Saindhyaaz Makeover : Bridal Studio & Makeup Academy
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Saindhyaaz Makeover : Bridal Studio & Makeup Academy, Makeup artist, A T Road, Tarajan, Jorhat.
মেকআপ আৰ্টিষ্ট সন্ধ্যা পৰিচালিত মেকআপ প্ৰশিক্ষণ তথা ব্ৰাইডেল আৰু অন্যান্য মেকআপৰ যোৰহাটৰ অগ্ৰণী প্ৰতিষ্ঠান।
An ISO 9001:2015 Certified Bridal Studio & Makeup Academy
Also Book Your Bridal Makeup
তৰাজান, এ টি ৰোড, যোৰহাট
(সোণজনী জুৱেলাৰীৰ সমীপত)
01/01/2026
সকলোলৈ ইংৰাজী 2026 নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আশাবোৰ পূৰণ হওঁক আৰু সুস্বাস্থ্যৰে আনন্দমনেৰে নিয়াৰিকৈ কামবোৰ কৰি যাওঁক, তাৰেই কামনা কৰিলো।
Wish you all a Very Happy and Prosperous New Year 2026
28/12/2025
যোৰহাট তৰাজানৰ মোৰ Bridal Studio & Makeup Academy য়ে আপোনালোকৰ সাহস, সহায়, উৎসাহত যোৱা ১৬ ডিচেম্বৰ ২০২৫ ত তিনিটা বছৰ সফলতাৰে অতিক্ৰম কৰিলে।
আমাৰ এই যাত্ৰা থমকি নৰয়। মেকআপক পেছা হিচাপে লব খোজা মেকআপ শিকাৰ আগ্ৰহী তথা যোৰহাট আৰু কাষৰীয়া জিলাসমুহৰ আগ্ৰহী শিক্ষাৰ্থীসকলক ব্যয়সাধ্য খৰচত উন্নতমানৰ মেকআপ আৰু হেয়াৰষ্টাইলৰ প্ৰশিক্ষণ দিয়া হয় আৰ লগতে ISO মানযুক্ত চাৰ্টিফিকেট প্ৰদান কৰা হয়। লগতে আমাৰ Bridal Studio ৰ পৰা Bridal Makeup, Party Makeup ৰ অতি ব্যয়সাধ্য খৰচত সেৱা আগবঢ়োৱা হয়।
সবিশেষ জানিবলৈ আমাক 8638767785 নম্বৰত যোগাযোগ কৰিব পাৰে
A Hands on Practical Session at Our Makeup Academy for Makeup and Hairstyle Courses.
Join for Next Batch Makeup & Hairstyle Course for Limited Seats for January 2026 Batch
Call us at 8638767785 or Visit us at our Makeup Academy
24/12/2025
মৰমলগা কইনাজনীৰ অভ্যৰ্থনাৰ দিনৰ বাবে এটি ধুনীয়া মেকআপ।
Reception Makeup Look for a Beautiful Bride.
For Bridal Makeup or any makeup related enquiry, Call 8638767785. Makeup Artist Saindhya, Jorhat
Or Visit our Bridal Makeup Studio
Saindhyaaz Bridal Makeup Studio
Tarajan, Jorhat, AT Road
Near Soonjoni Jewellery and Reliance Trendz
21/12/2025
Makeup Course সন্ধ্যাজ্ মেকঅভাৰ ষ্টুডিও তথা একাডেমীৰ মেকআপ আৰু হেয়াৰষ্টাইলৰ বিভিন্ন কোৰ্চৰ, অহা নতুন বৰ্ষৰ জানুৱাৰী মাহৰ সীমিত আসনৰ বাবে নামভৰ্তি চলি আছে। আগ্ৰহী সকলে 31 ডিচেম্বৰ 2025 ৰ ভিতৰত 8638767785 নম্বৰত যোগাযোগ কৰিব পাৰে। নৱবৰ্ষ উপলক্ষে ২৫% বিশেষ ৰেহাইৰ লগতে ইনষ্টলমেন্টত এডমিশ্যন ফিজ দিয়াৰ সুবিধা দিয়া হৈছে। লগতে সকলোৰে সুবিধা হোৱাকৈ ৰাতিপুৱা আৰু দিনৰ ক্লাছৰ সুবিধা আছে। আমাৰ ইয়াত কোনো ধৰণৰ মেকআপ প্ৰডাক্ট লগত লৈ আহিব নালাগে। সম্পূৰ্ণ সুবিধাযুক্ত আমাৰ মেকআপ একাডেমীৰ ঠিকনা:
তৰাজান, এ টি ৰোড, যোৰহাট, সোণজনী জুৱেলাৰীৰ সমীপত
admission makeupartist bridalmakeupcourse trendingreels viralreels jorhat makeup
Are you looking for Good Makeup Primer for your Glowing Skin?
Go for the Recode Radiant Primer, which Instantly smooth the look of uneven skin tone while creating a radiant base for makeup.
