Nayan Das

Nayan  Das

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nayan Das, Health/Beauty, Nalbari.

12/09/2026

Xokolowe ahibo আপোনাক এটা অনুৰোধ কৰিব বিচাৰিছো, অহা 19/09/2026 তাৰিখে দাদাৰ বছেৰেকীয়া তিথিৰ লগত সংগতি ৰাখি আমাৰ নলবাৰী জুবিন গাৰ্গ মায়াবিনি টীমৰ উদ্যোগত অহা 23/09/2026 তাৰিখে নলবাৰীত(থানা চক) জুবিন দাৰ স্মৃতিত এভাগি অনুষ্ঠানৰ আয়োজন কৰিছো, গতিকে উক্ত অনুষ্ঠানটিত সমূহ জুবিন অনুৰাগীয়ে আপোনাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছো।
ধন্যবাদেৰে
সভাপতি- পার্থ প্ৰতিম দত্ত
সম্পাদক- নয়ন ৰাজ
জয় জুবিন দা
জয় আই অস
জুবিন গাৰ্গ মায়াবিনি টীম,নলবাৰী plz plz 🙏 dada apuni o jdi olp support kore amak amar zubeen garg Mayabini team' tok

04/09/2026

কলিৰ কৃষ্ণ হৰেকৃষ্ণ krishna janmashtam

09/08/2026

দাদা তুমি কত গুচি গলা
আমাক
সকলোকেত এৰি থৈয় ❤️🤘🌍 Garrima Saikia Garg

18/06/2026

আৱেগ মচা ইমান সহজ নহয়
ভাবিছে চাগে পাহৰি যোৱা বুলি দাদাক!!হৃদয়ত আছে দাদা । পাহৰি যোৱাটো ইমান সহজ নহয় । দাদা ক সদায় হৃদয়ত আলফুলে যঁতনাই ৰাখিম ❤️🤘🌍 ♥️

Category

Website

Address


Nalbari
781335

Alerts

Be the first to know and let us send you an email when Nayan Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Nalbari.