Sum Sumi Vlogs

Sum Sumi Vlogs

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sum Sumi Vlogs, Beauty, cosmetic & personal care, guwahati, Kamakhya.

11/03/2025

With Dugdugi Assamese Jewellery – I'm on a streak! I've been a top fan for 6 months in a row. 🎉

অসম কন্যা খিতাপ ২০২৪-২৫ (CD) 27/09/2024

অসম কন্যা খিতাপ ২০২৪-২৫
CN413- Aditi Devi From Dergaon Golaghat

অসমৰ সবাতকৈ জনপ্ৰিয় শুদ্ধ অসমীয়া গহনাৰ বাবে বিখ্যাত " ১৮টাকৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত, অসমবাসী স্বাভিমানৰ প্রতিষ্ঠান “ডুগডুগী"ৰ উদ্যোগত ষষ্ঠ বাৰৰ বাবে সামাজিক মাধ্যমৰ সকলোতকৈ জনপ্ৰিয় অনুষ্ঠান *"অসম কন্যা ২০২৪-২৫" খিতাপ*

_নিয়মাৱলী_ :-
*১)* প্ৰতিযোগিতাত জীয়ৰী-বোৱাৰী সকলোৱে অংশ গ্ৰহণৰ বাবে ডুগডুগী ফেচবুক পেজ *https://www.facebook.com/profile.php?id=61553566590212&mibextid=LQQJ4d* ত অংশীদাৰ কৰিব লাগিব।
*২)* ১টা Like ত ১পইণ্ট আৰু ১টা শ্বেয়াৰত ৫পইণ্ট লাভ কৰিব।১টা ফেচবুক একাউণ্টৰ পৰা সৰ্বাধিক ১০টা শ্বেয়াৰ কৰিব পাৰিব ।
*৩)* ৩০-৬০চেকেণ্ডৰ নিজৰ বিষয়ে প্ৰত্যেকজন প্ৰতিযোগিয়ে ভিডিও কৰি আপলোড কৰা নিৰ্দিষ্ট নিজৰ ফটোৰ কমেণ্টত ত দিব লাগিব লগতে নিজৰ FB একাউন্টত reels bonai * * * * * * ত টেগ কৰিব পাৰিব।তেতিয়া ৫০০ পইণ্ট সংযোগ হব।(ভিডিও টো ৫ ছেপ্টেম্বৰ ভিতৰত আপলোড দিলেও হব,নিদিলে বনাছ ৫০০মাৰ্ক টো নাপাব)।লগতে ডুগডুগী আৰু স্বত্বাধিকাৰী উৎপল বণিয়াৰ বিষয়ে কিছু তথ্য যুগুত কৰি নিজৰ ফেচবুক একাউন্টত আৰু আপলোড কৰা নিজৰ ফটোৰ কমেণ্টত দিব পৰা সকলে বিচাৰকৰ বিশেষ বঁটাৰ বাবে মনোনয়ন হব আৰু অতিৰিক্ত ১০০০বোনাচ পইণ্ট পাব আৰু reels বনাই আমালৈ দিলেও আমাৰ page ৰ পৰা Upload দিম।তাৰো count কৰা হ’ব।FB একাউন্টত * * * * * * ত টেগ কৰিব লাগিব।Screenshot বোৰ whatsapp ৰ যোগেদি দিব পাৰিব।
*৪)* বিচাৰকৰ সিদ্ধান্ত মৰ্মে নতুন চৰ্তাৱলী প্ৰযোজ্য হব পাৰে।সৰ্বাধিক পইণ্ট লাভ কৰা গৰাকীক বিজয়ী ঘোষণা কৰা হব।
*৫)* প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পৰম্পৰাগত সাজপাৰ (অনান্য), বিয়া সাজপাৰ, সত্ৰীয়, জনগোষ্ঠীয় সাজপাৰ ইত্যাদি আৰু অসমীয়া গহনা পৰিধান কৰা ফটো সমূহ Email id- *[email protected]* অথবা Whatsapp নম্বৰ *9957992615* লৈ সম্পূৰ্ণ নাম ,বয়স, ঠিকনা দি প্ৰেৰণ কৰিব লাগিব। ১০ বছৰৰ ওপৰৰ জীয়ৰী আৰু বোৱাৰী সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব।

*৬)* *_অসম কন্যা_* " প্ৰতিযোগিতা *২৭ ছেপ্টেম্বৰ* ৰাতি ১১.৫৫ মিনিটত সমাপ্ত হব আৰু ২৯ ছেপ্টেম্বৰ ত Facebook Live আৰু বাতৰি কাকত ৰ যোগেদি " *অসম কন্যা* *খিতাপ* " ঘোষণা কৰা হব।
*৭)* প্ৰত্যেক প্ৰতিযোগীয়ে ৮ ছেপ্টেম্বৰত ঘৰতে একোটাকৈ গছপুলি ৰোপণ কৰি সামাজিক মাধ্যমত * * * * ত টেগ কৰি অতিৰিক্ত ৫০০ বনাছ পইণ্ট লাভ কৰিব পাৰিব ।
*৮)* পুৰস্কাৰ সমূহ ডুগডুগীৰ নতুন শাখা শিৱসাগৰৰ গ্ৰেণ্ড অপেনিং চেলিব্ৰেচনৰ দিনাখন দিয়া হব।তেতিয়া পুৰস্কাৰ সমূহ লব পাৰিলে পুৰস্কাৰৰ লগতে Extra Gift ও দিয়া হব।
অন্যথাই নৱেম্বৰ অথবা ডিচেম্বৰ মাহৰ ভিতৰত ক্ৰমান্বয়ে _গুৱাহাটীৰ চান্দমাৰী,নগাওঁ কলেজৰ ট্ৰেফিক পইণ্ট আৰু যোৰহাট গড় আলি পুৰণি বালিবাট,ডিব্ৰুগড়ৰ কে চি গগৈ পথ,লখিমপুৰৰ ছোৱালী হাইস্কুল ,তেজপুৰ চিভিল ৰোড, মৰিগাঁও, ৰহা _ ত অৱস্থিত বিপনীৰ পৰা সংগ্ৰহ কৰিব লাগিব।
*৯)* পুৰস্কাৰ সমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰতহে লব লাগিব আৰু পাছলৈ দিয়া নহব। ******* শুদ্ধ অসমীয়া গহনা পৰিধান কৰা সকলে ৫০০ বোনাছ পাব **** Page টো follow কৰা লগতে follow বহুৱা সকলক বিচাৰকৰ বিশেষ বঁটা অন্তগত ডুগডুগী শুভকাংশী বঁটালৈ মনোনীত কৰা হব।

Website

Address


Guwahati
Kamakhya
787052

Alerts

Be the first to know and let us send you an email when Sum Sumi Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Kamakhya.