Weight lose tips

Weight lose tips

Share

Weight lose tips

15/08/2025

*৭৯ সংখ্যক স্বাধীনতা_দিৱসৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ🇮🇳🇮🇳🇮🇳....
বন্দে মাতৰম 🇮🇳🇮🇳🇮🇳🇮🇳
Jai Hind 🇮🇳🇮🇳🇮🇳🇮🇳

14/01/2025

*সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনালোঁ।*

01/01/2025

🩵গৰকি অহা বছৰকেইটাৰ পোৱা-নোপোৱাৰ হিচাপটো একাষৰীয়া কৰি ন-উদ্দ্যমেৰে উপভোগ কৰক এই নৱবৰ্ষ।💚নতুন বছৰৰ নতুন কিৰণৰ প্ৰতিটো ক্ষনে জীপাল কৰি তোলক আপোনাৰ জীৱন।😍
🎁💘নৱবৰ্ষৰ প্ৰতিটো দিনেই যাতে সফলতাৰ ফাকু চতিয়াই,ৰঙীণ কৰি তোলক,নতুন আশাৰে।❣️
😍🌻🧡প্ৰতিটো দিন,প্ৰতিটো ক্ষণ সুখৰ হৈ পৰা কামনা কৰি আপোনাক তথা আপোনাৰ পৰিয়ালৰ সকলো সদস্যলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই দীৰ্ঘজীৱন সুস্বাস্থ্যৰ কামনা কৰিলোঁ।🎈🎂💐

💝💙💛💙💝
🥳💚𝐖𝐈𝐒𝐇 𝐘𝐎𝐔 𝐕𝐄𝐑𝐘 𝐇𝐀𝐏𝐏𝐘.𝐍𝐄𝐖 𝐘𝐄𝐀𝐑 2025🥳💚
💛💖💚💐❣️💛💓🤩💚🥳🧡💙☀️❣️💛

26/12/2024

25/12/2024

10/12/2024

💁30 দিনৰ প্ৰত্যাহ্বান লওক আৰু শৰীৰৰ অতিৰিক্ত ওজন হ্ৰাস কৰক।
🙋আপুনিও যদি পেটৰ চৰ্বী,বাহুৰ চৰ্বী,ককাঁলৰ তলৰ অংশত জমা হোৱা চৰ্বী,গৰ্ভাৱস্থাৰ অতিৰিক্ত চৰ্বী কমাব বিচাৰে তেনেহ'লে "𝐘𝐄𝐒" 𝐂𝐎𝐌𝐌𝐄𝐍𝐓 কৰি মোক 𝐒𝐌𝐒 কৰক 8723968473 নম্বৰত।

24/06/2024

🖐️যি_সকলে ১ মাহত শৰীৰৰ পৰা অতিৰিক্ত
৫ কেজি ওজন কমাব বিচাৰে Comment ট "YES" লিখি মোক SMS কৰিব পাৰিব।

8723968473

11/04/2024

EID MUBARAK TO ALL OF YOU 🙏🙏🙏🙏🙏🙏☪️☪️☪️☪️☪️☪️🌙🌙🌙🌙💫

01/03/2024

৬০ দিনৰ বাবে আমাৰ ওজন হ্ৰাসৰ প্ৰত্যাহ্বানত যোগদান কৰক আৰু আপোনাৰ শৰীৰক ৰূপান্তৰিত কৰক💪
কোনো কঠোৰ ডায়েটিং নহয়
১০০% প্ৰাকৃতিক
হয় বুলি কওক।
মই course details পঠাম
📌📲📞 8723968473 ত whatsapp কৰিব ✅

14/01/2024

🪻💛🩵🥳নিয়ৰ সৰা গধূলি,💙মাঘ মাহৰ জাননী,🩵মেজিৰ তলৰ ধেমালি,🤩 অসমী আইৰ পদূলিত পালেহি ভোগালী।💖💖💚🥳
💖🥳💐❣️😍মাঘৰ মেজি,পিঠা-পনা আৰু অনেক সুখৰ বতৰাই আপোনাৰ জীৱন ৰঙীন কৰি তোলক।🩵💝🤍🌄💐😍
❣️💐ভোগালীৰ ভেলাঘৰ,উৰুকাৰ ভোজ,আৰু মেজিৰ জুইৰ প্ৰৱিত্ৰ উমেৰে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৰে জীৱন যাতে সুখময় হৈ পৰে তাৰে কামনাৰে আপোনালোক সদৌটিলৈ ভোগালী বিহুৰ হিয়াভৰা মৰম আৰু আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।🙏🙏🙏🙏🙏🙏🙏

Want your business to be the top-listed Beauty Salon in Jorhat?
Click here to claim your Sponsored Listing.

Category

Website

Address


Jorhat
785001