DRx Ikbal Hussain official

DRx Ikbal Hussain official

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DRx Ikbal Hussain official, Health/Beauty, Nagaon.

04/03/2025

04/03/2025
Photos from DRx Ikbal Hussain official 's post 11/01/2025

Tawang

28/12/2024

With respected M**D Minister sri Pasanta Phukan sir

27/09/2023

মঃ মতিউৰ ৰহমান প্ৰমুখ্যে ARPA ৰ সন্মানীয় কাৰ্য্য নিৰ্বাহক মণ্ডলী ঃ
নমস্কাৰ;
অনুগ্ৰহ কৰি তলৰ কথাখিনিৰ উত্তৰ দিব বুলি আশা কৰিলোঁ ৷

1. বিশ্ব ফাৰ্মাছী দিৱসৰ দিনা আপোনালোকে সগৌৰৱেৰে ঘোষণা কৰিলে যে আপোনালোকে Online Sale of Medicine ত নাই ৷ আনফালে আপোনালোকে বিচাৰিছে Online Voting in APC election.
তাৰমানে নীতি নিয়ম এনেকুৱা নেকি যে যিফালে নিজৰ সুবিধা সেইফালে ব্যৱহাৰ কৰিব ৷ ইয়াৰ দ্বাৰা এইটোহে বুজাব বিচৰা হৈছে নেকি যে আপোনালোকৰ সুবিধা হয় কাৰণে আপোনালোকক Online Voting লাগে আৰু ব্যৱসায়ত অসুবিধা হয় কাৰণে Online বিক্ৰী হোৱা দৰৱ বোৰ বেয়া ৷
আমাৰ দেশৰ সংবিধান খন চাহৰ কাপ নহয় দাদা যে নিজৰ সোৱাদ অনুযায়ী চাহৰ কাপত চেনী মিলাই চাহৰ জুতি লব ! স্থিতি স্পষ্ট কৰক দাদা ৷

2. আপোনালোকৰ Think tank বুলি কিবা আছেনে যিয়ে ফাৰ্মাচিষ্টৰ হৈ সকলো সময়তে চিন্তা কৰে ৷ নে Official Advisor সকলে আপোনালোকক ভালকৈ guide কৰিব পৰা নাই।
যদি আপোনালোকৰ Think tank আৰু শুদ্ধ advisor আছে তেন্তে আপোনালোকৰ executive council য়ে জবাব দিয়ক যে ভাৰতীয় সংবিধানৰ কোনটো article মতে Online Voting বৈধ ? ভাৰতৰ The People Representative Act মতেও Online Voting বৈধ নে ? নে The Pharmacy Act মতে বৈধ ?

যদি বৈধ নহয় তেন্তে ফাৰ্মাচিষ্টৰ হৈ অবৈধ নিয়ম এটা দাবী কৰিবলৈ আপোনালোকক কোনে অধিকাৰ দিলে হে ?
ফাৰ্মাচিষ্টৰ হৈ উত্তৰ দিয়ক দাদা সকল আমি অতি সৰু ল’ৰা ৷

3. Online ত য়েই যদি সকলো হয় তেন্তে আপোনালোকৰ মিটিং বিলাক Offline ত পাতে কিয় ? এইবাৰাৰ ফাৰ্মাচিষ্ট ডেৰ function online ত নাপাতিলে কিয় ? দুখীয়া ফাৰ্মাচিষ্টক আৰু দুখীয়া কৰাৰ কৌশল নেকি ? নিজে বিচাৰিব Online ব্যৱস্থা আনফালে মিটিংঙত ফাৰ্মাচিষ্ট নাহিলে আপোনালোকেই কথা শুনাই নহয় জানো যে “ফাৰ্মাচিষ্ট মিটিংঙত নাহে বুলি“ !
এনেকুৱা পৰাস্পৰ বিৰোধী স্থিতিৰে ফাৰ্মাচিষ্টৰ হৈ কি হিতৰ কাৰণে কাম কৰি আছে আপোনালোকে ? অলপ বুজাই দিয়ক না দাদা সকল ৷

