Hojai, Aiudyf
সামাজিক ন্যায়, সম বিকাশ, সম উন্নয়ন আৰু সম-অধিকাৰ প্ৰতিষ্ঠাই হল আমাৰ লক্ষ্য আৰু উদ্দেশ্য।
17/03/2026
২০২৬ চনৰ বিধানসভা নিৰ্বাচন: এ আই ইউ ডি এফৰ দ্বিতীয়টো প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।
16/03/2026
63 নং হোজাই সমষ্টিত AIUDF দ'লৰ মনোনীত প্ৰাৰ্থী শ্ৰী যুত ৰাখল দাস। প্ৰায় নিশ্চিত। আনুষ্ঠানিকতা বাকী।
09/03/2026
২০২৬ চনৰ বিধানসভা নিৰ্বাচন: এ আই ইউ ডি এফৰ প্ৰথমটো প্ৰাৰ্থী তালিকা প্ৰকাশ।
08/03/2026
ব্যক্তিগত খণ্ডৰ শিক্ষক-শিক্ষয়ত্ৰীক কৃতজ্ঞতা আৰু সম্বৰ্ধনা জ্ঞাপন
বিন্নাকান্দি সমষ্টিৰ বিভিন্ন অঞ্চলৰ ব্যক্তিগত খণ্ডৰ তিনি শতাধিক শিক্ষক-শিক্ষয়িত্ৰীক আজমল ফাউণ্ডেচনৰ উদ্যোগত আন্তৰিক সম্বৰ্ধনা আৰু সন্মান জনোৱা হয় নীলবাগানৰ হাজী আজমল আলী কলেজত।
উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক মহাম্মদ ছিৰাজুদ্দিন আজমল চাহাব,আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম ডাঙৰীয়া,আজমল চি এছ আৰৰ উপদেষ্টা মৌলানা আব্দুল কাদিৰ ক্বাছিমী চাহাব, আজমল চি এছ আৰৰ মূখ্য উপদেষ্টা ড° চামচুল হক চৌধুৰী,আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰ,আজমল ফাউণ্ডেচনৰ মহা প্ৰৱন্ধক ড° এম আৰ এইছ আজাদ সহ অন্যান্য বিষয়া সকল উপস্থিত থাকে।
02/03/2026
৮ মাহৰ পৰা বৰষুণ হোৱা নাই, RKC য়ে কত ৰাস্তা ইমান বেয়া পালে যে, সকলোৱে মিলি গাড়ী ঠেলিব লগা হল? নে মুৰুকৰ ৰক্তৰ লাখান কাহিনী? 😃
01/03/2026
আমছুৰ প্ৰাক্তন সভাপতি সন্মানীয় ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক আজি AIUDF দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ও মুখপাত্ৰৰ দায়িত্ব অৰ্পণ কৰা হয়।
আমি হোজাই জিলা যুৱ মৰ্চাৰ তৰফৰ পৰা তেখেতক আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছো।
AIUDF Long live
Moulana Badruddin Ajmal Sahab Zindabad✊
অমাৰ নেতা আমাৰ গৌৰৱ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব।
আকৌ এবাৰ মানৱীয়তা দেখুৱালে আজমলে। ওমৰাহ হজৰ পৰা অসুস্থ আফজালৰ কাষত মৌলানা বদৰুদ্দিন আজমল চাহাব থিয় দিলে। ভিডিঅ’ কলৰ জৰিয়তে আফজল আৰু দেউতাকৰ লগত কথা পাতিলে। তেওঁ আফজলৰ দেউতাকক আশ্বস্ত কৰি আফজলৰ চিকিৎসাৰ বাবে ২ লাখ ৫০ হাজাৰ টকীয়া চেক পঠিয়াব বুলি প্ৰতিশ্ৰুতি দিয়ে।
ধন্যবাদ আজমল চাহাব।
Category
Website
Address
Pub Jugijan
Hojai
Alerts
Be the first to know and let us send you an email when Hojai, Aiudyf posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.