Manyata We value your beauty
We try to give you a look which will not only enhance your beauty but also make you confident
10/01/2021
Practical class
06/11/2020
06/11/2020
17/10/2020
Tried two different party makeup looks. Do share your honest and valuable comments.
Also do follow and share my page for more such makeup looks. Hope you like it.
26/09/2020
CN – 436
Name – Satabdi Sarmah
Address – Jorhat
অসমৰ সবাতকৈ জনপ্ৰিয় শুদ্ধ অসমীয়া গহনাৰ বাবে বিখ্যাত " ডুগডুগী"ৰ উদ্যোগত ৩য় বাৰৰ বাবে "অসম কন্যা ২০২০-২১"
পুৰস্কাৰ সমূহ:-
১)খিতাপ বিজয়ীক মুঠিখাৰু,অসমীয়া গহনা ছেট, আঙুঠি, কঁপালি,গ্ৰন্থ,ট্ৰফী, ডুগডুগী ৫বছৰৰ Discount কাৰ্ড,গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
২)দ্বিতীয় পুৰস্কাৰ - অসমীয়া গহনা ছেট,আঙুঠি,গ্ৰন্থ, ট্ৰফী, ডুগডুগী ৪ বছৰৰ discount কাৰ্ড,গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
৩)তৃতীয় পুৰস্কাৰ- অসমীয়া গহনা ছেট, গ্ৰন্থ, ট্ৰফী, ডুগডুগী ৩ বছৰৰ discount কাৰ্ড,গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
৪)চতুৰ্থ পুৰস্কাৰ- ঝুমকা কানফুলি, গ্ৰন্থ,ট্ৰফী, ডুগডুগী ২বছৰৰ discount কাৰ্ড, গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
৫)১০ গৰাকীক নিচুকনি বঁটা আৰু ৫ গৰাকীক বিচাৰকৰ বিশেষ সন্মানত অসমীয়া গহনা আঙুঠি, ট্ৰফী, ডুগডুগী ১বছৰলৈ discount কাৰ্ড,গছপুলি আৰু প্ৰমাণ পত্র প্ৰদান কৰা হব।
নিয়মাৱলী:-
১)প্ৰতিযোগিতাত জীয়ৰী-বোৱাৰী সকলোৱে অংশ গ্ৰহণৰ বাবে ডুগডুগী ফেচবুক পেজ https://www.facebook.com/dugdugiassamesejewellery/ ত অংশীদাৰ কৰিব লাগিব।
২)১টা Like ত ১পইণ্ট আৰু ১টা শ্বেয়াৰত ৫পইণ্ট লাভ কৰিব।১টা ফেচবুক একাউণ্টৰ পৰা সৰ্বাধিক ৫টা শ্বেয়াৰ কৰিব পাৰিব ।
৩)৩০-৬০চেকেণ্ডৰ নিজৰ বিষয় প্ৰত্যেকজন প্ৰতিযোগিয়ে video কৰি আপলোড কৰা নিৰ্দিষ্ট নিজৰ ফটোৰ কমেণ্টত ত দিব লাগিব।৫০ পইণ্ট সংযোগ হব।(Video টো ছেপ্টেম্বৰ শেষত upload দিলেও হব,নিদিলে bonas ৫০মাৰ্ক টো নাপাব)
৪)বিচাৰকৰ সিদ্ধান্ত মৰ্মে নতুন চৰ্তাৱলী প্ৰযোজ্য হব পাৰে।সৰ্বাধিক পইণ্ট লাভ কৰা গৰাকীক বিজয়ী ঘোষণা কৰা হব।
৫)প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পৰম্পৰাগত সাজপাৰ (অনান্য), বিয়া সাজপাৰ, সত্ৰীয়, জনগোষ্ঠীয় সাজপাৰ ইত্যাদি আৰু অসমীয়া গহনা পৰিধান কৰা ফটো সমূহ Email [email protected] অথবা Whatsapp নম্বৰ 9957992615 লৈ সম্পূণ নাম ,বয়স, ঠিকনা দি প্ৰেৰণ কৰিব লাগিব।
৬)ফটো সমূহ ৩১ আগষ্ট ৰ ভিতৰত পঠিয়াব লাগিব।
৭)৪ ছেপ্টেম্বৰ পৰা আৰম্ভ হব লগীয়া " অসম কন্যা" প্ৰতিযোগিতা ৩০ ছেপ্টেম্বৰত সমাপ্ত হব আৰু ২অক্টোবৰ ত Facebook Live আৰু বাতৰি কাকত ৰ যোগেদি "অসম কন্যা খিতাপ" ঘোষণা কৰা হব।
৮)পুৰস্কাৰ সমূহ ডুগডুগী গুৱাহাটীৰ চান্দমাৰী,নগাওঁ কলেজৰ ট্ৰেফিক পইণ্ট আৰু যোৰহাট গড় আলি পুৰণি বালিবাটত অৱস্থিত বিপনীৰ পৰা সংগ্ৰহ কৰিব লাগিব।
৯)পুৰস্কাৰ সমূহ সম্পূৰ্ণৰূপে lockdown খোলা হোৱাৰ পিছত নতুনকৈ নিধাৰিত তাৰিখত দিয়া হব ।
যিমান পাৰে সকলোৱে share কৰিব বুলি আশা ৰাখিলো আৰু page টো like কৰা লগতে ডুগডুগী ক আশীৰ্বাদ দিব নাপাহৰিব
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Jorhat
Opening Hours
| 9am - 5pm |