । মানসিক অশান্তি দূৰ কৰাত আটাইতকৈ কাম কৰে EPA য়ে ।
২. আমাৰ চকুৰ বাবেও omega 3 সাংঘাতিক দৰকাৰী । ই চকুৰ দৃষ্টিশক্তি অক্ষুন্ন ৰাখে । যদি আমাৰ শৰীৰত প্ৰয়োজনীয় DHA নাথাকে চকুৰ অসুবিধা আৰম্ভ হয় লগতে এটা সময়ত দৃষ্টিশক্তি পৰ্যন্ত নাইকিয়া হোৱাৰো সম্ভাৱনা প্ৰবল । An omega-3 fatty acid called DHA is a major structural component of the retina of the eye. It may help prevent macular degeneration, which can cause vision impairment and blindness.
৩. গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা কেঁচুৱাৰ মগজুৰ বিকাশৰ বাবে omega 3 আটাইতকৈ দৰকাৰী । গাখীৰ খুৱাই থকা মহিলাই যদি omega 3 প্ৰতিদিনে সেৱন কৰে তেতিয়া কেঁচুৱাৰ চকু লগতে মগজুৰ খুব বিকাশ হয় ।
গৰ্ভৱতী অৱস্থাত অত্যাধিক omega-3 ৰ সেৱনে লৰা ছোৱালীৰ তলত উল্লেখিত ক্ষেত্ৰত লাভ দায়ক :
Higher intelligence
Better communication and social skills
Less behavioral problems
Decreased risk of developmental delay
Decreased risk of ADHD, autism and cerebral palsy
৪. Omega 3 ৰ সেৱনে হাৰ্টৰ অসুবিধা নাইকিয়া কৰাত সহায় কৰে । Cholestrol ৰ অসুবিধা নাই কৰে । আৰু এটা সুস্থ হাৰ্ট এজন ব্যক্তিক উপহাৰ দিয়ে ।
Triglycerides: Omega-3 ৰ সেৱন কৰিলে triglycerides ৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে ।
Blood pressure: Omega-3 য়ে high blood pressure কমাই ৰাখে ।
HDL-cholesterol: Omega-3s can raise HDL (the "good") cholesterol levels
Blood clots: Omega-3s can keep blood platelets from clumping together. This helps prevent the formation of harmful blood clots.
Plaque: By keeping the arteries smooth and free from damage, omega-3s help prevent the plaque that can restrict and harden the arteries.
Inflammation: Omega-3s reduce the production of some substances released during the inflammatory response.
৫. মানসিক ৰোগীৰ বাবেও omega 3 খুব জৰুৰী । এই ৰোগ নাইকিয়া কৰাত ই সহায় কৰে ।
৬. বয়স হোৱাৰ লগে লগে কথা, মানুহ পাহৰি যোৱা বিসংগতি বোৰ ৰোধ কৰে ।
৭. কিছু কৰ্কট ৰোগ হোৱাৰ omega 3 য়ে ৫৫% সম্ভাৱনা নাইকিয়া কৰে ।
৮. Asthma is a chronic lung disease with symptoms like coughing, shortness of breath and wheezing.
Severe asthma attacks can be very dangerous. They are caused by inflammation and swelling in the airways of the lungs.
৯. প্ৰায় সকলোৰে থকা বেমাৰ চৰ্বি জমা হোৱা লিভাৰত , omega 3 ৰ নিয়মিত সেৱনে Non alcoholic fatty liver বেমাৰ প্ৰতিৰোধ কৰে ।
১০. হাড়ৰ বিষ আৰু গাঁঠিৰ বিষৰ পৰা পৰিত্ৰাণ দিয়াত এই এচিডে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । omega 3 য়ে হাড়ত কেলচিয়ামৰ মাত্ৰা বৃদ্ধি কৰে ।
১১. মহিলা/ছোৱালীৰ মাহেকীয়াৰ সময়ত হোৱা বিষৰ পৰা পৰিত্ৰাণ দিয়াত omega 3 য়ে সহায় কৰে । One study even found that an omega-3 supplement was more effective than ibuprofen in treating severe pain during menstruation
১২. বহুতৰে আজিকালি টোপনি নাহে । অনিদ্ৰা দূৰ কৰাত এই এচিডে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।Low levels of omega-3 fatty acids are associated with sleep problems in children and obstructive sleep apnea in adults
১৩. ছালৰ কাৰণে খুব ভাল ।
For people who are lacking in omega-3, this is a cheap and highly effective way to improve health. বিভিন্ন দৰবৰ নামত মাহে হেজাৰ হেজাৰ টকা খৰচ কৰি থকা সকলে দুই তিনিমাহ খালেই প্ৰমাণ পাব ।
এই উৎকৃষ্ট মানদণ্ডৰ omega 3 বিধ পাবলৈ যোগাযোগ কৰক । বজাৰত উপলব্ধ omega 3 তকৈ কিয় শ্ৰেষ্ঠ আমাৰ এই omega 3 জানিবলৈ ব্যৱহাৰ কৰক আৰু সুস্বাস্থ্যৰ অধিকাৰী হওক ।
You can do home based job with us
Click here to claim your Sponsored Listing.
Category
Website
Address
Uzan Bazar
Guwahati
781003
15/12/2021
15/12/2021
15/12/2021