Junmoni'z Makeover

Junmoni'z Makeover

Share

Professional Makeup Artist✨
DM me for any events! Dm for bridal orders! Bridal Packages available!

Photos from Junmoni'z Makeover's post 17/11/2025

Work 💄

17/09/2025

"ওঁ দেৱ শিল্পীন মহাভাগ দেৱানাং কাৰ্য্যসাধকঃ/বিশ্বকৰ্মন নমস্তুভ্যাং সৰ্বাভীষ্টং প্ৰদায়ক"।সমস্ত শিল্পকৰ্ম, নিৰ্মাণ কৰ্মৰ অধিৰ্কতা দেৱ শিল্পী হৈছে বিশ্বকৰ্মা দেৱ।শাস্ত্ৰমতে ব্ৰহ্মাৰ পুত্ৰ বিশ্বকৰ্মা হৈছে শিল্প কলাৰ দেৱতা দেৱ শিল্পী। সকলো দেৱতাৰ প্ৰাসাদ,দেৱগণৰ ৰথ,অস্ত্ৰ, সকলো প্ৰকাৰৰ অলংকাৰৰ নিৰ্মাতা হৈছে বিশ্বকৰ্মা। কুবেৰৰ মহল, স্বৰ্গৰ দেৱসভা,ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰকা পুৰী,ৰাৱণৰ স্বৰ্ণ লংকা, পাণ্ডৱৰ ইন্দ্ৰপ্ৰস্থ আদি বিশ্বকৰ্মাৰ সৃষ্টি। গতিকে এইগৰাকী দেৱ শিল্পীৰ আশীৰ্বাদতে সকলো শিল্পকৰ্ম, নিৰ্মাণ কাৰ্য্য সুকলমে সম্পন্ন হয় বুলি ভক্তপ্ৰান লোকে লোকবিশ্বাস মতে পূজা অৰ্চনা কৰি আহিছে 🌺🌸🙏🏻

06/08/2025
04/08/2025

যোৱা বছৰ শাওন মাহৰ ৩নং সোমবাৰে গৈছিলো এই মন্দিৰ ভাগলৈ..মোৰ লগত এটা মিৰাকল হৈছিল আপোনালোকে জানিব বিচাৰে যদি কমেন্ট কৰিব।ওঁম নমঃ শিৱায় 🙏

24/07/2025

অস্ত আকাশৰে সপোন ৰহণ সানি...

11/07/2025

নিজে ভালদৰে সাজোন কাচোন কৰাতকৈ আনক সজাই পৰাই সৰুৰে পৰাই ভালপাইছিলো❣️মেকআপৰ টেণ্ড অহাৰ আগতেই প্ৰায় ১৩গৰাকীমান সৰু ডাঙৰ কইনা সজাইছিলো। তেতিয়া ইমান প্ৰডাক্ট নাছিল।মেকআপ শিকাৰ আগ্ৰহ হৈছিল এইকাৰণেই মোৰ ছোৱালী ভাৰত নাট্যমৰ ছাত্ৰী তাই নাচে বাবে শিকিছিলো।এই শিক্ষাটো লওতে যথেষ্ট খিনি টকা খৰচ হৈছিল তাতে প্ৰডাক্ট বোৰৰ যিহে দাম। তথাপি মই আৰ্থিক ভাৱে পিছপৰা কিন্তু মনেৰে সাজিপাৰি কইনা হ'বলৈ মন কৰা সকলক ক'ব বিছাৰো তোমালোকৰ সেই সপোন পূৰ্ন কৰিবৰ বাবে মই সাজো খুউব কম এটা পাৰিশ্ৰামিকৰে তোমালোকে কইনা সাজিব পাৰিবা🥰♥️ মোৰ লগত যোগাযোগ কৰিবৰ বাবে DM কৰিবা 📥 এইগৰাকী কইনাই পাৰ্টিৰ আগদিনা মোৰ লগত যোগাযোগ কৰিছে তাৰ আগতে তেওঁ কেইবাজনৰ লগত যোগাযোগ কৰি মিলাব পৰা নাছিল।কইনা গৰাকীৰ গাল আৰু upper lips 👄 যথেষ্ট দাঢ়ি আছিল নেটৱৰ্ক নাপায় কাৰণে তাইৰ লগত একো কথাই‌ পাতিব পৰা নাছিলোঁ মাত্ৰ তাই মোক খোপাত লগাবলৈ ফুল আছে বুলি কৈছিল।বাকী কাৰেন্টৰ সমস্যা বিয়া ঘৰৰ ৰান্ধনীশালৰ ধোৱা ইত্যাদি ৰ মাজতে কাম কৰিছিলো.. বহুত ভিতৰুৱা বোকা পানী নেওচি ✨✨ Do share.

27/12/2023

With Gorgeous Actress Priyanka baishya ❤️😘

27/12/2023

With my forever favourite Prantika ma'am ❤️🥰

Want your business to be the top-listed Beauty Salon in Nagaon?
Click here to claim your Sponsored Listing.

Category

Website

Address


Birah Bebejia
Nagaon