News Assam9

News Assam9

Share

News Assam9

25/08/2026

# বাইহাটা চাৰিআলিৰ নিকতৱৰ্তী ননৰা বৰবকুলতল বুঢ়াডাঙৰীয়া থানত নিশা চুৰি কাণ্ড।
# পাঁচটাকৈ টিলিঙা চোৰে চোৰ কৰি নিয়ে । দুদিন পুৰ্বে ননৰা গাঁৱৰ অন্য মন্দিৰ দুটাৰ পৰাও পূজাত প্ৰয়োজনীয় কাহ পিতলৰ বাচন চোৰ হয়।

24/08/2026

# উত্তৰ গুৱাহাটীৰ শিলা সেন্দূৰী ঘোপা মৌজাৰ, মৌজাদাৰৰ পৰিয়ালটে দিন দুপৰতে চিলনী চোৰৰ উপদ্ৰৱ ৷

# C.C. টিভিৰ ফুটেজ আছে যদিও
সেয়া অস্পষ্ট। সম্প্ৰতি অপৰাধীৰ
অনুসন্ধান অব্যাহত ৰাখিছে উওৰ গুৱাহাটীৰ আৰক্ষীয়ে।

24/08/2026

বাইহাটা চাৰিআলিৰ সমীপবৰ্তী কমলপুৰত বিশেষ অভিনন্দন অনুষ্ঠান । কমলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰে এই বিশেষ অভিনন্দন অনুষ্ঠান ।

23/08/2026

বিশিষ্ট ভাৰতীয় জনতা পাৰ্থীৰ সমাজ কৰ্মীৰ মহানুভৱতা

23/08/2026

কমলপুৰ জনপ্ৰিয় ক্লাবে প্ৰতিবছৰে ফুটবল খেল অনুষ্ঠিত কৰি আহি এইবেলি ভৰি দিলে ২৯ বছৰত । আজিৰে পৰা আৰম্ভ হৈছে ২৯ সংখ্যক বংশীধৰ কলিতা চলন্ত ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ।

23/08/2026

কমলপুৰ আৰক্ষীৰ জালত সামাজিক মাধ্যমত এগৰাকী কিশোৰীৰ বিৰুদ্ধে অপ প্ৰচাৰ চলোৱা দুই ব্যক্তিক আটক । কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ কন্যাৰ বিৰুদ্ধে মৰিগাঁৱৰ জোনাক কুমাৰ নাথ আৰু ডিব্ৰুগড়ৰ প্ৰীতম গগৈয়ে সামাজিক মাধ্যমত চলাইছিল অপ প্ৰচাৰ ।

22/08/2026

মৃণালিনী দেৱীলৈ শ্ৰেষ্ঠতম মাতৃৰ সন্মান।অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীলৈ এই সন্মান।

21/08/2026

কাৰ কি মতামত

21/08/2026

বাইহাটা চাৰিআলিৰ মাজ মজিয়াত চুৰিকাঘাটৰ ঘটণা । দ্বীজেন শৰ্মা নামৰ এগৰাকী ব্যক্তিক চুৰিৰে আক্ৰমণ বিনোদ শৰ্মা নামৰ ব্যক্তি গৰাকীৰ ।

21/08/2026

বাইহাটা চাৰিআলিৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান পূব কামৰূপ মহাবিদ্যালয় । সমগ্ৰ উত্তৰ পূব কামৰূপৰ ছাত্ৰ ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ১৯৭২ চনত স্থাপন কৰা হৈছিল।

Want your business to be the top-listed Beauty Salon in Guwahati?
Click here to claim your Sponsored Listing.

Category

Address


Baithata Chariali
Guwahati