Kalam Azad New

Kalam Azad New

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kalam Azad New, Health/Beauty, Silchar.

16/08/2026

এই ছানা কোন জাতৰ হয়.....!
Please Comment......!
Comment box..

07/08/2026

Artificial Insemination.... Sahiwal Bull.... Location Sontoli... Contact No 9365005344--6900193178.

04/08/2026

👉খুৰাৰ-মুখৰ ৰোগ (Foot-and-Mouth Disease - FMD) সম্পৰ্কে জানেনে? এই বিষয়ে তলত আলোচনা কৰা।

Foot-and-Mouth Disease (FMD) বা ছবকা ৰোগ হৈছে গৰু, মহ, ছাগলী, বা ভেড়াৰ দৰে খুৰা থকা পশুক আক্ৰমণ কৰা এক অত্যন্ত সংক্ৰামক ভাইৰাছজনিত ৰোগ। সময়মতে চিনাক্ত আৰু চিকিৎসা নকৰিলে দুগ্ধ উৎপাদন হ্ৰাস, ওজন কমি যোৱা আৰু খেতিয়কৰ অৰ্থনৈতিক ক্ষতিৰ কাৰণ হ'ব পাৰে।

মুখ্য লক্ষণসমূহ

✅ তীব্ৰ জ্বৰ
✅ মুখ, জিভা আৰু খুৰাত পানীভৰা ফোহা
✅ অতিমাত্ৰা লেলাউটি ওলোৱা
✅ খোজ কঢ়াত অসুবিধা
✅ দুগ্ধ উৎপাদন হঠাতে কমি যোৱা

কেনেকৈ সুৰক্ষিত ৰাখিব?

✔️ সময়মতে FMD Vaccine দিয়ক
✔️ অসুস্থ পশুক পৃথক (Quarantine) ৰাখক
✔️ গোহালি পৰিষ্কাৰ আৰু জীৱাণুমুক্ত ৰাখক
✔️ নতুন পশু আনিলে স্বাস্থ্য পৰীক্ষা কৰক
✔️ সন্দেহজনক লক্ষণ দেখা দিলে লগে লগে পশু চিকিৎসকৰ লগত যোগাযোগ কৰে যেন Disease, , , , #
,

01/08/2026

Ivermectin & vitamin AD³ injection with Minarel mixxure (Dr.Pescribed within 40 days result)

.
.
.

28/07/2026

*L*D(Lumpy Skin Disease ৰ বিষয়ে অলপ
জানো আহো*

L*D (Lumpy Skin Disease) বা লাম্পি স্কিন বেমাৰ গৰুৰ এটা সংক্ৰামক ভাইৰাছজনিত ৰোগ। এই ৰোগৰ কাৰক হৈছে Lumpy Skin Disease Virus (L*DV), যি Capripoxvirus গোষ্ঠীৰ অন্তৰ্গত। মূলতঃ মাখি, মহ, টিক (tick) আদি ৰক্তচোষা পোক-পতংগৰ জৰিয়তে এই ৰোগ এটা গৰুৰ পৰা আন গৰুলৈ বিয়পি পৰে।
এই ৰোগত আক্ৰান্ত গৰুৰ জ্বৰ উঠে, খোৱা-দোৱা কমি যায়, গাখীৰ উৎপাদন হ্ৰাস পায় আৰু গোটেই শৰীৰত ডাঙৰ ডাঙৰ গাঁঠি (lumps) দেখা যায়। কেতিয়াবা চকু আৰু নাকৰ পৰা স্ৰাৱ ওলায়, ভৰি ফুলে আৰু চলাফুৰা কৰাত অসুবিধা হয়। গুৰুতৰ ক্ষেত্ৰত গৰুৰ স্বাস্থ্য যথেষ্ট অৱনতি ঘটে আৰু আৰ্থিক ক্ষতি হয়।
L*D ৰোগৰ পৰা সুৰক্ষাৰ বাবে গোহালি ঘৰ পৰিষ্কাৰ ৰাখিব লাগে, মাখি-মহ আৰু টিক নিয়ন্ত্ৰণ কৰিব লাগে, অসুস্থ গৰুক, সুস্থ গৰুৰ পৰা পৃথক কৰি ৰাখিব লাগে আৰু পশু চিকিৎসকৰ পৰামৰ্শমতে টিকাকৰণ কৰিব লাগে। নতুনকৈ ক্ৰয় কৰা গৰু কিছুদিন পৃথকে ৰাখি পৰ্যবেক্ষণ কৰাটোও জৰুৰী।
এই ৰোগ মানুহলৈ সংক্ৰমিত নহয়, কিন্তু গৰু পালনকাৰীৰ বাবে ই এক গুৰুত্বপূৰ্ণ আৰ্থিক সমস্যা। সেয়েহে সময়মতেবেমাৰ চিনাক্তকৰণ, চিকিৎসা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিলে L*D নিয়ন্ত্ৰণ কৰাটো সম্ভৱ।
....

*DVIG

27/07/2026

👉 মায়েৰ মায়া, মহাব্বাত, আদৰ যত্ন।...

.

22/07/2026

আলহামদুলিল্লাহ

21/07/2026

#লোকেল- #গো- #পালক #সকলে #এনেধৰণে
#গো- #পাল #দিয়ে.........
.

17/07/2026

L*D (Lumpy)

*DLumpycowtritmentveterinarian

12/07/2026

বৃষ্টি আয়সে..........

Category

Website

Address


Silchar

Alerts

Be the first to know and let us send you an email when Kalam Azad New posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Silchar.