Deep Transport

Deep Transport

Share

Logistic

04/05/2026

দাদা জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপুনি সঁচাকৈয়ে এজন ভাল মানুহ।।

22/03/2026
18/03/2026

চামগুৰিৰ মাটিৰ সন্তান—নাজিৰ হুছেইন।
দুখীয়া ৰাইজৰ আশা, যুৱ প্ৰজন্মৰ ভৰসা।

নম্ৰতা আৰু সৰলতাৰে হৃদয় জয় কৰা এজন নিজৰ মানুহ। সদায় ৰাইজৰ সুখ-দুখত ওচৰত থকা এক ভৰসাৰ নাম।

আজি সৰ্ব সাধাৰণ ৰাইজৰ একেই আহ্বান—“আমাৰ প্ৰাৰ্থী হিচাপে নাজিৰ হুছেইনক বিচাৰোঁ।”

যদি দলে বিশ্বাস ৰাখে,
তেন্তে জয় নিশ্চিত কৰিব চামগুৰিৰ ৰাইজে।
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
@,sarbanada sonuwal
Diplu Ranjan Sarma

Want your business to be the top-listed Beauty Salon in Guwahati?
Click here to claim your Sponsored Listing.

Telephone

Address


Guwahati
781008