Quasimul Uloom Moudanga Madrasa
Quasimul Uloom Moudanga Madrasa is a Islamic research centre. Estd 1944
The madrasa is closed for 8days after the completion of the Half Yearly exam. Quasimul Uloom Moudanga Madrasa fans
সদৌ অসম তা'লিমি তৰব্বী ব'ৰ্ডৰ অন্তর্গত আজিৰ পৰা আৰম্ভ হোৱা ২০২৬-২৭ শিক্ষাবৰ্ষৰ ছমহীয়া পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ আন্তবিক শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোকৰ শিক্ষাজীরন সফল হওক, আপোনালোকৰ পৰিশ্ৰমে উজ্জ্বল হওক, আল্লাহে সকলোৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ তৌফিক দান কৰক।
মধুৰ কণ্ঠে ক্বোৰআন পাক তিলাৱত fans Quasimul Uloom Moudanga Madrasa
31/08/2026
এটা সুন্দৰ স্মৃতি 🥰🥰
Mashallah 🥰 ::
Sura waqia Tilawat
২০ বছৰৰ মনৰ হেঁপাহ।।
আমাৰ ঐতিহ্যমণ্ডিত ক্বাছিমুল উলুম মৌডঙ্গা মাদ্ৰাছা পৰিভ্ৰমণ কৰাৰ হেঁপাহ আৰু হাবিয়াস মনত পুহি ৰখা দাৰুল উলুম দেওবন্দৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মৌলানা মুফতি ৱাহিদুজ জামান ক্বাছিমী চাহাব অৱশেষত আজি আহি আমাৰ মাদ্ৰাছাখন পৰিদৰ্শন কৰি মনৰ ভাৱ প্ৰকাশ কৰে ।
Category
Contact the business
Telephone
Website
Address
Debosthan P/o Debosthan Bazar. P/S Murajhar. Hojai
Hojai
782481
Alerts
Be the first to know and let us send you an email when Quasimul Uloom Moudanga Madrasa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.