Nalbari Netralaya
Complete Eye Care Solution under one roof
15/08/2026
15th August celebration at Nalbari Netralaya
23/03/2026
Optometrist — the backbone of Vision care delivery system. World Optometrist Day celebrations at Nalbari Netralaya on 23/03/2026
27/01/2026
সকলোলৈকে নলবাৰী নেত্ৰালয়ৰ তৰফৰ পৰা ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।প্ৰতি বছৰৰ দৰে নলবাৰী নেত্ৰালয়াত এই বছৰো গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। এইবাৰ আমাৰ মাজত উপস্থিত আছিল গুৱাহাটী নিবাসী বিশিষ্ট সমাজসেৱক তথা বিশিষ্ট বক্তা মাননীয় শ্ৰী যুত অনুপ চৌধুৰী দেৱ। তেখেতৰ উদগনি মূলক বাক্তিতাই আমাক সকলোকে আপ্লুত কৰিলে।
22/12/2025
It was a fun filled academic on Saturday 20/12/2025 at IMA ASB ACADEMIA at Bongaigaon.
Thanks to Dr Samik Kr Dev for this new idea of academics & given me platform.
# IMA Bonaigaon
19/09/2025
🙏🙏
17/09/2025
দৱা আৰু শংখৰ ধ্বনীৰে বিশ্বকৰ্ম পূজাৰ পবিত্ৰ ক্ষণত
15/08/2025
আজি ১৫ আগষ্ট স্বাধীনতা দিৱস উপলক্ষে আমি "নলবাৰী নেত্ৰালয়ত অতি উলাহ-মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰো।নলবাৰী নেত্ৰালয়ত আমাৰ শ্ৰদ্ধাৰ সন্মানীয় ড° দিনমণি ভাগৱতী দেৱে জাতীয় পতকা উত্তোলন কৰি ৭৯ বছৰৰ স্বাধীনতাৰ অভিজ্ঞতা ব্যাক্ত কৰি অনুস্থানটিসাফল্যমণ্ডিত কৰে।
04/05/2025
যোৱা মে মাহৰ ২ তাৰিখে আমাৰ নলবাৰী নেত্ৰালয়ৰ তৃতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি এখন আলোচনা চক্ৰ অনুস্থিত কৰা হয়। অনুষ্ঠানটিত উপস্থিত থাকে ৰেদিকেৱ ফাৰ্মাৰ বিশিষ্ট ব্যক্তি প্ৰণৱ কুমাৰ শৰ্মা ডাঙৰীয়া। তেখেতৰ বহুমূলীয়া আৰু উদগনিমূলক ভাষণে আমাক সকলোকে যথেষ্ট উৎসাহিত কৰে লগতে এইবাৰ অনুস্থিত হোৱা হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা আমাৰ নলবাৰী নেত্ৰালয়ৰ দুগৰাকী কৰ্মচাৰীৰ ছোৱালী শ্ৰী নিচা কলিতা আৰু শ্ৰী পুনম কলিতাক সম্বৰ্ধনা জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰা হ'ল। গোটেই অনুষ্ঠানটোৰ আট ধৰে নলবাৰী নেত্ৰালয়ৰ কৰ্মচাৰী শ্ৰী ৰিচা দত্তই।
Category
Telephone
Website
Address
Nalbari
Alerts
Be the first to know and let us send you an email when Nalbari Netralaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.