Imtiaz hussain
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Imtiaz hussain, Health/Beauty, North Lakhimpur.
#আন্দোলন_চলি_থাকিব
দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত যিয়ে নবহক, জনতাৰ আস্থা অৰ্জন কৰিব পাৰিব লাগিব। তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰাৰ পাছতো কৃষকৰ বিশ্বাস হোৱা নাই। মুখৰ কথাত নহয়, উভয় সদনত প্ৰত্যাহাৰ কৰাৰ পাছতহে আন্দোলন প্ৰত্যাহাৰ হ'ব । প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতে কৃষক নেতা ৰাকেশ টিকাইতৰ মন্তব্য।
নেতা এনেকুৱাই। দিছপুৰত চাহ, মিঠাই, দুটামান ঠিকা, চৰকাৰী বিভাগৰ ব্ৰেণ্ড এম্বেছেডৰ নিযুক্তিৰ টোপ গিলিয়েই আমাৰ বৰ্ষীয়ান ছাত্র নেতা, গায়কে এখন মহাসংগ্ৰাম তচনচ কৰি পেলাইছিল। আজি সেই পঞ্চ ছহিদৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ বাহিৰে আমাৰ সফলতা আৰু কি ?
--জিতুমণি বৰা
🙏🙏🙏
*স্বাধীনতা দিৱসৰ দিনা পতাকাৰ বিষয়ে এটা নজনা অথচ দৰকাৰী কথা জানিবলৈ পাই সকলোলৈ বুলি আগবঢ়ালো………*
…
আপুনি হয়তো জানেই যে ১৫ আগষ্টত আমি যি জাতীয় পতাকা উত্তোলন কৰোঁ , অফিচিয়েলি তাক Hoisting বুলি কোৱা হয় । অথচ ২৬ জানুৱাৰীত আমি জাতীয় পতাকা Unfurl হে কৰোঁ ।
এই
দুটা শব্দৰ প্ৰকৃত অৰ্থ কি ? আহক ,, স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত আমি Hoisting আৰু Unfurl ৰ পাৰ্থক্য কি জানি লওঁ…………
১৫ আগষ্টৰ দিনা জাতীয় পতাকাখন তলৰ পৰা ওপৰলৈ উত্তোলন কৰা হয় । তাকে Hoisting বোলে । ইয়াৰ অৰ্থ এয়ে যে …… এসময়ত আমি পৰাধীন আছিলো । আমাৰ পতাকা সেই সময়ত তলত আছিল । ইংৰাজৰ দাসত্বৰ পৰা মুক্ত হৈ আমি স্বাধীন হৈছো । সেয়ে আমাৰ পতাকা তলৰ পৰা ওপৰলৈ উঠিল !!
অথচ
২৬ জানুৱাৰীৰ দিনা কিন্তু আমাৰ পতাকাখন দণ্ডৰ ওপৰত জাপি বান্ধি ৰখা হয় । ৰচিডালত টান এটা মাৰি সেই পতাকা কেৱল উৰিবলৈহে খুলি দিয়া হয় । সেইদিনা তলৰ পৰা পতাকাখন ওপৰলৈ নিয়া নহয় ! এই প্ৰক্ৰিয়াক Unfurled বুলি কোৱা হয় । ইয়াৰ অৰ্থ এয়ে যে , আমি এখন সাৰ্বভৌম ৰাষ্ট্ৰ !! আমাৰ পতাকা সদায় দণ্ডৰ ওপৰতেই থাকিব !! এই দিনটোত জাতীয় পতাকা তলৰ পৰা ওপৰলৈ তুলিলে , পতাকাখনক আছলতে অৱমাননা কৰাহে হয় !!!
,
জয় হিন্দ
04/08/2021
অসম–মিজোৰাম সীমান্তত মিজো দুৰ্বিত্তৰ আক্ৰমনত অসম আৰক্ষীৰ ৬জন কৈ বীৰ জোৱানক হত্যা কৰা প্ৰতিবাদত গুৱাহাটীস্থিত মিজোৰাম হাউচৰ সন্মুখত পৰম্পৰাগত গামোচা প্ৰৰ্দশন কৰি প্ৰতিবাদি কাৰ্যসূচী
#বীৰলাচিতসেনাঅসম
02/08/2021
ভাৰতৰ আদিম অধিবাসীবোৰ জিনগতভাৱে
আফ্ৰিকান। তেওঁলোকৰ দেহৰ বৰণ, মুখাবয়
হুবহু একে আফ্ৰিকানৰ সৈতে। তেওঁলোকক
ভাৰতত দ্ৰাবিড়ীয় গোষ্ঠী বুলি জনা যায়।
ইউৰোপ আৰু মধ্য এছিয়াৰ পৰা ভাৰতত প্ৰবেশ
কৰা আৰ্য্যসকল জিনগতভাৱে ইউৰোপীয়ান।
উত্তৰ পশ্চিম ভাৰতৰ পৰা অসমলৈকে বৰ্তমান
আৰ্য্যসকলৰ দপদপনি। অসমত বাস কৰা ৰাজবংশী, কুৰ্মী, চাওঁতাল অৰ্থাৎ বাগানীয়া
সকলো দ্ৰাবিড় গোষ্ঠীৰ অন্তৰ্গত !
Category
Contact the business
Telephone
Website
Address
North Lakhimpur
787031
Alerts
Be the first to know and let us send you an email when Imtiaz hussain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.