Dr. Hriday J Deka
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dr. Hriday J Deka, Health/Beauty, Silchar.
Dr. Hriday Jyoti Deka
স্বাস্থ্য সচেতনতা | চিকিৎসা পৰামৰ্শ | জীৱনশৈলী উন্নয়ন
মই এজন চিকিৎসক (MBBS) হিচাপে আপোনালোকে সহজ ভাষাত স্বাস্থ্য শিক্ষা, ৰোগ-প্ৰতিকাৰ, প্ৰথম সহায় (First Aid), খাদ্য-অভ্যাস, আৰু দৈনন্দিন স্বাস্থ্যসেৱাৰ বিষয়ে তথ্য দিয়াৰ চেষ্টা কৰিছোঁ।
ঠাণ্ডা দিনত গোৰোহা ফাটিলে ❄️
Winter cracked heel — quick fix 👇
➡️ দিনত ২ বাৰ ১০–১৫ মিনিট গৰম পানীত ভিজাওক — Soak twice daily
➡️ মৃত ছাল লাহে লাহে উঠাওক — Gently remove dead skin (❌ no hard scrubbing)
➡️ Urea + Lactic acid ক্ৰিম ব্যৱহাৰ কৰক — Apply urea & lactic acid cream
✅ Cotaryl / Xerina / Moisturex / Logifeel / Efaderm
➡️ ক্ৰিম লগাই কটন মোজা পিন্ধক — Wear cotton socks (❌ avoid wool/nylon)
01/01/2026
Here’s to new beginnings — Cheers to 2026 🎊
Moisturizer for Dry Skin Explained in Assamese by Dr. Hriday J Deka
❄️Winter Skin Care
কণী খালে সঁচাকৈয়ে কেন্সাৰ হয় নেকি?
Does eating Eggs really Cause Cancer?
শেহতীয়াকৈ Trustified নামৰ এজন ইউটিউবাৰে Eggoz নামৰ ব্ৰেণ্ডৰ কণীৰ ওপৰত Lab Test কৰি Nitrofuran নামৰ ৰাসায়নিক পদাৰ্থ এটা পোৱা গৈছে, যিটোৰ দ্বাৰা কেন্সাৰ হোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে।
এতিয়া প্ৰকৃত সত্যটো হ’ল বিজ্ঞানীসকলে এন্দুৰৰ ওপৰত অধ্যয়ন কৰি দেখিলে যে যদি নিগনিক Nitrofuran অতি বেছি মাত্ৰা দিয়া হয়, তেন্তে Cancer হ’ব পাৰে।
মানুহৰ সেই কেন্সাৰ সৃষ্টিকাৰী মাত্ৰাত উপনীত হ’বলৈ হ’লে এজন ব্যক্তিয়ে নিয়মিতভাৱে প্ৰায় ১৫০ৰ পৰা ২০০টা কণী খাব লাগিব, যিটো কাৰ্যতঃ অসম্ভৱ।
সেইবাবেই আপুনি ভয় নোহোৱাকৈ কণী খাব পাৰে, কাৰণ এটা কণীত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু বিভিন্ন ভিটামিন থাকে, যাৰ বাবে আমি কণীক Superfood বুলি কওঁ।
Follow Dr. Hriday J Deka
#অসম
22/12/2025
Benefits of Moringa Leaf (চজিনা পাতৰ উপকাৰিতা)
Category
Website
Address
Silchar
Alerts
Be the first to know and let us send you an email when Dr. Hriday J Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.