4. আপোনালোকে সংগঠন জন্ম দিয়া মুল Rental issue এতিয়া settle হ’ল নেকি ? নে ভোট বিচাৰিবলৈ অসুবিধা হয় কাৰণে আনক নজনোৱাকৈয়ে বিষয়টো track ৰ পৰা উলিয়াই দিলে ?
যদি সেইটোৱেই হয় তেন্তে আপোনালোকৰ মুল ইছু আচলতে কি “নিৰ্বাচন জিকা নে Rental issue ত কাম কৰা “ ?

5. 74 জন ফাৰ্মাচিষ্টক কাঠগড়াত থিয় কৰাই বাকী গৰিষ্ঠসংখ্যক ফাৰ্মাচিষ্টক সুবিধা দিয়া কথাটো আপোনালোকৰ এজন দুজনৰ সিদ্ধান্ত আছিল নে সংগঠনৰ কাৰ্য্য নিৰ্বাহকৰ ৷ এতিয়া জানি বুজি আপোনালোকে issue বিলাক divert কৰিব বিচাৰিছে নেকি ?

এনেকুৱা ঠুনুকা যুক্তিৰে আপোনালোকে fake pharmacist ৰ বিৰুদ্ধে যুঁজি ফাৰ্মাচিষ্টক ন্যায় দিব কেনেকৈ ?

জনসাধাৰণৰ জ্ঞাতাৰ্থে আপোনালোকে এই কথা খিনিৰ উত্তৰ দিব বুলি আশা ৰাখি এই মুকলি প্ৰশ্ন কেইটা কৰিলোঁ ৷

পুনঃ নমস্কাৰ ৷

সাধাৰণ ফাৰ্মাচিষ্টৰ হৈ

আমি ARPU জিন্দাবাদ ৷ 🙏
ইকবাল হুছেইন
মুখ্য সাংগঠনিক সম্পাদক(ARPU CENTRAL COMMITTEE)

Photos from DRx Ikbal Hussain official 's post 26/05/2023

ধন্যবাদ নগাঁও জিলা ঔষধ পৰিদৰ্শক মহোদয়া।

যোৱা ১৫-০৫-২০২৩ তাৰিখে ARPU এ‌ দিয়া আবেদনৰ বৃত্তিত ঔষধ পৰিদৰ্শকে লোৱা action ৰ বাবে ARPU ৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আজি বাইদেউ এ কাচুৱা অঞ্চলত থকা অবৈধ ফাৰ্মাচী ৰ অভিযান ত বহুতো ফাৰ্মাচী Seal কৰে।আগলৈ আপোনাৰ নগাঁও জিলাৰ বিভিন্ন অঞ্চলত অবৈধ ফাৰ্মাচী ৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি আশা ৰাখিলোঁ।আমি‌ আশা ৰাখিছো অহা‌ ১বছৰ‌ৰ ভিতৰত নগাঁও জিলা‌ অবৈধ ফাৰ্মাচী মুক্ত হব। উক্ত অভিযান ত সহায় সহযোগ কৰে ARPU ৰ জিলা কমিটি ৰ হৈ RAKIB,ARIF,PARBEZ,MASUM । সহায় সহযোগ কৰা প্ৰতিজন সদস্য লৈ ARPU ৰ ফালৰ কৰা ধন্যবাদ থাকিল।

21/01/2023

ARPU সদাই pharmacist ৰ সকলো বিপদত আগত থাকি কাম কৰি যাব।আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ৰ এটা ফেচবুক পোষ্ট কৰি এনেকুৱা অসুবিধাৰ কথা উল্লেখ কৰি Assam pharmacy council ক জনাইছিল দুদিনমান আগতে। Thank you APC

Want your business to be the top-listed Beauty Salon in Nagaon?
Click here to claim your Sponsored Listing.

Category

Culinary Team

Attire

Telephone

Website

Address


Nagaon
782002