Fit Couple Papiya Mridupaban

Fit Couple  Papiya Mridupaban

Share

We are working on the mission Making the World healthier and happier

06/05/2026
Photos from Fit Couple  Papiya Mridupaban's post 20/04/2026

নমস্কাৰ,

মোৰ নাম মৃদুপৱন ।

মই আজি মোৰ ২০১৬ ৰ পৰা ২০২৬ লৈকে স্বাস্থ্য আৰু লাইফষ্টাইল জাৰ্নীৰ এটা সৰু অভিজ্ঞতা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰোঁ।

২০১৬/২০১৭ চনত, মোৰ ওজন আছিল ৫৩ কেজি। সেই সময়ত মোৰ এনার্জি লেভেল বহুত কম আছিল, সহজে ক্লান্ত হৈ পৰিছিলোঁ, আৰু মোৰ স্কিনতো বিশেষ গ্লো নাছিল। লগতে মোৰ Gastric বেছি হৈ Melena হৈছিল ৷ কাৰন মোৰ দৈনন্দিন লাইফষ্টাইলো সঠিক নাছিল—অনিয়মিত খাদ্যাভ্যাস, কম পানী খোৱা, আৰু নিয়মীয়া ব্যায়াম নকৰা ।

তাৰ পিছত মই ধীৰে ধীৰে এটা হেল্থি এক্টিভ লাইফষ্টাইল অনুসৰণ আৰম্ভ কৰোঁ।

মই মোৰ ডেইলি ৰুটিনত কিছুমান সাধাৰণ কিন্তু ইম্পৰ্টেণ্ট পৰিৱৰ্তন আনিলোঁ—

সঠিক পুষ্টি লোৱা
পৰ্যাপ্ত পানী খোৱা
নিয়মীয়া ৱাকিং / এক্সাৰছাইজ
আৰু সঠিক বিশ্ৰাম লোৱা

আৰম্ভণিতে অলপ চেলেঞ্জ আছিল, কিন্তু মই কনচিষ্টেণ্ট থাকিলোঁ। ২০১৮ চনত মই মোৰ ওজন মেইনটেইন কৰিলো আৰু আজিৰ তাৰিখত, ২০২৬ত, মই মোৰ ৰিজাল্ট মেইনটেইন কৰি আছোঁ।

মোৰ ওজন এতিয়া ৬৮ কেজিৰ ভিতৰত স্থিৰ আছে,
মোৰ এনার্জি বহুত ভাল,
মোৰ স্কিনো আগতকৈ সুস্থ আৰু গ্লোইং হৈছে,
আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা—মোৰ কনফিডেন্স বহুত বৃদ্ধি পাইছে।

মই উপলব্ধি কৰিলোঁ যে—
“Weight Gain কৰা বা Weight Lose কৰা ডাঙৰ কথা নহয়, কিন্তু সেইটো বছৰ বছৰ ধৰি maintain কৰা হৈছে সঁচাকৈ ডাঙৰ achievement।”

এই যাত্ৰাই মোক এটা কথা শিকালে—
সঠিক গাইডেন্স আৰু কনচিষ্টেণ্ট লাইফষ্টাইল থাকিলে, যিকোনো মানুহে নিজৰ স্বাস্থ্য উন্নত কৰিব পাৰে।

যদি আপোনালোকৰ মাজতো কোনোবাই নিজৰ ওজন, এনার্জি বা সামগ্ৰিক স্বাস্থ্য উন্নত কৰিব বিচাৰে, তেন্তে আপুনি মোৰ সৈতে connect কৰিব পাৰে। মই নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম ।

মোৰ নাম্বাৰ : 8822590542 ৷

ধন্যবাদ ৷

26/07/2025

Online exercise is going on. Message me for join our community.

06/05/2025

Call for details

05/04/2023

We need 600mg Calcium daily. Pregnant 🤰 ladies are needed 1200mg Calcium daily. Calcium deficiency can causes weak Muscles support and unhealthy
Bones and higher risk of Fracture and many more.
Inbox 📥 me for more information.

09/03/2023

Obesity causes 13 different types of Cancer.......

12/12/2022

Our personal health result..........

Photos from Fit Couple  Papiya Mridupaban's post 05/09/2022

Good morning everybody 🙏🏻🙏🏻

Photos from Fit Couple  Papiya Mridupaban's post 29/08/2022

Morning workout and Nutritional Breakfast done.

You can join us online at ZOOM. Contact me for more details....... 8822590542

Photos from Fit Couple  Papiya Mridupaban's post 28/08/2022

Good morning everybody 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

Want your business to be the top-listed Beauty Salon in Jorhat?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Jorhat
785010

Opening Hours

Monday 6am - 5pm
Tuesday 6am - 5pm
Wednesday 6am - 5pm
Thursday 6am - 5pm
Friday 6am - 5pm
Saturday 6am - 5pm
Sunday 9am - 12pm