Alone boy

Alone boy

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Alone boy, Beauty, cosmetic & personal care, Kokrajhar.

29/12/2022
11/08/2022

বেছি ৰাতি Online থাকিলেই যে কাৰ বা লগত Chatting কৰি আছে নহবও পাৰে কাৰণ দিনটে ব্যস্ততাৰ পাৰ হওয়াৰ পিছত ৰাতি অকলশৰিয়া অনুভব খিনি দুৰ কৰিবলৈ কিছুমানে social মেডিয়াত active থাকে।

18/07/2022

- নিজের ক্ষতি তো নিজে তখনই
করেছি..!!🙂
যখন নিজের থেকে বিশ্বাসটা অন্য কাউকে

বেশি করেছি..!!🥀💔

15/07/2022

কেবল মাএ হাৰিয়ে ফেলাৰ ভয়ে এমন কিছু মানুষকে বাৰ বাৰ মাফ কৰি । যাৰা তাৰ অযোগ্য

18/04/2022

অতিরিক্ত ভালোবাসার বিনিময়টা একদিন অবহেলায় পরিপূর্ণ হয়

26/02/2022

জীৱনৰ মূল্য সদায় মৃত্যুৰ পাছতহে বাঢ়ি যায় বুলি সেইদিনাই গম পালোঁ , যিদিনা মুৰ্গী বেপাৰিটোৱে কৈছিল গোটা মুৰ্গীৰ কেজি ১০০ টকা, আৰু কটা মুৰ্গীৰ কেজি ২০০ টকা ।

07/02/2022

বিস্কুট খোৱাৰ সময়ত চবেই ভাঙি হে খায় । কিন্তু কিনাৰ সময়ত কেতিয়াও কোনেও ভঙা বিস্কুট নিকিনে । এনেকি কোনো গ্ৰাহকে বিস্কুট কিনাৰ আগতে সেয়া টান নে সেমেকি গৈছে নিশ্চিত কৰোঁতে যদি এটা বিস্কুট ভাঙি পেলায় তেতিয়া দোকানীজনে হয়তো আপোনাৰ ওপৰত খং কৰিব কাৰণ আপুনি যিহেতু সেইবিধ বিস্কুট লয় নে নাই তাৰ কোনো নিশ্চয়তা নাই ।

সন্মুখত যিহেতু ১৪ ফেব্ৰুৱাৰী । সেয়েহে দোকানী সকলক সতৰ্ক কৰি দিলোঁ, আপোনাৰ বিস্কুট ভঙাৰ আগতে সেই বিস্কুটৰ পূৰ্ণ মূল্য লৈহে ভাঙিবলৈ দিব । নহ'লে নিশ্চিত হ‌ওক সেই ভঙা বিস্কুট কোনেও নিকিনে । এনেকি যিয়ে ভাঙিছে, সিও ইচ্ছুক নহয় কিনিবলৈ ।

মনত ৰাখিব :- যাৰ বিস্কুট সি ভাঙিলে একো নাই । আনে ভাঙিলে মূল্যহীন । ধন্যবাদ 🙏🙏🙏

05/02/2022

- অভাব.!😞

- মানুষকে প্রিয়জন চিনতে শেখায়.!🙂💔

Want your business to be the top-listed Beauty Salon in Kokrajhar?
Click here to claim your Sponsored Listing.

Website

Address


Kokrajhar
783354