Akashi Ganga Ancholick AAMSU

Akashi Ganga Ancholick AAMSU

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Akashi Ganga Ancholick AAMSU, Beauty, cosmetic & personal care, Hojai.

24/03/2023

আমছু জিন্দাবাদ

24/03/2023
Photos from Akashi Ganga Ancholick AAMSU's post 24/03/2023

❤️❤️

24/03/2023

Ramadan Kareem

সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনালোঁ ।

23/03/2023

আকাশী গংগা আঞ্চলিক আমছুৰ পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমবাসীক ৰমজানৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। পৱিত্ৰ ৰমজান মাহে সমাজত একতাৰ এনাজৰীডাল সুদৃঢ় কৰি সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ-সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা।

Samsuddin
Social worker Akashi Ganga Ancholick AAMSU

Photos from Akashi Ganga Ancholick AAMSU's post 25/11/2021

আঞ্চলিক সমিতি গঠনঃ
আজি ইং ২৫/১১/২০২১তাৰিখে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু) হোজাই জিলা সমিতিৰ অন্তৰ্গত লামডিং ছাৰ্কেবস্তি আঞ্চলিক সমিতি গঠন কৰা হয়।

উল্লেখিত সভাত লাবলু হুছেইনক সভাপতি, আমিৰ হুছেইনক কাঃসভাপতি আৰু চাহানুৰ হুছেইন আৰু জমিৰ হুছেইনক সাধাৰণ সম্পাদক হিচাপে নিযুক্ত দি ৫১জনীয়া এখনি শক্তিশালী সমিতি গঠন কৰি দিয়া হয়,

নৱগঠিত সমিতি খনৰ সকলো বিষয়ববীয়াক আকাশী গংগা‌ আঞ্চলিক আমছুৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ।

25/11/2021

জয় আই অসম
আমছু জিন্দাবাদ

Website

Address


Hojai
782435

Alerts

Be the first to know and let us send you an email when Akashi Ganga Ancholick AAMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Hojai.