IQRA Educational and Research Foundation.

IQRA Educational and Research Foundation.

Share

It is a educational and research trust,providing services to human being.

Photos from IQRA Educational and Research Foundation.'s post 12/02/2025

Students of Bongalmora Academy
VALLEY.ARUNACHAL

Photos from IQRA Educational and Research Foundation.'s post 07/12/2024

HRDI বৃত্তি পৰীক্ষাত সাফল্য লাভ কৰা দুয়োগৰাকী ছাত্ৰীলৈ সন্মান জ্ঞাপন।

Photos from IQRA Educational and Research Foundation.'s post 31/03/2023
Photos from IQRA Educational and Research Foundation.'s post 24/02/2023

২০২২ বৰ্ষৰ আজি শেষৰটো ক্লাছ।কালিৰ পৰা বছৰেকীয়া পৰীক্ষা।মৰমৰ ছাত্ৰ ছাত্ৰী সকলৰ পৰীক্ষাৰ প্ৰস্তুতি আৰু আগ্ৰহত আমি শিক্ষক সকল অভিভূত। প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰী লৈ পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোক সকলোৰে পৰা দোৱা আৰ্শীবাদ কামনা কৰিলো।

২০২২ বৰ্ষত ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিৰ ভিত্তিত শ্ৰেণীত সাৰ্বাধিক উপস্থিত থকা প্ৰতিটো শ্ৰেণীৰ এজনকৈ ছাত্ৰ ছাত্ৰীক পুৰষ্কৃত কৰা হয়।

ইয়াৰ উপৰিও শ্ৰেণীত উপস্থিতি, আভ্যন্তৰীণ পৰীক্ষাৰ পাৰদৰ্শিতা,নিয়মানুব্ৰতীতা আদি সকলো বিলাক দিশৰ ওপৰত ভিত্তি কৰি পঞ্চম শ্ৰেনীৰ ছাত্ৰ জাকিয়া য়েমিনক STUDENT OF THE YEAR 2022 বটা প্ৰদান কৰা হয়।

Photos from IQRA Educational and Research Foundation.'s post 24/02/2023

Zakiya yamin. Class v of Bongalmora academy selected as a student of the year 2022.

11/02/2023

Teacher students BONGALMORA ACADEMY.

Photos from IQRA Educational and Research Foundation.'s post 03/02/2023

IQRA Educational and Research Foundation ৰ উদ্যোগত পৰিচালিত Bongalmora academy ৰ ছাত্ৰ ছাত্ৰী সকলৰ একাংশ।

Photos from IQRA Educational and Research Foundation.'s post 24/01/2023

কেইদিনমান আগত যুৱ বন্ধু এজনে কলে যে তেওঁলোকৰ গাঁওত কেইগৰাকী মান বিধৱা মহিলা, দুখীয়া লোকে এই ঠান্ডাত বহুত কষ্ট কৰিবলগীয়া হয়। তেওঁলোকক অলপ সহায় কৰিব লাগে।

আমি Bongalmora academy পৰিয়াল আৰু IQRA Educational and Research Foundation ৰ তৰফৰ পৰা 50 গৰাকী বিধৱা দুখীয়া মহিলাক কিছু ঠান্ডাৰ কাপোৰ বিতৰণ কৰা হয়।

যদি আপোনালোকৰ ওচৰতো তেনে বিধৱা দুখীয়া মহিলা থাকে আমাৰ Foundation ৰ লগত যোগাযোগ কৰিলে তেওঁলোকো কিছূ সহায় কৰা হ'ব।

15/01/2023

At Sivsagar

14/01/2023

মাঘ বিহুৰ ওলগ জনালোঁ।

Category

Telephone

Website

Address


Bongalmora
North Lakhimpur
787054

Alerts

Be the first to know and let us send you an email when IQRA Educational and Research Foundation. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in North Lakhimpur.