Jahnabi Borah
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jahnabi Borah, Health/Beauty, Nagaon.
কলিতা পুলিচে Facebook বিয়া পাতিলে, নতুন কইনা আহি ঘৰ পালেহি।
কাকতি দাক বোলে বাঘে কামুৰিলে গোটে খন হৈ চৈ হল।😂😂
গুলি ফুটাই কেনেকৈ বাছা হয়!!! কে কে দা পাজুল লগাই দিলে 😂😂।
কলিতা পুলিচে মালিকণি বাইদৌৰ বদনাম গালে এতিয়া কি হব বাৰু 😂😂।
ভোগালী বিহুৰ আয়োজন বৰ ধুনীয়াকৈ কৰিছে চাই ভাল লাগিল।
কে কে চাৰে মোহনক ভাত খাব মাটি কি খোৱালে চাও আহক।
ছোৱালী মানুহৰ বয়স সুধিব নাপাই কিন্তু !!!
মোহন আৰু বিউতি কম্ফু খেল চাও আহক।
মোহনে কবিতা লিখাত ভাগ লৈছে শুনি ভাল লাগিল পাই।
চানা খোৱাই খোৱাই মাইকী পলুৱাই লৈ গল 😂 ।
সাবিত্ৰী কত গল সকলোৰে চিন্তাত তৰণী নাইকীয়া হৈছে।
28/06/2023
দুখ আৰু সুখ দিন - ৰাতি দৰে। যেনেকৈ আন্ধাৰ হলে পোহৰো হয় ঠিক তেনেকৈ দুখ হলে সুখ আহিব। এতিয়া মই পোহৰৰ অপেক্ষাত 🥰🥰।
Click here to claim your Sponsored Listing.
Category
Website
Address
Nagaon