Beauty Haloi

Beauty Haloi

Share

মোৰ ফেচবুকপেজৰ মাজেৰে কিছুমান হাঁহিৰখোৰাক আৰু কিছুমান কৰুন সংলাপ কৰি মনোৰঞ্জন দিব চেষ্টা কৰিছো।

21/04/2026

Good morning,

20/04/2026

যিজন ব্যক্তি ধীৰ,স্থিৰ অমায়িক,সহজ,সৰল সেই জন ব্যক্তিৰ সমাজত সন্মানো সীমিত। কাৰন আধুনিক যুগত ভদ্ৰ ছাই সন্মান নহয়।মুখৰ কঠোৰতম ছাইহে সন্মান দিয়া হয়।সেইবাবেই মাজে,মাজে সহজ,সৰলতাৰ মাজত কঠোৰতা খিনি থকাতো দৰকাৰ। ।

Photos from Beauty Haloi 's post 14/03/2026

আজি কালি মিছলীয়াৰ ৰাজত্ব।
সছাকথাৰ খোজেপতি বিপদ????

28/02/2026

সম্পৰ্ক এটা তেতিয়াই জীয়াই থাকে ।যেতিয়াই তাত বিনিময় নাথাকে।থাকে মাথো ইজনৰ সিজনৰ মৰম' আদৰ যত্ন।যেতিয়া তাত বিনিময় সোমাই পৰে তেতিয়াই সেই সম্পৰ্কটো বজাৰত পৰিনত হয়।

Photos from Beauty Haloi 's post 26/01/2026

সমালোচনাৰ পাত্ৰ সকলোবেই হব নোবাৰে??
যদি কোনোবা জন সেই সমালোচনাৰ পাত্ৰ হয় তেতিয়া তেওঁ হাজাৰটাৰ ওপৰত হবলাগিব।
সমালোচনাৰ পাত্ৰ মানে দুৰ্বল নহয় বহুত শক্তিশালী????

Photos from Beauty Haloi 's post 22/01/2026

নিজৰ প্ৰযোজনত বিচৰা মানুহৰ পৰা মৰম,আদৰ,সন্মান,পোৱা নাযায়। সেইবাবেই নিজৰ প্ৰযোজনত বিচৰা মানুহৰ পৰা সদায় দুৰত থাকিব।

29/12/2025

কিছুমান মানুহ আছে আনৰ ভাল দেখিব নোবাৰে।কাৰন সিহঁতৰ আনৰ লগত তুলনা কৰিবলৈ একো নাথাকে। ফলত মানুহ এজনক নানা কটু কথা কই তলত অৰ্থাৎ দমিনেট কৰি ৰাখিব বিচাৰে। আচলতেই নিজৰ অস্তিত্ব থকা মানুহ এজনে পৰক হিংসা নকৰে।???

27/12/2025

Good Night,

25/12/2025

এবাৰ অপমান কৰাৰ পিছত তেওঁ মৰমৰ মাতেৰে মাতিলেও সেই দুখ,পাহৰি যোৱা নায়ায। সেইবাবেই কাৰবাৰ অন্তৰত আঘাট দিয়াৰ আগতেই এবাৰ নহয় বহুবাৰ চিন্তা কৰি চাব লাগে।

24/12/2025

যদি তুমি অন্যাই নকৰা বিষাক্ত সাপেও তোমাৰ অনিষ্ট নকৰে।কিন্ত মানুহ নামৰ প্ৰাণীটোক যিমান ভাল,মৰম,সহায় নকৰা কিয় তোমাক দংশন কৰিবলৈ বিচাৰি থাকে। সেইবাবেই সিহতে যিমান মৰমৰ মাতেৰে নামতাক কিয সিহতৰ পৰা সদায় প্ৰাইভেট কৈ চলিব লাগে।

Category

Website

Address


Nalbari
781303

Alerts

Be the first to know and let us send you an email when Beauty Haloi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Nalbari.