You can purchase it online from Recode or from Recode Store available on several cities of India.
Here is the tips from Makeup Artist Saindhya showing the product. Call/whatsapp at 8638767785 for more information
09/12/2025
Makeup Course সন্ধ্যাজ্ মেকঅভাৰ ষ্টুডিও তথা একাডেমীৰ মেকআপ আৰু হেয়াৰষ্টাইলৰ বিভিন্ন কোৰ্চৰ, ডিচেম্বৰ মাহৰ সীমিত আসনৰ বাবে নামভৰ্তি চলি আছে। সেয়েহে আগ্ৰহী সকলে 15 ডিচেম্বৰৰ ভিতৰত 8638767785 নম্বৰত যোগাযোগ কৰিব পাৰে। ডিচেম্বৰ মাহৰ ২৫% বিশেষ ৰেহাইৰ লগতে ইনষ্টলমেন্টত এডমিশ্যন ফিজ দিয়াৰ সুবিধা দিয়া হৈছে। লগতে সকলোৰে সুবিধা হোৱাকৈ ৰাতিপুৱা আৰু দিনৰ ক্লাছৰ সুবিধা আছে। আমাৰ ইয়াত কোনো ধৰণৰ মেকআ প্ৰডাক্ট লগত লৈ আহিব নালাগে। সম্পূৰ্ণ সুবিধাযুক্ত আমাৰ মেকআপ একাডেমীৰ ঠিকনা:
তৰাজান, এ টি ৰোড, যোৰহাট, সোণজনী জুৱেলাৰীৰ সমীপত
16/11/2025
Makeup Course সন্ধ্যাজ্ মেকঅভাৰ ষ্টুডিও তথা একাডেমীৰ মেকআপ আৰু হেয়াৰষ্টাইলৰ বিভিন্ন কোৰ্চৰ, নৱেম্বৰ-ডিচেম্বৰ মাহৰ সীমিত আসনৰ বাবে নামভৰ্তি চলি আছে। মাত্ৰ ৩ টা আসন খালী আছে। সেয়েহে আগ্ৰহী সকলে 20নৱেম্বৰ ভিতৰত 8638767785 নম্বৰত যোগাযোগ কৰিব পাৰে। নৱেম্বৰ মাহৰ উৎসৱকালীন ২৫% বিশেষ ৰেহাইৰ লগতে ইনষ্টলমেন্টত এডমিশ্যন ফিজ দিয়াৰ সুবিধা দিয়া হৈছে। লগতে সকলোৰে সুবিধা হোৱাকৈ ৰাতিপুৱা আৰু দিনৰ ক্লাছৰ সুবিধা আছে। আমাৰ ইয়াত কোনো ধৰণৰ মেকআ প্ৰডাক্ট লগত লৈ আহিব নালাগে। সম্পূৰ্ণ সুবিধাযুক্ত আমাৰ মেকআপ একাডেমীৰ ঠিকনা:
তৰাজান, এ টি ৰোড, যোৰহাট, সোণজনী জুৱেলাৰীৰ সমীপত
09/11/2025
Makeup Course সন্ধ্যাজ্ মেকঅভাৰ ষ্টুডিও তথা একাডেমীৰ মেকআপ আৰু হেয়াৰষ্টাইলৰ বিভিন্ন কোৰ্চৰ, এইমাহৰ সীমিত আসনৰ বাবে নামভৰ্তি চলি আছে। আগ্ৰহী সকলে 8638767785 নম্বৰত যোগাযোগ কৰিব পাৰে। ১৫ নৱেম্বৰ ২০২৫ ৰ আগত এডমিশ্যন লব বিচৰা সকলৰ বাবে ২৫% বিশেষ ৰেহাইৰ লগতে ইনষ্টলমেন্টত এডমিশ্যন ফিজ দিয়াৰ সুবিধা দিয়া হৈছে। লগতে সকলোৰে সুবিধা হোৱাকৈ ৰাতিপুৱা আৰু দিনৰ ক্লাছৰ সুবিধা আছে। আমাৰ ইয়াত কোনো ধৰণৰ মেকআ প্ৰডাক্ট লগত লৈ আহিব নালাগে। সম্পূৰ্ণ সুবিধাযুক্ত আমাৰ মেকআপ একাডেমীৰ ঠিকনা:
তৰাজান, এ টি ৰোড, যোৰহাট, সোণজনী জুৱেলাৰীৰ সমীপত
Looking for a good spray to keep grip of Makeup for longer duration and for all skin and all weather. Have a look on Recode Grip Spray
You can purchase it from Recode Online or Retail store
For more info call/Whatsapp 8638767785 to me
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
A T Road, Tarajan
Jorhat
785001
Opening Hours
| Monday | 10am - 6pm |
| Tuesday | 10am - 6pm |
| Wednesday | 10am - 6pm |
| Thursday | 10am - 6pm |
| Friday | 10am - 6pm |
| Saturday | 10am - 5pm |