Mon Mayuri Makup Artist

Mon Mayuri Makup Artist

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mon Mayuri Makup Artist, Health/Beauty, Tezpur.

27/04/2026
21/04/2026

মৰম গৰিমা বৌৰ মাজতে এতিয়া অসমবাসীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিছাৰি পাই, অনুৰাগীয়ে মৰম বৌজনীক কোনো ক্ষতি নকৰে, দাদাক যিমান ভালপাই বৌক ও সিমানে সন্মান কৰে,ভাল পাই গতিকে এনেকুৱা ধৰনৰ ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনালোঁ 🙏

07/04/2026

চিকিৎসা সেৱা হওক মানৱতাৰ বাবে, কেৱল ব্যৱসায়ৰ বাবে নহয়। ❤️🩺

​আজিৰ সময়ত এজন দৰিদ্ৰ লোকৰ বাবে বেমাৰতকৈও চিকিৎসাৰ খৰচহে বেছি ভয়ানক হৈ পৰিছে। চিকিৎসকসকলক অনুৰোধ জনোৱা হৈছে যে দৰিদ্ৰ শ্ৰমিক বা কৃষকসকলক চিকিৎসা কৰাৰ আগতে তেওঁলোকৰ আৰ্থিক অৱস্থাৰ কথা এবাৰ যেন বিবেচনা কৰে।

​অপ্রয়োজনীয় পৰীক্ষা-নিৰীক্ষা আৰু দৰবৰ নামত লোৱা কমিছনৰ বোজাৰ পৰা এই খাটি খোৱা মানুহখিনিক মুক্ত কৰাটো আমাৰ এক নৈতিক দায়িত্ব। আপুনিও যদি এই কথাৰ সৈতে একমত, তেন্তে কমেণ্টত আপোনাৰ মতামত জনাওক আৰু পোষ্টটো শ্বেয়াৰ কৰি সজাগতা সৃষ্টি কৰক। 🙏✨"

​ #অসম

05/04/2026

দল নহয়, যোগ্য প্ৰার্থী চাই; ভোট দিবলৈ আহ্বান জনালে নিতুমণি শইকীয়াই।”

Photos from Mon Mayuri Makup Artist's post 27/11/2022

Party makeup done by "me"..

Photos from Mon Mayuri Makup Artist's post 23/05/2022
Photos from Mon Mayuri Makup Artist's post 23/05/2022

bhouspuri bride💃💃💃
done by ""me"💅💅💄

Photos from Mon Mayuri Makup Artist's post 20/05/2022

makeup done by me....💅👠

girl Ankita Medhi💃💃

📷=done by me

Category

Telephone

Website

Address


Tezpur

Alerts

Be the first to know and let us send you an email when Mon Mayuri Makup Artist posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Tezpur.