Bidya’s recipes
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bidya’s recipes, Health/Beauty, Bidya Das, Gauhati.
Bidya’s recipes পেজলৈ সকলোকে স্বাগতম🌹🙏🌹
👩🍳 সহজে ৰান্ধক | জুতি লগাই খাওক | সুস্থ থাকক| সুষম আৰু পুষ্টিকৰ খাদ্যৰ সোৱাদযুক্ত ৰেচেপি।🏡 বিদ্যাৰ পাকঘৰৰ পৰা আপোনালৈ।🥘🍛🥗
নতুন ৰেচেপি চাবলৈ পেজটো follow কৰক!
এখন জুতীৰ ব্যঞ্জনে ভাতসাঁজ খাব পাৰি !!
দাইল ভাত পাপৰ আৰু আমৰ আচাৰেৰে 😋🍛
Morning black coffee with nuts and fruits cake ☕️🥮🍰
A Protein rich dal recipe!
প্ৰতিজন প্ৰাপ্তবয়স্ক মানুহক প্ৰটিন দৈনিক শৰীৰৰ ওজনৰ বিপৰীতে প্ৰতি কেজিত ১ গ্ৰামকৈ লাগে বুলি আমাক শৰীৰ বিশেষজ্ঞই কয়। আহক আমি দৈনিক খাদ্যৰ তালিকাত প্ৰটিনৰ গুৰুত্ব দি প্ৰটিন যুক্ত খাদ্যৰে সুস্থ শৰীৰ গঠন কৰোঁ। মাতৃ সকলেও এই ৰেচিপটো সাধাৰণ সহজ যদিও চাব বনাব ল’ৰা- ছোৱালীক খোৱাব উপকৃত হ’ব 🥰
゚
Breakfast; Rajma , roti. Egg pouch and mung halwa!😋
কচু লটি পতাত পিহা মছলাৰে মুখত লগা ভাজি এখন!🥘বৰ ভাল পাব ৰেচিপিটো চাবচোন💚
#কচুলটি ゚ ゚
Breakfast;bread and butter, stuffed capsicum,egg pouch , a small bowl Rajma with a Jamoon sarbat 🥪🍳
Mouthwatering Stuffed capsicum recipe!
পেট ভৰা সুস্বাদু হেল্দি নাস্তা 🫑
゚viralシ
একেলগে মুখৰুচক,সহজ,সোৱাদ আৰু হেল্দী ৰেচিপি। ৰীলটো মিচ নকৰি বনাই খাব, মনত ৰৈ যাব😋😃🩷💚
ভদীয়া পকা কঁঠাল😋😋
এই stream fish ৰ ৰেচিপিটো আপোনাৰ পৰিয়ালৰ মাছ খাই বেয়া পোৱা জনক বনাই খোৱাই সোৱাদ কেনে পালে সুধিবছোন…
Category
Website
Address
Bidya Das
Gauhati
Alerts
Be the first to know and let us send you an email when Bidya’s recipes posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.