Oddity central news Assam
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Oddity central news Assam, Health/Beauty, Nalbari Village.
নলবাৰী জিলা বিজেপিত সংঘাত আৰম্ভ হৈছে নেকি!
কিয় খং উঠিছে নলবাৰী জিলা বিজেপি দলৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ৷
বিকাশৰ কাৰ্যসূচীৰে নলবাৰীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,জয়ন্ত মল্ল বৰুৱা,ভৱেশ কলিতা,ৰণজিৎ দাস,সাংসদ দিলীপ শইকীয়া আৰু কুইন ওজাই।
শিল্পী সুদক্ষিণা শৰ্মাৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
নলবাৰী জিলা কংগ্ৰেছৰ সংবাদমেল৷
নলবাৰীৰ বিভিন্ন সমস্যাৰ ওপৰত আজি নলবাৰী ৰাজীৱ ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ সংবাদ মেল৷
*নলবাৰীত বানাক্ৰান্তৰ কাষত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী*
*ধৰ্মপুৰ সমষ্টিৰ কৈঠালকুছি, নাকেৰবাৰী, নদলা ,সাহপুৰ আদি অঞ্চলৰ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন পাটোৱাৰী*
*পৰ্যাপ্ত বান সাহাৰ্য্য প্ৰদানৰ আশ্বাস মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ*
*সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী*
নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কলে সমষ্টি পুনঃনিৰ্ধাৰণত কোনো আপত্তি নাই৷
মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত লৈছে তাত আমাৰ কবলগীয়া নাই৷
সমষ্টিৰ নাম সলনি হলেও কোনো আপত্তি নাই বুলি কলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷
আজি নলবাৰীৰ চামতাত এই কথা জনালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷
নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱস পালন
সমগ্ৰ ৰাজ্যৰ লগতে প্ৰতিকুল বতৰৰ মাজতে মঙলবাৰে নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগতো ৰাভা দিৱস পালন কৰা হয় ৷
এই উদ্যেশ্যে ২৬ নং বনগাঁও পঞ্চায়তত আয়োজিত ৰাভা দিৱসৰ কাৰ্যসূচীত জিলা উপায়ূক্ত গীতিমনি ফুকন , পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া শিখামনি বৰা , পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পনা শৰ্মা , পকোৱা জিলা পৰিষদৰ সদস্য পৱিত্ৰ কুমাৰ ডেকা , পঞ্চায়ত সভানেত্ৰী গীতিমা দেৱী , প্ৰধান শিক্ষয়িত্ৰী মীৰা ডেকাকে ধৰি কেববাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহন কৰে ৷ মুখ্যমন্ত্ৰী উপস্থিত থকা ধুবুৰীত অনুষ্ঠিত ৰাভা দিৱসৰ কাৰ্যসূচী লাইভ প্ৰত্যক্ষ কৰে উক্ত অনুষ্ঠানত ৷ অনুষ্ঠানটো গীতে মাতে জীপাল কৰি তোলে অমিয় হাজৰিকাৰ ৰাভা সংগীতৰ লগতে বৰনৰ্দ্দী আদৰ্শ বিদ্যালয়ৰ ছাত্ৰীৰ ৰাভা নৃত্যই ৷ অনুষ্ঠানত বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পন কৰা হয় ৷
শাৰীৰিকভাবে সক্ষম শিল্পী মন্টু আলীৰ কন্ঠত শুনক এটি গীত৷
*নলবাৰীৰ মিলন হাইস্কুল পানীগাওঁত প্ৰধান শিক্ষয়ত্ৰীৰ বিৰুদ্ধে সহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ৰাইজৰ গুৰুতৰ অভিযোগ।*
*ৰাজহুৱা সভাত উতপ্ত পৰিবেশ*
*প্ৰধান শিক্ষয়ত্ৰীৰ সন্মুখতে সহ শিক্ষকৰ লগতে ৰাইজে আনিলে এটাৰ পিছত আন এটা অভিযোগ*
*১৯৬১ চনতে স্থাপিত চৰকাৰী খণ্ডৰ বিদ্যালয় মিলন হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ভৱানী কলিতাৰ বিৰুদ্ধে আহিছে বহু অভিযোগ*
*আজি প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে ৰাজহুৱাকৈ অনা অভিযোগৰ ৱাবে বিদ্যালয়খনৰ পৰিচালনা সমিতিে অনুষ্ঠিত কৰে ৰাজহুৱা সভা*
*উল্লেখ্য যে সকলোৰে অভিযোগ নাস্যৎ কৰি এয়া গভীৰ শৰযন্ত্ৰ বুলি উল্লেখ কৰে শিক্ষয়িত্ৰী ভৱানী কলিতাই*
*Big Breking*
*নলবাৰী বলাকুছি মথাউৰিত ভয়ংকৰ খহনীয়া*
*ৰেলুৱৈ কতৃপংক্ষৰ ওপৰত জনতাৰ ক্ষোভ*
*নলবাৰী বলাকুছিত মথাউৰিত ভয়ংকৰ খহনীয়া*
*বাৰিষাৰ প্ৰৱল বৃষ্টিপাতৰ ফলত সঘনে খহনীয়া হয় উক্ত মথাউৰিত*।
*বুধবাৰে নিশাৰ পৰা হোৱা অতিপাত বৃষ্টিপাতৰ ফলত মথাউৰিটো খহি পুখুৰী সদৃশ হৈ পৰা পৰিলক্ষিত হয়*।
𝕭𝖍𝖚𝖒𝖎𝖕𝖔𝖒𝖕𝖔 𝖆𝖍𝖎𝖑𝖆𝖞 10:16 𝖆𝖒 𝖔𝖙 𝖕𝖔𝖜𝖆
*কৃটিম বানৰ কৱলত সমগ্ৰ নলবাৰী চহৰ*
*পানী নিষ্কাশনৰ দায়িত্বত থকা নলবাৰী পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মুখ ভাগতো পানীৰ ধল*
*চহৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়,নলবাৰী সদৰ থানাৰ লগতে চহৰ খনৰ মূল পথ সমুহ পানীৰ তলত*
নিশাৰ এন্ধাৰত এয়া কি |
এক ভয় লগা দৃশ্য ||
𝖁𝖎𝖗𝖊𝖑 𝖛𝖎𝖉𝖊𝖔
ৰবি শৰ্মাৰ জন্ম গাঁও নলবাৰীৰ ককয়াত “শ্ৰী ৰঘূপতি”ৰ প্ৰচাৰত নামিল নৱ প্ৰজন্ম৷
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Nalbari Village