Marjina Makeover & Beautician

Marjina Makeover & Beautician

Share

Hi!! I am Marjina Rahma I have a YouTube channel & page same name..

you can subscribe my channel Marjina Makeover & Beautician and follow my page for more videos#make-up videos, #travel, Marjina
#personal#photoshoot videos are available here..

03/08/2026

01/08/2026

Outing

31/07/2026
30/07/2026

প্ৰথমবাৰ পাণেৰীত ইমান পানী দেখিলোঁ।

27/07/2026

ৰ সৎ ব্যৱহাৰ আৰু বল দেখিলোঁ
#মানুহৰ মানবীয়তাদেখিলো।
#জাতপাতৰ উদ্ধত সহায়ৰ হাত দেখিলোঁ
#জুবিনদাৰ দেশৰ মানুহ হয়। ইয়াত সকলো সম্ভৱ।
মানুহৰ কাষত থিয় দিয়াৰ আকুলতা, একেলগে দুখ ভগাই লোৱা মৰম, আৰু বিপদৰ দিনতো হাৰ নামানি পুনৰ উঠি থিয় দিয়াৰ সাহস।সহমৰ্মিতা আৰু একতাজাতি-জাতি, ধৰ্ম-বৰ্ণ পাহৰি বানপীড়িতক বচোৱাৰ বাবে জপিয়াই পৰা মানুহৰ শাৰী।অচিনাকি মানুহজনৰ হাতত এমুঠি খাদ্যৰ পেকেট তুলি দিয়াৰ পিছত মুখত ফুটি উঠা হাঁহিটো।ভাগ লোৱা দুখৰ বজাৰত চোতালৰ একোণতে সৰু নাওখনত বহিও ওচৰৰ চুবুৰীয়াৰ খবৰ লোৱাৰ দৃশ্য।আশা আৰু জীৱন সংগ্ৰামপানী শুকাই যোৱাৰ পিছত বোকা ফচহী চোতালখন হাতেৰে চফা কৰি পুনৰ নতুনকৈ ঘৰ সজাৰ হেপাঁহ।ল’ৰা-ছোৱালীহঁতৰ কিতাপৰ সেমেকা পাতবোৰ ৰ’দত মেলি দিয়াৰ মূহুৰ্তত ভৱিষ্যতৰ প্ৰতি থকা এটা সৰু পোহৰৰ ৰেখা।সকলো হেৰুৱাইও মানুহ চকুৰ কোণত জিলিকি উঠা জীয়াই থকাৰ সংগ্ৰামী দৃঢ়তা।

12/07/2026

#

Want your business to be the top-listed Beauty Salon in Darrang?
Click here to claim your Sponsored Listing.

Category

Address


DM Style Hub Makeover Studio & Beauty Salon
Darrang
784523